প্ৰভাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰভাস

২০১৭ চনৰ ১৮তম মুম্বাই ফিল্ম ফেষ্টিভেলত প্ৰভাস
জন্ম ভেংকট সত্যনাৰায়ণ প্ৰভাস ৰাজু উপ্পলপতি[1]
২৩ অক্টোবৰ, ১৯৭৯ (৪৪ বছৰ)[2]
মাদ্ৰাজ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান শ্ৰীসৈতন্য কলেজ, হায়দৰাবাদ
পেচা অভিনয়
সক্ৰিয় হৈ থকা সময় ২০০২ – বৰ্তমান
আত্মীয়-স্বজন কৃষ্ণাম ৰাজু উপ্পলপতি (uncle)
বঁটা, সন্মান, পুৰস্কাৰ আদি আই.আই.এফ.এ, নন্দী বঁটা, ফিল্মফেয়াৰ বঁটা
ৱেবছাইট
www.prabhas.com

ভেংকট সত্যনাৰায়ণ প্ৰভাস ৰাজু উপ্পলপতি (ইংৰাজী: Venkata Satyanarayana Prabhas Raju Uppalapati; [1] জন্ম ২৩ অক্টোবৰ ১৯৭৯), চমুকৈ প্ৰভাস নামেৰে পৰিচিত ভাৰতীয় অভিনেতা গৰাকী তেলেগু, হিন্দী আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে।

প্ৰভাসে ২০০২ চনৰ তেলেগু এক্সন ড্ৰামা ফিল্ম 'ঈশ্বৰ'খনৰ দ্বাৰা চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ 'মিৰ্চি' চলচ্চিত্ৰখনত অভিনয় কৰাৰ ফলত শ্ৰেষ্ঠ অভিনেতাৰ নন্দী বঁটা লাভ কৰিবলৈ সক্ষম হয়।[3] ২০১৪ চনত প্ৰভুদেৱা পৰিচালিত হিন্দী চলচ্চিত্ৰ 'এক্সন জেক্সন'ত তেওঁ গেষ্ট এপিয়াৰেঞ্চ হিচাপে থাকে।[4] 'মাডামে টুচ্চাউদৰ ৱেক্স মিউজিয়াম'ত মমৰ ভাস্কৰ্য ৰখা প্ৰভাস দক্ষিণ ভাৰতৰ প্ৰথম অভিনেতা।[5]

তেওঁৰ কৰ্মৰাজীসমূহৰ ভিতৰত ভাৰশাম (২০০৪), চত্ৰপাতি (২০০৫), চক্ৰম (২০০৫), বিল্লা (২০০৯), ডাৰ্লিং (২০১০), মিঃ পাৰফেক্ট (২০১১), আৰু মিৰ্চি (২০১৩)। এছ এছ ৰাজামৌলীৰ ইপিক এক্সন ছবি 'বাহুবলি: দ্য বিগনিং' (২০১৫)-ত প্ৰভাসে বাহুবলিৰ মুখ্য ভূমিকাত অভিনয় কৰে, যিখন আছিল সেই সময়ৰ চতুৰ্থ সৰ্বাধিক আয় কৰা ভাৰতীয় চলচ্চিত্ৰ। তেওঁ অভিনীত 'বাহুবলী: দ্য কনক্লুশ্চন' (২০১৭) ছবিখন আছিল গ্লবেল ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বকালৰ সৰ্বোচ্চ তথা ভাৰতৰ সৰ্বোচ্চ ব্যৱসায়িক সফল ছবি।[6][7][8][9][10] যিখনে কেৱল দশ দিনতে সকলো ভাষাত ₹1000 কৌটি ডলাৰ (১৫৫ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

