৩ অক্টোবৰ
Jump to navigation
Jump to search
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২১ |
৩ অক্টোবৰ (ইংৰাজী: 3 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৬তম (অধিবৰ্ষত ২৭৭তম) দিন। বছৰ শেষ হ'বলৈ ৮৯ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
জন্ম[সম্পাদনা কৰক]
- ১৯৩৫ চনৰ আজিৰ দিনটোতে গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল।
- ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক তথা চিত্ৰনাট্য লেখক জে.পি. দত্তৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৬৭ চনৰ আজিৰ দিনটোতে চিলাই মেচিনৰ আৱিষ্কাৰক আমেৰিকান অভিযন্তা ইলিয়াছ হোৱেৰ মৃত্যু হৈছিল।
- ১৮৯৬ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি, সাহিত্যিক উইলিয়াম মৰিছৰ মৃত্যু হৈছিল (জন্ম ১৮৩৪ চন)।
অন্যান্য[সম্পাদনা কৰক]
- ২০১০ চনৰ আজিৰ দিনটোতে দিল্লীত ১৯তম কমনৱেল্থ গেইমৰ শুভাৰম্ভ হৈছিল।