১৪ এপ্ৰিল
অৱয়ব
| এপ্ৰিল | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | |||
| ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
| ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
| ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
| ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
| ২০২৬ | ||||||
১৪ এপ্ৰিল (ইংৰাজী: 14 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৪তম (অধিবৰ্ষত ১০৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬১টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯১২ - RMS টাইটানিক আটলাণ্টিক মহাসাগৰত ডুব গৈছিল।
- ২০১০ - পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত হোৱা চক্ৰৱাতী ধুমুহাত ১২৩জন মানুহৰ মৃত্যু হয়।
- ২০২৩ - অসমে ১১,৩০৪ গৰাকী নৃত্যশিল্পী আৰু সৰ্ববৃহৎ ধুলীয়া (ঢোলবাদক) দলৰ সৈতে সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শন আয়োজন কৰি গুৱাহাটীত দুটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কলা-কুশলীক একত্ৰিত কৰি অসমীয়া সংস্কৃতিক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা হয়।
জন্ম
[সম্পাদনা কৰক]- ১৯১৪ - খুৰশীদ বানো, ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
- ১৯১৯ - শমশাদ বেগম, ভাৰতীয় গায়িকা।
- ১৯১৯ - কে সৰস্বতী আম্মা, ভাৰতীয় লেখিকা।
- ১৯২৮ - নিৰুপমা হাগজেৰ, ভাৰতীয় সমাজকৰ্মী।
- ১৯৪২ - মাৰ্গাৰেট আলভা, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৪৯ - ডলী গুলেৰীয়া, ভাৰতীয় গায়ক।
- ১৯৪৯ - অনুৰাধা কৈৰালা, নেপালৰ সমাজকৰ্মী।
- ১৯৫৭ - কৈলাশাভাদীভু শিৱান, ভাৰতীয় মহাকাশ বিজ্ঞানী।
- ১৯৭২ - কুনাল গাঞ্জাৱালা, ভাৰতীয় গায়ক।
- ১৮৯১ - ভীমৰাও ৰামজী আম্বেদকাৰ, ভাৰতীয় ৰাজনীতিজ্ঞ তথা ভাৰতৰ সংবিধানৰ ৰচক। (মৃত্যু: ৬ ডিচেম্বৰ, ১৯৫৬)
মৃত্যু
[সম্পাদনা কৰক]- ১৯৫০ - ৰমনা মহৰ্ষী, অৰুণাচলৰ প্ৰভাৱশালী হিন্দু দাৰ্শনিক আৰু ঋষি ।
- ১৯৬৩ - ৰাহুল সাংকৃত্যায়ন, ভাৰতীয় সুপণ্ডিত আৰু স্বনামধন্য পৰ্যটক। (জন্ম: ৯ এপ্ৰিল, ১৯২৫)
- ১৯৮৫ - প্ৰবীণ ফুকন, অসমীয়া নাট্যকাৰ, চলচ্চিত্ৰ আৰু নাট পৰিচালক, অভিনেতা তথা খেলুৱৈ।
- ২০০৫ - উমাকান্ত শৰ্মা, অসমীয়া সাহিত্যিক।
দিৱস
[সম্পাদনা কৰক]- আম্বেদকাৰ জয়ন্তী (ভাৰত)
- ক’লা দিৱস (দক্ষিণ কোৰিয়া)
- যুৱ দিৱস (এংগ'লা)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||||||||||||||||||||