মহম্মদ চালেহ আকবৰ হাইদৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী
অসমৰ ৰাজ্যপাল
কাৰ্যকাল
৪ মে ১৯৭৪ – ২৮ ডিচেম্বৰ ১৯৪৮
পূৰ্বসূৰী হেনৰী ফ'লে নাইট (কাৰ্যবাহী)
উত্তৰসূৰী ৰ'নাল্ড্ ফ্ৰান্সিছ ল'ড্জ্ (কাৰ্যবাহী)
ব্যক্তিগত তথ্য
জন্ম ১২ অক্টোবৰ, ১৮৯৪
ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ২৮ ডিচেম্বৰ, ১৯৪৮ (৫৪ বছৰ)
ৱাইখং, মণিপুৰ(প্ৰিন্সলী ষ্টেট), ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসঙ্গী চিগৰিদ ৱেষ্টলিং
পিতৃ-মাতৃ আকবৰ হাইদৰী
আমিনা হাইদৰী
পেচা প্ৰশাসনিক বিষয়া, ৰাজনৈতিক নেতা
পুৰস্কাৰ অৰ্ডাৰ অফ ব্ৰিটিছ ইণ্ডিয়া
অৰ্ডাৰ অফ ষ্টাৰ অফ ইণ্ডিয়া

ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, (১২ অক্টোবৰ ১৮৯৪ – ২৮ ডিচেম্বৰ ১৯৪৮) এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা। তেওঁ ব্ৰিটিছ চৰকাৰে শেষ নিযুক্তি দিয়া আৰু প্ৰথম ভাৰতীয় অসমপ্ৰদেশৰ ৰাজ্যপাল। তেওঁ স্বাধীন ভাৰতত অসম প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে কৰ্মৰত হয়।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৯৪ চনৰ ১২ অক্টোবৰ তাৰিখে মহম্মদ হাইদৰীৰ জন্ম হয়। তেওঁৰ পিতৃ আকবৰ হাইদৰী আৰু মাতৃ আমিনা হাইদৰী।[1] তেওঁলোকৰ ১১ জন সন্তান আছিল।[2] বিখ্যাত ভাৰতীয় কংগ্ৰেছৰ নেতা আৰু অধিবক্তা বদৰুদ্দিন তৈবাজী তেওঁৰ খুড়াককা আছিল। মহম্মদ হাইদৰীয়ে বোম্বে আৰু অক্সফোৰ্ডত শিক্ষাগ্ৰহণ কৰে। তাৰপিছত তেওঁ ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰে। ১৯১৯ চনত তেওঁ মাদ্ৰাজ প্ৰেচিডেন্সীত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে।

কৰ্মজীৱন[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Lady Hydari Club". dome.mit.eduMassachusetts Institute of Technology. Archived from the original on 6 May 2017. https://web.archive.org/web/20170506183235/https://dome.mit.edu/handle/1721.3/32100। আহৰণ কৰা হৈছে: 6 May 2017. 
  2. "Sir Mohammed Saleh Mohammed Akbar Hydari". meherbabatravels.com. Archived from the original on 6 May 2017. https://web.archive.org/web/20170506191215/https://www.meherbabatravels.com/personalities/sir-akbar-hydari/। আহৰণ কৰা হৈছে: 6 May 2017.