৭ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৭ আগষ্ট (ইংৰাজী7 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৯তম (অধিবৰ্ষত ২২০তম) দিন। বছৰ শেষ হ'বলৈ ১৪৬ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৮৯৯ চনৰ আজিৰ দিনটোত প্ৰথিতযশা সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল।
  2. ১৯৬৬ চনৰ আজিৰ দিনটোত আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী জিম্মী ৱেলছ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১১০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হয়।
  2. ১৮৪৮ চনৰ আজিৰ দিনটোতে ছুইডেনৰ ৰসায়ন বিজ্ঞানী জনজ জেকব বাৰ্জেলিয়াছৰ মৃত্যু হয়।
  3. ১৯৪১ চনৰ আজিৰ দিনটোত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হয়।

অনান্য[সম্পাদনা কৰক]

  1. ১৯০৫ চনৰ আজিৰ দিনটোতেই ঘটিছিল বংগ বিভাজন
  2. ১৯৫৯ চনৰ আজিৰ দিনটোতে লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল৷
  3. ১৮৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
  4. ১৯৬০ চনৰ আজিৰ দিনটোত পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰে।
  5. ২০০৭ চনৰ আজিৰ দিনটোতে শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।


বাহ্যিক সংযোগ[সম্পাদনা কৰক]