সমললৈ যাওক

প্ৰকাশ ৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰকাশ ৰাজ

কেৰালাৰ সাহিত্য উৎসৱত প্ৰকাশ ৰাজ, ২০১৮
জন্ম প্ৰকাশ ৰাজ
২৬ মাৰ্চ, ১৯৬৫ (৬১ বছৰ)[1]
বাংগালুৰু,[2] মহীশূৰ জিলা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • পৰিচালক
  • প্ৰযোজক
  • টেলিভিচন উপস্থাপক
  • কৰ্মী
  • ৰাজনীতিবিদ
সক্ৰিয় হৈ থকা সময় ১৯৮৬–বৰ্তমান
দাম্পত্যসঙ্গী ললিতা কুমাৰী (বি. ১৯৯৪; বিবি. ২০০৯)
পোনী বৰ্মা (বি. ২০১০)
সন্তান

প্ৰকাশ ৰাজ (ইংৰাজী: Prakash Raj; জন্ম : ২৬ মাৰ্চ ১৯৬৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা,[3] পৰিচালক, প্ৰযোজক, টেলিভিচন উপস্থাপক, কৰ্মী আৰু ৰাজনীতিবিদ,[4] যিয়ে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতত অভিনয়ৰ বাবে পৰিচিত।[5][6]

কন্নড় টেলিভিচন ইণ্ডাষ্ট্ৰি আৰু কন্নড় চলচ্চিত্ৰত কিছু বছৰ কাম কৰাৰ পিছত, তেওঁ কে. বালাচন্দ্ৰৰ 'ডিউ’ট' (১৯৯৪) ৰ জৰিয়তে তামিল চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল আৰু তেতিয়াই তেওঁ তামিল চলচ্চিত্ৰ জগতত বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰ তাৰকা লৈ পৰিগণিত হৈছিল। স্মৰণত তেওঁ তেওঁৰ প্ৰডাকচন কোম্পানীৰ নাম 'ডিউ’ট মুভিজ' ৰাখিছিল।[7][8] প্ৰকাশে হিন্দী ভাষাৰ কেইখনমান চলচ্চিত্ৰতো কাম কৰিছিল।

মাতৃভাষা কান্নডা ভাষাৰ বাহিৰেও তামিল, তেলেগু, মালয়ালম, মাৰাঠি, হিন্দী আৰু ইংৰাজী ভাষাত তেওঁৰ সাবলীলতাই তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বাধিক সন্ধানী অভিনেতাসকলোৰ মাজত স্থান দিছে।[9]

তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল। অভিনেতা হিচাবে ১৯৯৮ চনত মণি ৰত্নমৰ 'ইৰুভাৰ'ত শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল, ১৯৯৮ চনত কৃষ্ণ বংশী পৰিচালিত তেলেগু চলচ্চিত্ৰ 'অন্তপুৰম'ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল[10] আৰু প্ৰিয়দৰ্শন পৰিচালিত তামিল চলচ্চিত্ৰ 'কাঞ্চিভৰাম'ৰ ভূমিকাত অভিনয়ৰ বাবে ২০০৭ চনত শ্ৰেষ্ঠ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[11]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰকাশ ৰাজৰ ১৯৬৫ চনৰ ২৬ মাৰ্চ তাৰিখে বাংগালুৰুত জন্ম হৈছিল[12][2][1] তেওঁৰ পিতৃ তুলু আৰু মাতৃ কন্নড় আছিল।[13]

