৭ জানুৱাৰী
অৱয়ব
| জানুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ||||
| ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
| ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
| ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
| ২০২৬ | ||||||
৭ জানুৱাৰী (ইংৰাজী: 7 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৮টা দিন (অধিবৰ্ষত ৩৫৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
[সম্পাদনা কৰক]- ১৯২৭ খৃঃ - নিউ য়ৰ্ক আৰু লণ্ডনৰ মাজত "ট্ৰেন্স আটলাণ্টিক" বাণিজ্যিক টেলিফোন সেৱাৰ মুকলি।
- ১৯৭৯ খৃঃ - ভিয়েটনামৰ সৈন্যই কম্বোডিয়াৰ ৰাজধানী ফনম পেনঃ দখল কৰিছিল।
জন্ম
[সম্পাদনা কৰক]- ১৮৯৩ - জানকী দেৱী বাজাজ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৩৮ - বি. সৰোজা দেৱী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৮ - শোভা দে, ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷
- ১৯৫০ - জনী লিভাৰ, বলীউডৰ প্ৰখ্যাত কৌতুক অভিনেতা।
- ১৯৫৭ - ৰীণা ৰয়, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬১ - সুপ্ৰিয়া কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৭ - ইৰফান খান, ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক।
- ১৯৭৯ - বিপাশা বসু, বলীউডৰ অভিনেত্ৰী।
- ১৯৮৫ - প্ৰিয়ংকা বৰা, ভাৰতীয় ভলীবল খেলুৱৈ৷
- ২০০৪ - শৈলী সিং, ভাৰতীয় এথলীট।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৪৩ - নিক'লা টেছলা, বিখ্যাত ছাৰ্বিয়া-আমেৰিকান পদাৰ্থ বিজ্ঞানী , উদ্ভাৱক তথা বৈদ্যুতিক অভিযন্তা।
- ২০১৬ - গুণাৰাম খনিকৰ, প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ। (জন্ম: ২২ মাৰ্চ, ১৯৪৯)
দিৱস
[সম্পাদনা কৰক]- তিৰংগ দিৱস (ইটালী)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৭ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||