১২ জুন
Jump to navigation
Jump to search
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২১ |
১২ জুন (ইংৰাজী: 12 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৩তম (অধিবৰ্ষত ১৬৪তম) দিন। বছৰ শেষ হ'বলৈ ২০২ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
জন্ম[সম্পাদনা কৰক]
- ১২ জুন তাৰিখেই ১৯২৯ চনত এন ফ্ৰাঙ্কৰ জন্ম হয়। দ্য ডায়েৰী অব এ ইয়ং গাৰ্লৰ বিখ্যাত এই গৰাকী লেখিকা।
মৃত্যু[সম্পাদনা কৰক]
- প্ৰসিদ্ধ কবি তথা সাহিত্যিক পদ্মধৰ চলিহাৰ মৃত্যু হৈছিল ১৯৬৯ চনৰ ১২ জুন তাৰিখে।
- বিহু সম্ৰাট খগেন মহন্তৰ মৃত্যু হৈছিল ২০১৪ চনৰ ১২ জুনত।
দিৱস[সম্পাদনা কৰক]
- বিশ্ব শিশু শ্ৰমিক দিৱস।
- ৰাছিয়াৰ স্বাধীনতা দিৱস।
- ফিলিপাইনৰ স্বাধীনতা দিৱস।
অন্যান্য[সম্পাদনা কৰক]
- ১৮৯৭ চনৰ ১২ জুন তাৰিখে এটা ৮.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। এই ভূমিকম্পৰ ফলত অসমত প্ৰায় ১৫০০ জন লোকৰ মৃত্যু হৈছিল।
- ১৮৮৩ চনত সোণৰ পদক লাভেৰে পদাৰ্থবিদ তথা ৰসায়নবিদ মেডাম কুৰীয়ে স্কুলীয়া জীৱন শেষ কৰিছিল। সেই তাৰিখটো আছিল ১২ জুন।
- মহাকাশলৈ যোৱা প্ৰথম মানৱ য়ুৰি গেগেৰিন-এ পোলেণ্ডৰ পৰা ‘‘Cross of Grunewald, 1st class’’ সন্মান লাভ কৰিছিল ১৯৬১ বৰ্ষৰ ১২ জুন তাৰিখে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১২ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|