দেৱী শ্ৰী প্ৰসাদ
অৱয়ব
দেৱী শ্ৰী প্ৰসাদ | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম নাম | দেৱী শ্ৰী প্ৰসাদ |
| অন্য নাম | ডিএসপি ৰকষ্টাৰ |
| জন্ম | ২ আগষ্ট, ১৯৭৯ (৪৬ বছৰ) ভেদুৰুপকা, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
| পেচা | সংগীত গীতিকাৰ, কণ্ঠশিল্পী, পৰিচালক |
| বাদ্যযন্ত্ৰ |
|
| সক্ৰিয়তাৰ বছৰ | ১৯৯৯ - বৰ্তমানলৈ |
দেৱী শ্ৰী প্ৰসাদ' (তেলেগু: దేవిశ్రీ ప్రసాద్, তামিল: தேவி ஸ்ரீ பிரசாத்) (জন্ম: আগষ্ট ২, ১৯৭৯) এজন ভাৰতীয় সংগীত গীতিকাৰ, কণ্ঠশিল্পী আৰু পৰিচালক। তেওঁ মূলতঃ তেলেগু, আৰু তামিল ভাষাৰ বোলছবিৰ গীততো কণ্ঠ নিগৰাইছে।
কৰ্মৰাজি
[সম্পাদনা কৰক]As composer
[সম্পাদনা কৰক]Filmography
[সম্পাদনা কৰক]| Year | Film | Language | Role |
|---|---|---|---|
| 2004 | Shankar Dada MBBS | Telugu | Cameo appearance in a song |
| 2011 | Vedi | Tamil | Cameo appearance in Kadhalikka Pennoruthi |
| 2013 | Attarintiki Daredi | Telugu | Cameo appearance in Ninnu Chudagane |
As lyricist
[সম্পাদনা কৰক]| Year | Film |
|---|---|
| 2000 | Vamsi |
| 2002 | Kalusukovalani |
| 2004 | Shankar Dada MBBS |
| 2007 | Shankar Dada Zindabad |
| 2011 | Julayi |
| 2012 | Gabbar Singh |
| 2013 | Attarintiki Daredi |
| 2015 | S/O Satyamurthy |
| 2015 | Puli |
| 2015 | Kumari 21F |
| 2016 | Nannaku Prematho |