৭ মাৰ্চ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৩ |
৭ মাৰ্চ (ইংৰাজী: 7 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৫তম (অধিবৰ্ষত ৬৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০০টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৯২২ - অল্গা লেডিজেংস্কায়া, ৰাছিয়ান গণিতজ্ঞ।
- ১৯২৫ - ৰবীন্দ্ৰ কেলকৰ, ভাৰতীয় লেখক।
- ১৯৩২ - নন্দ তালুকদাৰ, অসমীয়া গৱেষক আৰু জীৱনীকাৰ।
- ১৯৪৪ - ইন্দুলতা শুক্লা, ভাৰতীয় শিক্ষাবিদ।
- ১৯৪৯ - গোলাম নবী আজাদ, ভাৰতীয় ৰাজনীতিবিদ।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৫২ - পৰমহংস যোগানন্দ, ভাৰতীয় সন্যাসী।
- ১৯৯৯ - ষ্টেনলি কুবৰিক, আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
- ২০১২ - বসন্ত দাস, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক।
- ২০১২ - ৰবি শংকৰ শৰ্মা, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
দিৱস[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৭ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|