২৩ অক্টোবৰ
অৱয়ব
| অক্টোবৰ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ||||
| ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
| ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
| ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
| ২০২৬ | ||||||
২৩ অক্টোবৰ (ইংৰাজী: 23 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৬তম (অধিবৰ্ষত ২৯৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৯টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ২০১১ - তুৰস্কত হোৱা ভূমিকম্পত ৫৮২ জন লোকৰ মৃত্যু হয়।
জন্ম
[সম্পাদনা কৰক]- ১৭৭৮ - কিট্টুৰ চেন্নাম্মা, বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী আছিল।
- ১৯১১ - তীৰ্থনাথ শৰ্মা, অসমৰ বিশিষ্ট সাহিত্যিক।
- ১৯৩৫ - ভৱকান্ত নাথ, অসমীয়া সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷
- ১৯৪০ - পেলে, ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ।
- ১৯৬৯ - নন্দিতা দাস, অসমৰ ৰাজনীতিবিদ।
- ১৯৭৪ - অৰবিন্দ আদিগা, ভাৰতীয় ঔপন্যাসিক, সাংবাদিক।
- ১৯৭৯ - প্ৰভাস, তেলেগু, হিন্দী আৰু তামিল ভাষাৰ চলচ্চিত্ৰ অভিনেতা।
- ১৯৮৩ - অৰ্চনা বৰঠাকুৰ, ভাৰতীয় সমাজকৰ্মী তথা সাহিত্যিক।
মৃত্যু
[সম্পাদনা কৰক]- ১৮০৬ - টিমথী ডেক্সটাৰ, আমেৰিকান ব্যৱসায়ী।
- ১৯৮৬ - তীৰ্থনাথ শৰ্মা, অসমৰ বিশিষ্ট সাহিত্যিক।
- ১৯৮৫ - নৰহৰি বুঢ়া ভকত ভোৰতাল আৰু ওজাপালি নৃত্যৰ অন্যতম শিল্পী।
- ২০২৩ - বীৰেন্দ্ৰনাথ দত্ত, শিক্ষাবিদ, লেখক, লোক কলাৰ গৱেষক, সংগীত শিল্পী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।[1]
দিৱস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ২৩ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2007-03-13 at the Wayback Machine
| ||||||||||||||||||||||||||||||||||||||||||||