তেওঁৰ ভাতৃ প্ৰসাদ ৰাজও এগৰাকী অভিনেতা।[2][14] তেওঁ চেণ্ট জোচেফচ্‌ ইণ্ডিয়ান হাই স্কুলৰ পৰা স্কুল শিক্ষা শেষ কৰি তেওঁ বাংগালুৰুৰ চেণ্ট জোচেফ কলেজ অফ কমাৰ্চত পঢ়িবলৈ লয়। বিশিষ্ট তামিল চলচ্চিত্ৰ পৰিচালক কে. বালচন্দ্ৰৰ পৰামৰ্শত প্ৰকাশ ৰাজে তেওঁৰ নাম পৰিৱৰ্তন কৰি ‘ৰাজ’ কৰিছিল; যদিও তেওঁক নিজ ৰাজ্য, কৰ্ণাটকত প্ৰকাশ ৰায় বুলিয়ে অভিহিত কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]

১৯৯৪ চনত প্ৰকাশ ৰাজ অভিনেত্ৰী ললিতা কুমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সিহঁতৰ দুজনী কন্যা, মেঘনা আৰু পূজা আৰু পুত্ৰ সন্তানটোৰ নাম সিধু।[15][16] ২০০৯ চনত এই দম্পতীৰ বিবাহবিচ্ছেদ হৈছিল।[17] তেওঁ ২০১০ চনৰ ২৪ আগষ্টত কৰিঅ’গ্ৰাফাৰ পোনী বৰ্মাক বিয়া কৰাইছিল।[18] সিহঁতৰ সন্তানটোৰ নাম বেদান্ত[19][20]

প্ৰকাশ ৰাজ দাবি কৰিছিল যে, তেওঁ এগৰাকী নাস্তিক।[6]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]

অভিনেতা হিচাপে

[সম্পাদনা কৰক]

১৯৮০-১৯৮৯

[সম্পাদনা কৰক]
চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা তথ্য প্ৰসংগ
১৯৮৮মিথিলেয়া চেথেয়াৰুকন্নড়