প্ৰভাসৰ পিতৃ আছিল চলচ্চিত্ৰ প্ৰযোজক ইউ সূৰ্যনাৰায়ণ ৰাজু আৰু মাতৃ শিৱ কুমাৰী। তিনিটা সন্তানৰ ভিতৰত প্ৰভাসৰ আছিল কনিষ্ঠ, প্ৰভাসৰ ভায়েকৰ নাম প্ৰবোধ আৰু ভগ্নীৰ নাম প্ৰগতি।[2][11][12] তেওঁ তেলেগু চলচ্চিত্ৰৰ অভিনেতা কৃষ্ণম ৰাজুৰ ভতিজা।[2] তেওঁৰ পৰিয়ালটো অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ ভীমাভাৰামৰ ওচৰৰ মোগালথুৰৰ বাসিন্দা।[13] প্ৰভাসে হায়দৰাবাদৰ নালন্দা মহাবিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল।[14] তেওঁ বিশাখাপত্তনামৰ সত্যানন্দ চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ।[15]

ফিল্ম’গ্ৰাফী[সম্পাদনা কৰক]

টোকা
এতিয়াও মুক্তি লাভ কৰা নাই এতিয়াও মুক্তি লাভ কৰা নাই
বৰ্ষ শিৰোনাম চৰিত্ৰ ভাষা নোট
২০০২ ঈশ্বৰ ঈশ্বৰ তেলেগু প্ৰবেশ
২০০৩ ৰাঘবেন্দ্ৰ ৰাঘবেন্দ্ৰ
২০০৪ ভাৰশাম ভেংকট
২০০৪ আদাভী ৰামুদু ৰামুদু
২০০৫ চক্ৰম চক্ৰম
২০০৫ চত্ৰপাতি শিৱা / চত্ৰপাতি[lower-alpha 1]
২০০৬ পৌৰনামী শিৱ কেশৱ
২০০৭ য়োগী ঈশ্বৰ প্ৰসাদ / য়োগী[lower-alpha 1]
২০০৭ মুন্না মুন্না
২০০৮ বুজ্জিগাদু বুজ্জি / লিংগা ৰাজু / ৰজনীকান্ত[lower-alpha 1]
২০০৯ বিল্লা বিল্লা / ৰংগা[lower-alpha 2]
২০০৯ এক নিৰঞ্জন চটু
২০১০ ডাৰ্লিং প্ৰভাস / প্ৰভা[lower-alpha 1]
২০১১ মিঃ পাৰফেক্ট বিকী
২০১২ ৰিবেল ঋষি / ৰিবেল[lower-alpha 1]
২০১২ দেনিকৈনা ৰেডি নিজে ভইছ ৰোল; কেমিঅ’ এপিয়াৰেঞ্চ
২০১৩ মিৰ্চি জয়
২০১৪ একশ্চন জেকশ্চন নিজে হিন্দী স্পেচিয়েল এপিয়াৰেঞ্চ
২০১৫ বাহুবলী: দ্যা বিগনিং মহেন্দ্ৰ বাহুবলী / শিভুদু / শিভু
অমৰেন্দ্ৰ বাহুবলী[lower-alpha 2]
তেলেগু
তামিল[16][17]
প্ৰথম অনা-ইংৰাজী ছবি 'ৰয়েল এলবাৰ্ট হল' (Royal Albert Hall) -ত[18]
২০১৭ বাহুৱলী ২: দ্যা কনক্লুশ্চন ২০১৮ চনৰ ভাৰতৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন ছবি[19]
২০১৯ চাহো অশোক চক্ৰৱৰ্তী / সিদ্ধান্ত নন্দন চাহো[lower-alpha 1] তেলেগু
তামিল
হিন্দী[20]
বলিউডত প্ৰবেশ
২০২২ ৰাধেশ্যাম বিক্ৰমাদিত্য তেলেগু
হিন্দী
[21]
চালাৰ Films that have not yet been released Salaar কন্নড়
তেলেগু
ফিল্মিং [22]
[23]
২০২৩ আদিপুৰুষ Films that have not yet been released ৰাঘৱ হিন্দী
তেলেগু
প’ষ্ট-প্ৰডাকচন [24]
প্ৰজেক্ট কে (Project K) Films that have not yet been released ঘোষণা হ’ব তেলেগু
হিন্দী
ফিল্মিং [25]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

