১০ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১০ এপ্ৰিল (ইংৰাজী: 10 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০০তম (অধিবৰ্ষত ১০১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৫টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ২০১৬ - কেৰালাৰ কোল্লম জিলাৰ পুত্তিলিঙ্গ মন্দিৰত জুই লগাৰ ফলত প্ৰায় ১১০জন মানুহৰ মৃত্যু ঘটিছিল, ৩০০ জনতকৈও বেছি মানুহ আহত হৈছিল।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৯৫ - মোৰাৰজী দেশাই, ভাৰতৰ ষষ্ঠ প্ৰধান মন্ত্ৰী।
  • ২০১৭ - প্ৰদীপ শইকীয়া, অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক আৰু ঔপন্যাসিক। (জন্ম: ১৪ ছেপ্টেম্বৰ, ১৯৩৬)

ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]