সুনীল কোঠাৰী
অৱয়ব
সুনীল কোঠাৰী | |
---|---|
২০১৫ চনত সুনীল কোঠাৰী | |
জন্ম | ২০ ডিচেম্বৰ, ১৯৩৩ |
মৃত্যু | ২৭ ডিচেম্বৰ, ২০২০ (৮৭ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | শাস্ত্ৰীয় নৃত্য সমালোচনা |
সক্ৰিয় হৈ থকা সময় | ১৯৫৬ – ২০২০ |
জনা যায় | ভাৰতীয় শাস্ত্ৰীয় নৃত্য |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী, ২০০১ সংগীত নাটক একাডেমী বঁটা, ১৯৯৫ |
ৱেবছাইট | |
www |
সুনীল কোঠাৰী (ইংৰাজী: Sunil Kothari, ২০ ডিচেম্বৰ ১৯৩৩ – ২৭ ডিচেম্বৰ ২০২০)[1] এগৰাকী ভাৰতীয় নৃত্য ইতিহাসবিদ, বিদ্বান আৰু সমালোচক। তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ ১৯৬৪ চনত এম.এ. আৰু ১৯৭৭ চনত পি.এইচ.ডি. সম্পূৰ্ণ কৰে। পেছাদাৰীভাৱে, সুনীল কোঠাৰী এগৰাকী ৰাজকীয় সদনপ্ৰাপ্ত হিচাপবিদ বা চাৰ্টাৰ্ড একাউনটেণ্ট। তেওঁ 'দ্য টাইমছ অফ ইণ্ডিয়া' বাতৰি-কাকতৰ সৈতে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ চিডিনহাম কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্সত শিক্ষকতা কৰিছিল। তাৰপিছত তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল। ইয়াৰ মাজে-সময়ে তেওঁ লিখা-মেলাও কৰিছিল। তেওঁ নতুন দিল্লীৰ এছিয়ান গেমছ ভিলেজত বাস কৰিছিল।[3][4]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ https://www.thehindu.com/news/national/dance-historian-sunil-kothari-dies-of-cardiac-arrest/article33429773.ece
- ↑ http://www.rediff.com/entertai/2001/apr/27uday.htm
- ↑ "સુનિલ કોઠારીને રણજિતરામ સુવર્ણચંદ્રક એનાયત કરાશે (Ranjitram Suvarna Chandrak will be awarded to Sunil Kothari)" (gu ভাষাত). Divya Bhaskar. 30 August 2014. http://m.divyabhaskar.co.in/news/Ahmedabad-City/1041/MGUJ-AHM-ranjitram-suvarna-chandrak-will-be-awarded-sunil-kothhari-4728408-NOR.html.
- ↑ "રણજિતરામ ચંદ્રક મારા માટે નોબેલ છે (Ranjitram Chandrak is the Nobel for me)" (gu ভাষাত). Divya Bhaskar. 2 September 2014. http://m.divyabhaskar.co.in/news/Ahmedabad-City/1041/MGUJ-AHM-MAT-latest-ahmedabad-news-024003-488773-NOR.html.