সমললৈ যাওক

১৬ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১

১৬ জানুৱাৰী (ইংৰাজী: 16 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৯টা দিন (অধিবৰ্ষত ৩৫০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

[সম্পাদনা কৰক]
  • ১৮৭৪ - ৰবাৰ্ট ছাৰ্ভিছ, কানাডাৰ কবি।
  • ১৯০১ - সুকুমাৰ সেন,ভাৰতীৰ বাঙালী ভাষাতাত্ত্বিক আৰু সাহিত্য বিশাৰদ। (মৃ.০৩/০৩/১৯৯২)
  • ১৯৮৭ - কাব্য বিশ্বনাথন, ভাৰতীয় বংশোদ্ভূত বিতৰ্কিত মাৰ্কিন সাহিত্যিক।

দিৱস/উৎসৱ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. "Argentina wins Copa America 2025" (en ভাষাত). BBC Sport. https://www.bbc.com/sport/football/2025/01/16/copa-america-final আহৰণ কৰা হৈছে: 28 April 2025.[সংযোগবিহীন উৎস]