১৯৯০–১৯৯৯

[সম্পাদনা কৰক]
চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা তথ্য প্ৰসংগ
১৯৯০মুথিনা হাৰাজয় সিংকন্নড়
ৰামাচাৰীকন্নড়
অনুকূলাক্কোব্বা গান্দাকন্নড়
১৯৯১কেৰালিদা কেশৰী (Keralida Kesari)মাৰি বিৰাপ্পানকন্নড়
১৯৯২চমৎকাৰ (Chamatkara)ইন্সপেক্টৰ ৰাওকন্নড়কেমিঅ’ এপিয়াৰেঞ্চ
মাল্লিগ হোভকন্নড়
১৯৯৩হাৰাকেয়া কুৰিবাদ্ৰীকন্নড়
ট্ৰপিকেল হিট (Tropical Heat)পলিচ অফিচাৰইংৰাজী [21]
১৯৯৪ডিউ’টএক্টৰ চাৰপীতামিল
নিষ্কাৰ্ষসুৰেশকন্নড়
ল’কআপ ডেথগিৰিকন্নড়
নীলাৰমেশতামিল
ময়োৰ প্ৰভাকৰ (Mayor Prabhakar)কন্নড়
১৯৯৫থালাইভানিন আৰুলুল্লাম (Thalaivanin Arulullam)দেৱ সৰভাননতামিল
বম্বেকুমাৰতামিল
সংকল্পমগাদ্দাপালুগু চেঞ্চু ৰামৈয়াহতেলেগু
পুল্লাকুত্তিকৰনপ্ৰকাশ ৰাওতামিল
আশয়মেজৰ মাধৱনতামিল
চেথানামৰাজশেখৰতামিল
১৯৯৬কাল্কীপ্ৰকাশতামিলশ্ৰেষ্ঠ খলনায়কৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা
দ্য প্ৰিন্সগুৰু/ভেঙ্কাটেশমালয়ালম
প্ৰিয়মধৰ্মাতামিল
সুবাসআৰুমুগাস্বামীতামিল
সহনম (Sahanam)কে.এন.ৰাওতেলেগু
গানশ্ব’টআলি জাফাৰ খানতেলেগু
বিনোদামতেলেগু
জননী (Janani)কন্নড়
ইন্দ্ৰপ্ৰস্থমমোহন গৰ্গমালয়ালম
পবিত্ৰ বন্ধমসুৰীয়াতেলেগু
বিশ্বনাথমাইকেলতামিল
পুমনিঅশ্বিনীন সুব্ৰমণিয়ামতামিল
আলেকজেণ্ডাৰঅশোকতামিল
১৯৯৭সুস্বগাথামবাসুদেৱ ৰাওতেলেগু
হিটলাৰপ্ৰকাশ ৰাজতেলেগু
ইৰুভৰতামিলঝসেলভানতামিলসহ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
মিনসৰা কানাভুজয়পালতামিল
মোম্মাগাকন্নড়
অৰবিন্দনকৃষ্ণান কুমাৰতামিল
অৰু য়াথ্ৰামোঝীসত্যমালয়ালম
ৰাশিমেলাপাত্তী ৰামস্বামীৰ পুত্ৰতামিল
ধিনামুম ইন্নাই গাভানীৰোলেক্সতামিল
ভিহআই পিতামিলকেমিঅ’ এপিয়াৰেঞ্চ
নন্দিনীপ্ৰকাশতামিল
নাগামান্দালাআপ্পান্নাকন্নড়
নেৰ্ৰুক্কু নেৰকন্দস্বামীতামিল
পেল্লিচেচুকুন্দমতেলেগু
পাত্থিনীঈশ্বৰতামিল
বিদুকথাইনীলাকান্দামতামিল
১৯৯৮অন্তপুৰমনৰসিংহতেলেগুশ্ৰেষ্ঠ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ জুৰী)
চান্তচামনদেশনতামিল
কাভালাই পাদাথে সগোধাৰাতামিল
স্বৰ্ণমুখীআকাশতামিল
চোদলানী ভুন্দীমহেন্দ্ৰতেলেগু
য়াৰে নেনু চেলুভজেতুকন্নড়
সন্ধিপ্পোমাবিশ্বৰ পিতৃতামিল
চেন্থোৰামমুথু মুনিক্কামতামিল
চল্লামেলড॰ সূৰ্য প্ৰকাশতামিল
গুৰুপাৰভাইগুৰুমুৰ্তীতামিল
শান্তি শান্তি শান্তিগংগা প্ৰসাদকন্নড়
প্ৰেথসোদ থাপ্পাকন্নড়
১৯৯৯স্নেহম কোচামপেদ্দাব্বায়ীতেলেগু
ইন স্বাচা কাত্ৰাইগুৰুতামিল
পাদায়াপ্পাআইজি সুব্ৰমণিয়ামতামিলকেমিঅ’ এপিয়াৰেঞ্চ
ভেদু সামান্যুদু কাদু (Veedu Samanyudu Kaadu)তেলেগু
ৰাজাকুমাৰুদুধানুঞ্জয়তেলেগু
অন্তপুৰম (Anthapuram)নৰসিংহতামিল
পি (P)ভেঙ্কাট নাৰায়ণতেলেগু
ৰাজস্থানতামিল
প্ৰেমিনচেডী এন্দুকাম্মা (Preminchedi Endukamma)জগনতেলেগু
সমুদ্ৰামনোকা ৰাজুতেলেগু
জেডপ্ৰকাশকন্নড়

