জেক কেৰুৱাক
Jump to navigation
Jump to search
জেক কেৰুয়াক | |
---|---|
![]() জ্যাক কেৰুয়াক (টম পালুম্বই তোলা ছবি, ১৯৫৬) | |
জন্ম | জিন লুইছ কেৰুয়াক[1] ১২ মাৰ্চ, ১৯২২ ল'ৱেল, মাচাচুচেট্ছ্, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ২১ অক্টোবৰ, ১৯৬৯ (৪৭ বছৰ) ছেইণ্ট পিটাৰ্ছবাৰ্গ, ফ্ল'ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেছা | ঔপন্যাসিক, কবি, চিত্ৰশিল্পী |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
ধৰণ | বিট কবিসকল |
সাহিত্যিক বিপ্লৱ | বিট |
উল্লেখনীয় কৰ্মৰাজি | On the Road The Dharma Bums Big Sur |
প্ৰভাবিত হয়
হেনৰী মিলাৰ, থমাছ ৱ'ল্ফ, ফ্ৰয়ডৰ ডষ্টভস্কী, মাৰ্চেল প্ৰুষ্ট, জেক লণ্ডন, জেম্ছ জয়চ, নীল কেচেডী, ৱাল্ট হ্ৱিটমেন, চাৰ্লি পাৰ্কাৰ, আৰ্থাৰ ৰিমব'ড, হাৰ্ট ক্ৰে'ন, আৰ্নেষ্ট হেমিংৱে, ৱিলিয়াম বাৰ'জ, গেৰী চিন্দাৰ
| |
প্ৰভাবিত কৰে
থ'মাছ পিনছন, টম ৰবিন্ছ, ৰিচাৰ্ড ব্ৰ'টিগেন], কেন কেচী, ৰাচেল বেঙ্ক্ছ, জয়চ জনচন, জিম ম'ৰিছন, ৰয় হাৰ্পাৰ, জন লেনেন, বব ডিলান, টম ৱ'ল্ফ, টম ৱেইট্ছ, জেৰী গাৰ্চিয়া, হাৰুকি মুৰাকামী, বেন গিবাৰ্ড, ৱিল ক্লাৰ্ক
| |
স্বাক্ষৰ | ![]() |
জেক কেৰুয়াক (ইংৰাজী: Jack Kerouac) আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক। তেওঁৰ জন্ম ১৯২২ চনৰ ১২ মাৰ্চ। মৃত্যু ১৯৬৯ চনৰ ২১ অক্টোবৰ।
সাহিত্যকৃতি[সম্পাদনা কৰক]
- অন দি ৰ'ড
- ডক্টৰ চাক্স
- দি ধৰ্মা বাম্ছ
- মেসিকো চিটি ব্লুজ
- দি চাবটেৰানিয়ান্স
- ডেজোলেচন এঞ্জেল্ছ
- ভিজন্ছ অফ ক'ডি
- বিগ সুৰ
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ McGrath, Charles. "Another Side of Kerouac: The Dharma Bum as Sports Nut," The New York Times (May 15, 2009). Accessed May 16, 2009.
- চাৰ্লস মেকগ্ৰাথ: এনাদাৰ চাইড অফ কেৰুয়াক ( ২০০৯ )
- জেৰল্ড নিকোচিয়া: এ ক্ৰিটিকাল বায়োগ্ৰাফি অফ জ্যাক কেৰুয়াক ( ১৯৮৩ )
বাহ্যিক সংযোগ[সম্পাদনা কৰক]