চন চলচ্চিত্ৰ বঁটা ফলাফল Ref.
২০০৪ ভাৰচাম শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু মনোনীত [24]
চান্তচাম ফিল্ম এৱাৰ্ড ফ’ৰ বেষ্ট ইয়ং পাৰফৰমাৰ বিজয়ী [26]
২০০৫ চত্ৰপতী শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু মনোনীত [24]
২০০৯ এক নিৰঞ্জন শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু মনোনীত [24]
২০১০ ডাৰ্লিং চিনেমা এৱাৰ্ডচ্‌ ফ’ৰ ক্ৰিটিকছ চইছ এক্টৰ বিজয়ী [27]
২০১১ মিঃ পাৰফেক্ট শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু মনোনীত [24]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চিমা বঁটা - তেলেগু মনোনীত [24]
২০১৩ মিৰ্চি শ্ৰেষ্ঠ অভিনেতাৰ বাবে নন্দী বঁটা - তেলেগু বিজয়ী [28][24]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু মনোনীত [24]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চিমা বঁটা - তেলেগু মনোনীত [24]
২০১৫ বাহুবলী: দ্যা বিগিনিং শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু মনোনীত [24][29]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে আই আই এফ এ উৎসৱম - তেলেগু মনোনীত [29]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে আই আই এফ এ উৎসৱম - তামিল মনোনীত [29]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে আইবিএন লাইভ মুভি এৱাৰ্ড (দক্ষিণ) মনোনীত [30]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চিমা বঁটা - তেলেগু মনোনীত [29][24]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চান্তচাম বঁটা বিজয়ী [31]
২০১৭ বাহুবলী: দ্যা কনক্লুজন শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা - তেলেগু মনোনীত [32][24]
শ্ৰেষ্ঠ অভিনেতাৰ বাবে চিমা বঁটা - তেলেগু বিজয়ী [33][24]
২০১৯ চাহো ইটিএ বলিউড বিজিনেচ এৱাৰ্ডচ্‌ - হাইয়েষ্ট গ্ৰচিং ডিবিউট এক্টৰ বিজয়ী [34][35]

টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Prabhas played a single character with two or more names
  2. 2.0 2.1 Prabhas played two characters

