অক্টোবৰ
অৱয়ব
| << | অক্টোবৰ | >> | ||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | |||
| ৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
| ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
| ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
| ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
| ২০২৫ | ||||||

অক্টোবৰ গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ দশম মাহ। এই মাহত মুঠ ৩১ দিন।
নামকৰণ
[সম্পাদনা কৰক]অক্টোবৰ মাহৰ নামটো লেটিন আৰু গ্ৰীক ভাষাৰ octa (ôctō)ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ অষ্টম। পিছলৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ কেলেণ্ডাৰত সংযোজন হয়।
প্ৰতীকসমূহ
[সম্পাদনা কৰক]

অক্টোবৰ মাহৰ জন্মৰ ৰত্ন হৈছে টুৰ্মেলিন আৰু অ'পেল।[1] ইয়াৰ জন্মৰ ফুল হৈছে কেলেণ্ডুলা।[2] এই মাহৰ ৰাশিচিহ্নসমূহ হৈছে তুলা (২২ অক্টোবৰলৈ) আৰু বৃশ্চিক (২৩ অক্টোবৰৰ পৰা)।[3][4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||||||||||||||||||||
- ↑ "Gemstone Leaflet". Jewelers of America. Archived from the original on 2012-02-22. https://web.archive.org/web/20120222185020/http://www.jewelers.org/pdf/ConsEdcn/Gemstone%20Leaflets.pdf। আহৰণ কৰা হৈছে: Jan 22, 2012.
- ↑ SHG Resources. "Birth Months, Flowers, and Gemstones". SHG Resources. Archived from the original on 2012-09-11. https://archive.today/20120911093344/http://www.shgresources.com/gems/birthflowers/। আহৰণ কৰা হৈছে: 2011-11-01.
- ↑ The Earth passes the junction of the signs at 22:59 UT/GMT October 22, 2020, and will pass it again at 04:51 UT/GMT October 23, 2021.
- ↑ Astrology Calendar, https://www.yourzodiacsign.com/calendar/. Signs in UT/GMT for 1950–2030.