১৮ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৮ মে' (ইংৰাজী: 18 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৮তম (অধিবৰ্ষত ১৩৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৭টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৭৬ - ভাৰতত প্ৰথম পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১০৪৮ - অমৰ খায়াম, ইৰাণৰ কবি, দাৰ্শনিক। (মৃ.০৪/১২/১১৩১)
  • ১৮৭২ - বাৰ্ট্ৰেণ্ড ৰাছেল, ইংৰাজ বিজ্ঞানী, শিক্ষাবিদ, দাৰ্শনিক, লেখক আৰু সাহিত্যত নোবেল বিজয়ী। (মৃত্যু: ২ ফেব্ৰুৱাৰী, ১৯৭০)

মৃত্যু[সম্পাদনা কৰক]

  • ২০০৯ - ভেলুপিল্লাই প্ৰভাকৰণ, শ্ৰীলঙ্কাৰ লংকা তামিল টাইগাৰ নেতা। (জ. ১৯৪৪)

ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]