৭ এপ্ৰিল
Jump to navigation
Jump to search
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২১ |
৭ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৭তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হৰলৈ আৰু ২৬৯ দিন বাকী থাকে।
- উল্লেথযোগ্য ঘটনা
- ১৯২৭ - প্ৰথম দীৰ্ঘ-দুৰত্বৰ ৰাজহুৱা দুৰদৰ্শন সম্প্ৰসাৰণ, ৱাচিংটন ডি চিৰ পৰা নিউ য়ৰ্ক নগৰলৈ।
- ১৯৩৭ - শ্বিলঙত অসম বিধান সভাৰ প্ৰথম বৈঠক।
- ১৯৪৮ - ৰাষ্ট্ৰ সংঘৰ দ্বাৰা বিশ্ব স্বাস্থ্য সংস্থাৰ গঠন।
- ১৯৭৯ - অসমৰ ৰংঘৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী, অসমৰ গঠন।
- ২০০১ - নাছাৰ মংগল অভিযান মাৰ্ছ ওডিছিৰ উৎক্ষেপন।
- ২০১৪ - অসমত ডেকাৰগাওঁ, তেজপুৰৰ পৰা নাহৰলগুনলৈ প্ৰথম যাত্ৰীবাহী ৰেল।
- জন্ম
- ১৮৮৯ - গ্ৰেবিলা ম্ৰিষ্টেল, ন'বেল বঁটা প্ৰাপ্ত চিলিৰ কবি।
- ১৯২৬ - প্ৰেম নাজিৰ, ভাৰতীয় অভিনেতা।
- ১৯৪২ - জিতেন্দ্ৰ, ভাৰতীয় অভিনেতা।
- ১৯৪৭ - নগেন বৰা, অসমীয়া সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, আৰু সাংবাদিক।
- ১৯৫৪ - জেকী চান, হংকঙৰ অভিনেতা।
- মৃত্যু
- ১৯৪৬ - পদ্মনাথ গোহাঞিবৰুৱা, অসমীয়া সাহিত্যিক।
- ২০১২ - মাইক ৱালেঞ্চ, আমেৰিকান সাংবাদিক।
- ২০১২ - চাৰু গোহাঁই, অসমৰ ৰাজনীতিক।
- দিৱস
- বিশ্ব স্বাস্থ্য দিৱস - আন্তঃৰাষ্ট্ৰীয়
- নাৰী দিৱস - মোজাম্বিক
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৭ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|