৫ মাৰ্চ
অৱয়ব
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
৫ মাৰ্চ (ইংৰাজী: 5 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৩তম (অধিবৰ্ষত ৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০২টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯১৮ - মস্কোক ৰাছিয়াৰ ৰাজধানী কৰা হয়।
জন্ম
[সম্পাদনা কৰক]- ১৯০৫ - প্ৰভাৱতী দেৱী সৰস্বতী, ভাৰতীয় সাহিত্যিক।
- ১৯১১ - সুব্ৰত মুখোপাধ্যায়, ভাৰতীয় বায়ু সেনাৰ জনক।
- ১৯১২ - পূৰ্ণানন্দ দত্ত, অসমীয়া মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী।
- ১৯১৩ - গংগুবাঈ হংগল, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।
- ১৯৩৪ - ডেনিয়েল কাহনেমেন, ইজৰাইলী-আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ।
- ১৯৯০ - মনপ্ৰীত কৌৰ, ভাৰতীয় শ্বট-পুটাৰ।
মৃত্যু
[সম্পাদনা কৰক]- ১৮২৭ - আলেছেন্দ্ৰো ভল্টা, ইটালীয়ান পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী।
- ১৯৪৫ - বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য, অসমৰ প্ৰথমখন ইংৰাজী-অসমীয়া অভিধান প্ৰণেতা।
- ১৯৫৩ - জোছেফ ষ্টেলিন, ছোভিয়েট ইউনিয়নৰ নেতা আৰু হিটলাৰ বধৰ নায়ক।
- ২০১২ - শোভা ব্ৰহ্ম, অসমীয়া চিত্ৰ-শিল্পী আৰু ভাস্কৰ।
- ২০১৬ - ৰেই টম্লিনছন, আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামাৰ।
দিৱস
[সম্পাদনা কৰক]- শাৰীৰিক সংস্কৃতি আৰু ক্ৰীড়া দিৱস (আজেৰবাইজান)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৫ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|