২১ মাৰ্চ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২২ |
২১ মাৰ্চ (ইংৰাজী: 21 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮০তম (অধিবৰ্ষত ৮১তম) দিন। বছৰ শেষ হ'বলৈ ২৮৫ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮২৯ - স্পেনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত।
- ১৮৩৬ - কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়।
- ১৮৫৭ - টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়।
- ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে।
- ২০০৬ - টুইটাৰ প্ৰতিষ্ঠিত হয়।
জন্ম[সম্পাদনা কৰক]
- ১৯০৫ - শ্বহীদ কুশল কোঁৱৰৰ জন্মদিন।
- ১৯৭৮ - ৰাণী মুখাৰ্জী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু[সম্পাদনা কৰক]
ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২১ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|