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "15 Interesting Facts About Prabhas You Should Know Before Calling Yourself His Biggest Fan!". India Times. 13 May 2017. http://www.indiatimes.com/entertainment/celebs/15-interesting-facts-about-prabhas-you-should-know-before-calling-yourself-his-biggest-fan-276968.html। আহৰণ কৰা হৈছে: 14 May 2017. "His full name is ." 
  2. 2.0 2.1 2.2 "Happy birthday Prabhas: Six lesser known facts about the Baahubali actor". 23 October 2016. http://indianexpress.com/article/entertainment/regional/happy-birthday-prabahs-six-facts-about-baahubali-star-3098256/। আহৰণ কৰা হৈছে: 18 March 2017. "Actor Prabhas turned 37 on Sunday." 
  3. "India's most expensive film?". Hindustan Times. 15 July 2013. Archived from the original on 15 December 2014. https://web.archive.org/web/20141215094206/http://www.hindustantimes.com/entertainment/regional/india-s-most-expensive-film/article1-1092293.aspx. 
  4. "Bahubali wins national award for Best Film". The Times of India. 28 March 2016. http://m.timesofindia.com/entertainment/telugu/movies/news/Bahubali-wins-national-award-for-Best-Film/articleshow/51581239.cms। আহৰণ কৰা হৈছে: 28 April 2016. 
  5. "Baahubali 2 star Prabhas becomes first South Indian actor to get a wax statue at Madame Tussauds. See pics". 2 May 2017. https://www.indianexpress.com/article/entertainment/regional/baahubali-2-prabhas-first-south-indian-actor-wax-statue-at-madame-tussauds-see-pics-4637366/lite/. 
  6. Sangeetha Devi Dundoo. "Baahubali review: A little more, a little less". The Hindu. http://www.thehindu.com/features/cinema/cinema-reviews/baahubali-review-a-little-more-a-little-less/article7407650.ece. 
  7. "Bahubali First Day Box Office". Archived from the original on 2016-05-07. https://web.archive.org/web/20160507183932/http://www.newindianexpress.com/cities/hyderabad/Baahubali-Smashes-Box-Office-Records-Rakes-in-Rs-68-Crore/2015/07/12/article2915510.ece। আহৰণ কৰা হৈছে: 2020-06-21. 
  8. http://www.forbes.com/sites/robcain/2015/08/14/oops-pk-is-not-actually-indias-top-grossing-movie-ever/
  9. "'Baahubali' Zooms Past 'Dhoom', Now India's All Time #3". http://www.forbes.com/sites/robcain/2015/08/10/baahubali-zooms-past-dhoom-now-indias-all-time-3/. 
  10. Mike McCahill. "Baahubali: The Beginning review – fantastic bang for your buck in most expensive Indian movie ever made". the Guardian. http://www.theguardian.com/film/2015/jul/12/baahubali-the-beginning-review-fantastic-bang-for-your-buck-in-most-expensive-indian-movie-ever-made. 
  11. TNM Staff (16 March 2016). "Actor Prabhas's brother sentenced to one year imprisonment in cheque bounce case". The News Minute. https://www.thenewsminute.com/article/actor-prabhass-brother-sentenced-one-year-imprisonment-cheque-bounce-case-40338. 
  12. Rashmi Mishra (26 May 2018). "Bahubali 2 Movie Star Cast Educational Qualifications: Prabhas, Anushka Shetty & others are a studious bunch of actors!". India.com. https://www.india.com/buzz/bahubali-2-movie-star-cast-educational-qualifications-prabhas-anushka-shetty-others-are-a-studious-bunch-of-actors-2168530/। আহৰণ কৰা হৈছে: 8 January 2019. 
  13. Pavan, P (28 April 2017). "Bahubali 2: Police imposes Section 144 in Prabhas's hometown" (en ভাষাত). Mumbai Mirror. https://mumbaimirror.indiatimes.com/news/india/bahubali-2-police-imposes-section-144-in-prabhass-hometown-/articleshow/58417315.cms. 
  14. Reddy, R. Ravikanth (10 June 2017). "Bahubali's school adopts Kilimanjaro girl" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/Hyderabad/bahubalis-school-adopts-kilimanjaro-girl/article18952082.ece. 
  15. "The fresh faces of Kannada cinema". The New Indian Express. 1 January 2019. Archived from the original on 19 January 2021. https://web.archive.org/web/20210119124945/https://www.cinemaexpress.com/stories/trends/2019/jan/01/the-fresh-faces-of-kannada-cinema-9432.html. 
  16. "Prabhas-Rajamouli Movie Announced". indiaglitz. 18 February 2011. http://www.indiaglitz.com/channels/telugu/gallery/events/25709.html। আহৰণ কৰা হৈছে: 5 December 2014. 
  17. Sashidhar AS (13 January 2013). "Rajamouli-Prabhas' film is titled Bahubali". The Times of India. http://timesofindia.indiatimes.com/entertainment/regional/telugu/news-interviews/Rajamouli-Prabhas-film-is-titled-Bahubali/articleshow/18004923.cms?referral=PM. 
