৩ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

৩ অক্টোবৰ (ইংৰাজী3 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৬তম (অধিবৰ্ষত ২৭৭তম) দিন। বছৰ শেষ হ'বলৈ ৮৯ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

জন্ম[সম্পাদনা কৰক]

  1. ১৯৩৫ চনৰ আজিৰ দিনটোতে গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল।
  2. ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক তথা চিত্ৰনাট্য লেখক জে.পি. দত্তৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৮৬৭ চনৰ আজিৰ দিনটোতে চিলাই মেচিনৰ আবিস্কাৰক আমেৰিকান অভিযন্তা ইলিয়াছ হোৱেৰ মৃত্যু হৈছিল।
  2. ১৮৯৬ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি, সাহিত্যিক উইলিয়াম মৰিছৰ মৃত্যু হৈছিল (জন্ম ১৮৩৪ চন)।

অন্যান্য[সম্পাদনা কৰক]

  1. ২০১০ চনৰ আজিৰ দিনটোতে দিল্লীত ১৯তম কমনৱেল্‌থ গেইমৰ শুভাৰম্ভ হৈছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]