মাৰ্চ
অৱয়ব
| << | মাৰ্চ | >> | ||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
| ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
| ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
| ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
| ২৯ | ৩০ | ৩১ | ||||
| ২০২৬ | ||||||
মাৰ্চ গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসাৰি বছৰৰ তৃতীয় মাহ। এই মাহত মুঠ ৩১ দিন থাকে।
নামকৰণ
[সম্পাদনা কৰক]মাৰ্চ শব্দটি প্ৰাচীন ৰোমান শব্দৰ পৰা আহিছে। ৰোমান বৰ্ষপজ্ঞিকাত মাৰ্চ আছিল প্ৰথম মাহ। ৰোমানসকলৰ যুদ্ধ দেৱতা মাৰিটাচৰ পৰা মাৰচ শব্দটোৰ আৰ্বিভাৱ হয়। মাৰচৰ পৰাই আধুনিক মাৰ্চ শব্দটো আহিছে।
দিৱস
[সম্পাদনা কৰক]- বীমা দিৱস : ১ মাৰ্চ
- পতাকা দিৱস : ২ মাৰ্চ
- বিশ্ব বন্যপ্ৰাণী দিৱস : ৩ মাৰ্চ
- আন্তৰ্জাতিক নাৰী দিৱস : ৮ মাৰ্চ
- আন্তৰ্জাতিক গণিত দিৱস : ১৪ মাৰ্চ
- আন্তৰ্জাতিক সুখ দিৱস : ২০ মাৰ্চ
- বিশ্ব কবিতা দিৱস : ২১ মাৰ্চ
- বিশ্ব জল দিৱস : ২২ মাৰ্চ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||||||||||||||||||||