  18. "Baahubali The Beginning Becomes the First Non English Film to be Screened at Royal Albert Hall". News18. 20 October 2019. https://www.news18.com/news/movies/baahubali-the-beginning-becomes-the-first-non-english-film-to-be-screened-at-royal-albert-hall-2352615.html। আহৰণ কৰা হৈছে: 6 March 2020. 
  19. "Top Worldwide Figures - All Formats And Hindi". Box Office India. 2 November 2018. https://www.boxofficeindia.com/report-details.php?articleid=4396. 
  20. "Baahubali Prabhas's next film is Saaho, will have action by Transformers' stuntman" (en ভাষাত). Hindustan Times. 23 April 2017. http://www.hindustantimes.com/regional-movies/baahubali-prabhas-s-next-film-is-saaho-will-have-action-by-transformers-stuntman/story-kWtAbHy3rlBchW75cf3ATM.html. 
  21. "Prabhas' Radhe Shyam gets a Sankranthi release date, to clash with Mahesh Babu's Sarkaru Vaari Paata, Pawan Kalyan's next" (en ভাষাত). The Indian Express. 30 July 2021. https://indianexpress.com/article/entertainment/telugu/prabhas-radhe-shyam-gets-a-sankranthi-release-date-to-clash-with-mahesh-babu-sarkaru-vaari-paata-pawan-kalyan-next-7429603/। আহৰণ কৰা হৈছে: 30 July 2021. 
  22. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; salaar নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  23. "Shruti to romance Prabhas in 'Salaar'" (en ভাষাত). Sify. https://www.sify.com/movies/shruti-to-romance-prabhas-in-salaar-imagegallery-0-tollywood-vb3eQyaijhged.html. 
  24. 24.00 24.01 24.02 24.03 24.04 24.05 24.06 24.07 24.08 24.09 24.10 24.11 24.12 Ramachandran, Naman (22 February 2022). "Prabhas-Starring 'Adipurush': Director Om Raut Reveals Details of Epic 'Ramayana' Adaptation (EXCLUSIVE)". Variety. https://variety.com/2022/film/news/prabhas-adipurush-om-raut-ramayana-1235186861/. 
  25. K, Janani (24 July 2021). "Prabhas gives first clap for Amitabh Bachchan as Nag Ashwin's sci-fi film goes on floors". India Today. https://www.indiatoday.in/movies/regional-cinema/story/prabhas-gives-first-clap-for-amitabh-bachchan-as-nag-ashwin-s-sci-fi-film-goes-on-floors-1832087-2021-07-24। আহৰণ কৰা হৈছে: 24 July 2021. 
  26. "Telugu Cinema function - Santosham Film Awards 2004". www.idlebrain.com. http://www.idlebrain.com/news/functions/santoshamawards2005.html। আহৰণ কৰা হৈছে: 2020-06-03. 
  27. "Lux Cinemaa awards 2011 - Telugu cinema". www.idlebrain.com. http://www.idlebrain.com/news/functions/cinemaa-awards2011.html। আহৰণ কৰা হৈছে: 2020-06-03. 
  28. "Nandi Best Actor" (en ভাষাত). Times Of India. 2 March 2017. https://timesofindia.indiatimes.com/city/vijayawada/nandi-awards-for-eega-mirchi-nani-amp-prabhas/articleshow/57422995.cms. 
  29. 29.0 29.1 29.2 29.3 Hooli, Shekhar H. (2016-07-04). "Why did 'Bahubali' star Prabhas not get best actor award from SIIMA, Filmfare, IIFA Utsavam?" (english ভাষাত). International Business Times, India Edition. https://www.ibtimes.co.in/why-did-bahubali-star-prabhas-not-get-best-actor-award-siima-filmfare-iifa-utsavam-685478। আহৰণ কৰা হৈছে: 2020-06-02. 
  30. "IBNLive Movie Awards 2016: Nominees for Best Actor (South)". News18. 2016-02-03. https://www.news18.com/news/movies/ibnlive-movie-awards-2016-nominees-for-best-actor-south-1198638.html। আহৰণ কৰা হৈছে: 2020-06-03. 
  31. "Santosham Film Awards 2016 Winners". Santosham Film Awards. https://www.apherald.com/Movies/Read/145927/Complete-Winners-List-of-Santosham-Movie-Awards-2016। আহৰণ কৰা হৈছে: 17 August 2016. 
  32. "Prabhas - Best Telugu Actor in Leading Role Male Nominee | Filmfare Awards" (en ভাষাত). filmfare.com. https://www.filmfare.com/awards/filmfare-awards-south-2018/telugu/nominations/best-actor-male/prabhas। আহৰণ কৰা হৈছে: 2020-06-02. 
  33. "SIIMA AWARDS | 2018 | winners | |". siima.in. Archived from the original on 2018-09-24. https://web.archive.org/web/20180924201426/http://siima.in/2018/winners.html। আহৰণ কৰা হৈছে: 2020-06-02. 
  34. "Highest Grossing Debut Actor" (en ভাষাত). Koimoi. 17 February 2020. https://www.koimoi.com/bollywood-news/prabhas-manages-to-bag-his-first-ever-bollywood-award-for-saaho/. 
  35. "Highest Grossing Debut Actor" (en ভাষাত). Iwmbuzz. 17 February 2020. https://www.iwmbuzz.com/movies/news-movies/baahubali-superstar-prabhas-wins-first-bollywood-award/2020/02/17. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]