২০০০–২০০৯

[সম্পাদনা কৰক]
চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০০০কচেমামগা ভেল্লি লাভামগা ৰানদীমাষ্টৰতেলেগু
সঞ্চালনম (Sanchalanam)তেলেগু
অপ্পুমহাৰাণীতামিল
বাদ্ৰিনন্দতেলেগু
মনোহৰামশ্ৰীনিবাস মুৰ্তীতেলেগু
ৰিয়েল ষ্টোৰী (Real Story)বীৰৈয়াতেলেগু
আদাবি চুক্কা (Adavi Chukka)তেলেগু
চামুন্দীকন্নড়
মোদু মুক্কালাতাপৰমহামশাতেলেগু
চিন্না চিন্না কান্নিলেসাবেসনতামিল
আজাদচালিমতেলেগু
বানাভিলপ্ৰকাশতামিলশ্ৰেষ্ঠ খলনায়কৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা
বাচিতাতিনেনি কোটেশ্বৰ ৰাওতেলেগু
চিৰু নাব্বুথোপ্ৰতাপতেলেগু
তিৰুমালা তিৰুপতি ভেঙ্কাটেশতেলেগুকেমিঅ’ এপিয়াৰেঞ্চ
২০০১ম্ৰুগাৰাজুবাল্মীকি দোৰাতেলেগু
বাঞ্চিনাথনচিদামবৰমতামিল
মুৰাৰীশ্ৰীণুতেলেগুকেমিঅ’ এপিয়াৰেঞ্চ
উচিৰেৰুদ্ৰে গোৱদাকন্নড়
ঋষিতামিল
লিট্যল জনকাল ভৈৰৱন / কাল ভৈৰৱতামিল / হিন্দী / ইংৰাজী
দোষ্টএচিপি নীলাকান্দা ভ্ৰামাচাৰীতামিল
আম্মৈ কচম (Ammai Kosam)তেলেগু
প্ৰেমাক্কে চাইকন্নড়
ভালেভাদেৱী বসুবেনাৰ্জীতেলেগু
নুভু নাকু নাচাভমুৰ্তীতেলেগু
অল্লি থানদা ভানামতামিল
সাৰদুকুপোদাম ৰণ্ডীপ্ৰব্লেম পাৰামকুশম (Problem Paramkusam)তেলেগু
2002প্ৰেমাকু স্বাগতমমহেন্দ্ৰতেলেগু
কান্নাথিল মুথামিট্টালডা° হেৰোল্ড বিক্ৰমসিংতামিলশ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে আইটিএফএ বঁটা
ইকাঙ্গীকন্নড়
ধায়াধায়াতামিলশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ জুৰী)
আদ্ৰুটামপলিচ অফিচৰতেলেগু
ইন্দ্ৰচেন্না কেশৱ ৰেড্ডীতেলেগু
ইডিয়টবিপ্ৰ নাৰায়ণতেলেগু
শক্তি - দ্য পাৱাৰচাৰ্পচশ্বুটাৰহিন্দী
অতিথিআলী আব্দুল খানকন্নড়
নুভে নুভেবিশ্বনাথতেলেগুশ্ৰেষ্ঠ তেলেগু সহ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা
বব্বীয়াদাগিৰিতেলেগু
কাধল অঝিভাথিল্লাইতামিল
কাদগমআমজাদ খানতেলেগুশ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে নন্দী বঁটা
আই লাভ ইউ দাবিনয়তামিল
ৰাইফলচ্‌নৰসিংহ বৰ্মাতেলেগু
২০০৩চোক্কা থঙ্গামসুন্দৰমতামিলমনোনীত, শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা - তামিল
