২৩ এপ্ৰিল
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২২ |
২৩ এপ্ৰিল (ইংৰাজী: 23 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰ শেষ হ'বলৈ ২৫৪ দিন বাকী থাকে। ২৩ এপ্ৰিল (ইংৰাজী: 23 April) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৩ তম (অধিবৰ্ষত ১১৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা--
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৬৮ - ব্ৰিটেইনত প্ৰথম দশমিক মুদ্ৰা আৰম্ভ হয়।
জন্ম[সম্পাদনা কৰক]
- ১৮৫৮ - মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (মৃত্যু: ৪ অক্টোবৰ, ১৯৪৭)
- ১৯৪১ - ৰে টমলিনছন, মাৰ্কিন কম্পিউটাৰ প্ৰ'গ্ৰামাৰ আৰু পৃথিৱীৰ প্ৰথম ই-মেইল প্ৰৱৰ্তনকাৰী।
- ১৯৭৭ - জন ছিনা, মাৰ্কিন ৰেচলাৰ।
মৃত্যু[সম্পাদনা কৰক]
- ১৬১৬- উইলিয়াম শ্বেইকছপীয়েৰ, ইংৰাজী সাহিত্য তথা বিশ্বসাহিত্যৰ প্ৰথম শ্ৰেণীৰ নাট্যকাৰ আৰু সাহিত্যিক। (জন্ম: ১৫৬৪)
- ১৮৫০- উইলিয়াম ৱাৰ্ডচৱাৰ্থ, অন্যতম ইংৰাজী ৰোমাণ্টিক কবি। (জন্ম: ৭ এপ্ৰিল ১৭৭০)
- ১৯৯২- ভাৰত-ৰত্ন সত্যজিৎ ৰায়, বাংলা চলচ্চিত্ৰৰ পৰিচালক, সাহিত্যিক, চিত্ৰকৰ। (জন্ম: ২ মে', ১৯২১)
- ২০২০ - ঊষা গাঙ্গুলী, প্ৰখ্যাত ভাৰতীয় নাট্য পৰিচালক-অভিনেত্ৰী। (জন্ম: ১৯৪৫)