ভাগৱত পেটেল
অৱয়ব
ভাগৱত পেটেল | |
---|---|
মধ্যপ্ৰদেশ বিধানসভা | |
কাৰ্যকাল ১৯৯০ – ১৯৯৩ | |
পূৰ্বসূৰী | অশোক ছাবলে |
উত্তৰসূৰী | অশোক ছাবলে |
সমষ্টি | বেতুল |
ব্যক্তিগত তথ্য | |
জন্ম | প্ৰায় ১৯৩৬ |
মৃত্যু | ৮ ফেব্ৰুৱাৰী ২০২০ (বয়স ৮৪) |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
ভাগৱত পেটেল (প্ৰায় ১৯৪৪ – ৮ ফেব্ৰুৱাৰী ২০১৯) মধ্যপ্ৰদেশৰ এজন ৰাজনীতিবিদ আছিল। তেঁও বেতুল বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
জীৱনী
[সম্পাদনা কৰক]ভাগৱত পেটেল ১৯৯০ চনত বেতুল বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।[1] ২০২০ চনৰ ৮ ফেব্ৰুৱাৰীত ৮৪ বয়সত তেখেতৰ মৃত্যু হয়।[2][3]
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Madhya Pradesh Assembly Election Results in 1990". www.elections.in. https://www.elections.in/madhya-pradesh/assembly-constituencies/1990-election-results.html। আহৰণ কৰা হৈছে: 6 February 2020.
- ↑ "बैतूल के पूर्व भाजपा विधायक भगवत पटेल का निधन, रविवार को होगा अंतिम संस्कार" (hi ভাষাত). 7 February 2020. https://www.bhaskar.com/mp/hoshangabad/news/betul-former-bjp-mla-bhagwat-patel-passes-away-funeral-to-be-held-on-sunday-126704439.html। আহৰণ কৰা হৈছে: 8 February 2020.
- ↑ "बैतूल: पूर्व विधायक भगवत पटेल का लंबी बीमारी के बाद निधन, बीजेपी में शोक की लहर" (hi ভাষাত). 7 February 2020. https://zeenews.india.com/hindi/india/madhya-pradesh-chhattisgarh/former-bjp-mla-bhagwat-patel-dies-after-prolonged-illness-in-betul/637549। আহৰণ কৰা হৈছে: 8 February 2020.