অক্কাডুঅবুল ৰেড্ডীতেলেগুসন্তোষাম বেষ্ট ভিলেইন এৱাৰ্ড
জুনিয়ৰচ্‌প্ৰিন্সিপালতেলেগু
ফুলচ্‌তেলেগু
গাংগত্ৰীনীলকণ্ঠ নাইডুতেলেগুনন্দী এৱাৰ্ড ফোৰ বেষ্ট ভিলেইন
দিলগৌৰী শংঙ্কৰতেলেগু
কাধাল সাদুগুডুচিদাম্বৰমতামিল
আম্মা নান্না অ’ তামিলা আম্মায়ীৰঘুবীৰতেলেগুনন্দী এৱাৰ্ড ফোৰ বেষ্ট কেৰেক্টাৰ এক্টৰ
নিজামএচিপি ৰাজা নৰেন্দ্ৰতেলেগু
চিমহাচলমদৰা স্বামী ৰাজুতেলেগু
চাৰমিনাৰ (Charminar)সুৰেন্দ্ৰ বাবুতেলেগু
ঠাকুৰসূৰ্যামতেলেগুশ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা - তেলেগু
নামইৰফান পাথান খানতামিল
প্ৰীতি প্ৰেমা প্ৰণয়াডা° অশোককন্নড়
শিৱামনিডাট্টুতেলেগু
২০০৪বৰ্ষমৰংগা ৰাওতেলেগু
লক্ষ্মী নৰসিংহধৰ্মা ভিক্ষামতেলেগু
অথাদে অকা সৈন্যামপ্ৰকাশ ৰাওতেলেগু
খাকীএচিপি শ্ৰীকান্ত নাইডুহিন্দী
থেক্কেক্কাৰা চুপাৰফাষ্টজুন্নীকুট্টীমলয়ালম
চেনু বাসন্তী লক্ষ্মীঅপ্পালা নাইডুতেলেগু
ঘিল্লীমুথু পান্দীতামিলফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট তামিল ভিলেইন
সাম্বাপশুপতিতেলেগু
কোদুকু (Koduku)নাৰায়ণানতেলেগু
যোগনামইন্সপেক্টৰ প্ৰতাপ ৰেড্ডীতেলেগু
শ্ৰী অঞ্জানেয়ামঅঞ্জিৰ পিতৃতেলেগু
বিম্বা (Bimba)ভৱম কুমাৰকন্নড়
চাৰ্ট : দ্য চেলেঞ্জনান্দুহিন্দী
না অট’গ্ৰাফপ্ৰকাশ কুমাৰতেলেগু
ইনত্লো শ্ৰীমতী বেধিলোসুন্দৰ মুৰ্তীতেলেগু
বাচুল ৰাজা এমবিবিএছবিশ্বনাথতামিল
আজাগিয়া থেয়েঅৰবিন্দতামিল
অৰ্জুনবালাতেলেগু
গিৰিসূৰ্যপ্ৰকাশতামিল
মি. কুমাৰ চন অফ মহালক্ষ্মীঈশ্বৰতামিল
কোঞ্চেম টাস্লো ভুন্তে চেপুটানু (Konchem Touchlo Vunte Cheputanu)তেলেগু
বিদ্যাৰ্থীতেলেগু
মাচদুৰ্গা প্ৰসাদতেলেগু
২০০৫আয়াকাৰুপ্পাস্বামীতামিল
নুব্বুস্তানাণ্টে নেনোড্ডাণ্টানাপ্ৰকাশতেলেগু
ধানা ৫১ (Dhana 51)তেলেগু
সংক্ৰান্তিগোৱৰ্ধন চৌধুৰীতেলেগু
চক্ৰমচক্ৰমৰ পিতৃতেলেগু
বান্নীসোমৰাজুতেলেগু
সুভাষ চন্দ্ৰ বসুভেঙ্কাটৰত্নমতেলেগু
অথানোক্কাদেৰামৰ পিতৃতেলেগু
ভদ্ৰাসুৰেন্দ্ৰতেলেগু
অমুধেয়ভিক্টৰতামিল
অৰিন্থুম অৰায়ামালুমআধি নাৰায়ণতামিল
অন্দাৰিবাডুবীৰেন্দ্ৰ (ঈৰু বাবু)তেলেগু
অন্নীয়ানডিচিপি প্ৰভাকৰতামিলতামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ড ফোৰ বেষ্ট ভিলেইন
