ভাগৱত পেটেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাগৱত পেটেল
মধ্যপ্ৰদেশ বিধানসভা
কাৰ্যকাল
১৯৯০ – ১৯৯৩
পূৰ্বসূৰী অশোক ছাবলে
উত্তৰসূৰী অশোক ছাবলে
সমষ্টি বেতুল
ব্যক্তিগত তথ্য
জন্ম প্ৰায় ১৯৩৬
মৃত্যু ৮ ফেব্ৰুৱাৰী ২০২০ (বয়স ৮৪)
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি

ভাগৱত পেটেল (প্ৰায় ১৯৪৪ – ৮ ফেব্ৰুৱাৰী ২০১৯) মধ্যপ্ৰদেশৰ এজন ৰাজনীতিবিদ আছিল। তেঁও বেতুল বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

জীৱনী[সম্পাদনা কৰক]

ভাগৱত পেটেল ১৯৯০ চনত বেতুল বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।[1] ২০২০ চনৰ ৮ ফেব্ৰুৱাৰীত ৮৪ বয়সত তেখেতৰ মৃত্যু হয়।[2][3]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]