নেক চান্দ চে'নি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেক চান্দ চে'নি
জন্ম ৫ ডিচেম্বৰ ১৯২৪
মৃত্যু ১২ জুন ২০১৫
চণ্ডীগড়
দেশ ভাৰতীয়
পেচা ভাস্কৰ্য্য আৰু স্থাপত্য
কৰ্মৰাজী চণ্ডীগড়ৰ ৰক গাৰ্ডেন
বঁটা পদ্মশ্ৰী (১৯৮৪)

নেক চান্দ চে'নি (ইংৰাজী: Nek Chand Saini; ৫ ডিচেম্বৰ ১৯২৪ – ১২ জুন ২০১৫)[1] এজন স্ব-শিক্ষিত ভাৰতীয় শিল্পী যাক চণ্ডীগড়ৰ ১৮ একৰ মাটি আৱৰি ৰখা বিখ্যাত ৰক গাৰ্ডেনৰ নিৰ্মাতা হিচাপে জনা যায়।[2]

তেওঁ বৰ্তমানৰ পাকিস্তানৰ গুৰ্ডাচপুৰ জিলাৰ শ্বাকৰগড় এলেকাৰ আছিল। ১৯৪৭ চনত হোৱা দেশ বিভাজনৰ সময়ত তেওঁৰ পৰিয়ালটি আহি চণ্ডীগড়ত থিতাপি লয়হি। সেই সময়্ত চুইচ/ফ্ৰেন্স স্থাপত্য শিল্পী লী কৰ্বোচিয়াৰৰ তত্ত্বাৱধানত চণ্ডীগড়ক আধুনিক চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। ইয়েই হৈছে ভাৰতৰ প্ৰথমখন পৰিকল্পিত মহানগৰ আৰু তাৰেই গড়কাপ্তানী বিভাগত পথ পৰিদৰ্শক হিচাপে চান্দ নিযুক্ত হয়। ১৯৮৪ চনত তেওঁক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানৰে বিভোষিত কৰা হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Nek Chand Saini was born on 15 December 1924 in a small Punjabi village of Barian Kalan." Page number 159, 'Univers caches: I’art outsider au Musee Dr Guislain’ Published by ‘Lannoo Uitgeverij’ 2008, ISBN 9020970232, 9789020970234
  2. Nek Chand Rock Garden Sublime spaces & visionary worlds: built environments of vernacular artists, by Leslie Umberger, Erika Lee Doss, Ruth DeYoung (CON) Kohler, Lisa (CON) Stone, Jane (CON) Bianco. Published by Princeton Architectural Press, 2007. ISBN 1568987285. Page 319-Page 322.