মাৰ্ক জুকাৰবাৰ্গ
Jump to navigation
Jump to search
মাৰ্ক জুকাৰবাৰ্গ (ইংৰাজী: Mark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইন্টাৰনেট উদ্যামী৷ ইন্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে৷ তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত৷[1][2] তেওঁৰ দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এগৰাকী দন্ত্য চিকিৎসক আৰু মাক কেৰেন কেম্পনেৰ এগৰাকী মনৰোগ চিকিৎসক৷[3] জুকাৰবাৰ্গ এতিয়া ফেইচবুকৰ মুখ্য কাৰ্যকাৰী (CEO)-ৰ লগতে সহ-প্ৰতিষ্ঠাপক হিচাপে আছে৷ ২০১৮ চনলৈকে তেওঁৰ নিজা সম্পত্তিৰ পৰিমাণ ৭২.৫ বিলিয়ন আমেৰিকান ডলাৰ বুলি অনুমাণ কৰা হৈছিল৷[4][5]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Pilkington, Ed (March 10, 2011). "Forbes rich list: Facebook six stake their claims". The Guardian (UK). https://www.theguardian.com/technology/2011/mar/09/forbes-rich-list-facebook-six.
- ↑ Malone, Jasmine (December 15, 2010). "Mark Zuckerberg wins Time person of the year: profile". The Daily Telegraph (London, UK). http://www.telegraph.co.uk/technology/mark-zuckerberg/8204697/Mark-Zuckerberg-wins-Time-person-of-the-year-profile.html.
- ↑ "The Zuckerbergs of Dobbs Ferry", New York (May 14, 2012), http://nymag.com/news/features/zuckerberg-family-2012-5/index1.html, r কৰা হৈছে: May 21, 2012
- ↑ "Mark Zuckerberg". Forbes. https://www.forbes.com/profile/mark-zuckerberg/। আহৰণ কৰা হৈছে: May 19, 2012.
- ↑ Grossman, Lev (December 15, 2010). "Person of the Year 2010: Mark Zuckerberg". Time. https://www.time.com/time/specials/packages/article/0,28804,2036683_2037183_2037185,00.html.