মাৰ্ক জুকাৰবাৰ্গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
২০১৪ চনৰ মাৰ্ক জুকাৰবাৰ্গ ছবি

মাৰ্ক জুকাৰবাৰ্গ এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইন্টাৰনেট উদ্যামী৷ ইন্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে৷ তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত৷[1][2] তেওঁৰ দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এগৰাকী দন্ত্য চিকিৎসক আৰু মাক কেৰেন কেম্পনেৰ এগৰাকী মনৰোগ চিকিৎসক৷[3] জুকাৰবাৰ্গ এতিয়া ফেইচবুকৰ মুখ্য কাৰ্যকাৰী (CEO)-ৰ লগতে সহ-প্ৰতিষ্ঠাপক হিচাপে আছে৷ ২০১৮ চনলৈকে তেওঁৰ নিজা সম্পত্তিৰ পৰিমাণ ৭২.৫ বিলিয়ন আমেৰিকান ডলাৰ বুলি অনুমাণ কৰা হৈছিল৷[4][5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]