১৫ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৫ ডিচেম্বৰ (ইংৰাজী: 15 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৯ তম (অধিবৰ্ষত ৩৫০ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –
জন্ম[সম্পাদনা কৰক]
- অসমৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ জন্মদিন।
মৃত্যু[সম্পাদনা কৰক]
অন্যান্য[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ঘটনাৰাজী[সম্পাদনা কৰক]
- যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে নেৰ'গজ ৰেলসেৱাৰ অধীনত ১৮৮৪ চনৰ আজিৰ দিনটোৰে পৰা পৰা মালবাহী ৰেলৰ চলাচল আৰম্ভ হয়।
- নাট্যকাৰ - আভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে।
- ১০২৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহণ কৰে।
- ফৰাচী পদাৰ্থবিদ, তেজষ্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক এণ্টোইন হেনৰী বেকাৰেলৰ জন্ম হয় ১৮৫২ চনৰ আজিৰ দিনটোতে।
- ১৮৬০ চনৰ আজিৰ দিনটোতে চিকিৎসা-বিজ্ঞানত ফটো থেৰাপীৰ আৱিষ্কাৰক নীলছ ৰাইচবাৰ্গৰ জন্ম হয়। ১৯০৩ চনৰ আজিৰ দিনটো তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- পৃথিৱীৰ ১১৭খন দেশৰ[ গেট চুক্তিত (GATT- General Agreement of Tarriffs and Trade) স্বাক্ষৰৰ বাবে সন্মতি প্ৰদান কৰে ১৯৯৩ চনৰ আজিৰ দিনটোতে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৫ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|