অথাডুচিবিআই অভিচাৰ অঞ্জানেয়া প্ৰসাদতেলেগু
পোন্নিয়িন চেলভানগুৰুতামিল
পাণ্ডিপাডাপাণ্ডিদুৰাইমলয়ালম
পলিটিকেল ৰৱডীপাণ্ডুতেলেগু
আদুম কুধুজমিন্দাৰতামিলডাইৰেক্ট টু টেলিভিচন
ভাগীৰথভেংকাট ৰত্নমতেলেগু
শিৱাকাশীউদায়াপ্পাতামিলফিল্মফেয়াৰ এৱাৰ্ড ফোৰ বেষ্ট তামিল ভিলেইন
২০০৬পৰমশিৱমনন্দকুমাৰতামিল
আৰতিতামিল
সৰবানাসুন্দৰানান্দীতামিল
ইধায়া থিৰুদামমায়িলৰাৱণতামিল
সুয়েৎসাই এমএলএতামিল
অজয়বিজয়কন্নড়
ইল্লালু প্ৰিয়ুৰালা (Illalu Priyurala)বীৰ সিংতেলেগু
পোকিৰিআলি ভাইতেলেগু
বীৰভদ্ৰতেলেগু
থালৈনগৰমতামিল
পাৰিজাথমসন্তোষতামিল
বিক্ৰমাৰ্কুদুডিজিপিতেলেগুকেমিঅ’ এপিয়াৰেঞ্চ
অশোকঅশোকৰ পিতৃতেলেগু
বোম্মাৰিল্লুঅৰবিন্দতেলেগুশ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে নন্দী বঁটা
অৰাণকৰ্ণেলতামিল
বেট্টৈয়াদু বিলৈয়াদুঅৰোকিয়াৰাজতামিল
পেৰাৰাসুইলাক্ক্যামতামিল
ষ্টেলিনমুদু কৃষ্ণায়াতেলেগু
ভাথিয়াৰঈশ্বৰ পাণ্ডিয়ানতামিল
সৈনিকুদুমন্দি নানীতেলেগু
খতৰনাকতেলেগু
ইন থিৰুবিলৈয়াদাল আৰামবামগুৰুতামিল
ৰাশীতেলেগুকেমিঅ’ এপিয়াৰেঞ্চ
পইবিধিতামিল
২০০৭পক্বিৰীআলী ভাইBতামিলমনোনীত, শ্ৰেষ্ঠ খলনায়কৰ বাবে বিজয় বঁটা
লীপুথিৰানতামিল
মঝীVijayakumarতামিলশ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে বিজয় বঁটা
বিয়াবাৰীতামিলকেমিঅ’ এপিয়াৰেঞ্চ
আদিভৰম আদাভাল্লাকু চেলাভুতেলেগুকেমিঅ’ এপিয়াৰেঞ্চ
জাগাদমতেলেগুকেমিঅ’ এপিয়াৰেঞ্চ
মুন্নাকাখাতেলেগু
বীৰাপ্পুবেধুকান্নুতামিল
আৰিয়াকাচীতামিল
চিৰুথাকাৰ্থিকেয়াতেলেগু
কান্নাৰঘুনাথতামিল
২০০৮ভীমচীনাতামিল
ভেল্লী থিৰাজকান্নৈয়াতামিল
জলচাইন্দু আৰু ভাগ্যমতীৰ পিতৃতেলেগু
সন্তোষ সুব্ৰমণিয়ামসুব্ৰমণিয়ামতামিল
আৰাই ইন ৩০৫-ইল কাডাভুলকাডাভুলতামিল
কান্ত্ৰীপথু ৰাজুতেলেগু
পাৰুগুনীলকণ্ঠতেলেগু
সৰোজাবিশ্বনাথতামিল
ৰেইনবোও (Rainbow)গডফাডাৰতেলেগু
আলিভাভাসুব্ৰমণিয়ামতামিল
পান্ধায়মমাচানামতামিল
কথা বাংগাৰু লোকামবালুৰ পিতৃতেলেগুমনোনীত, শ্ৰেষ্ঠ সহ তামিল অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা
কাঞ্চিভৰমবেঙ্গাদমতামিলশ্ৰেষ্ঠ অভিনেতাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা - তামিল (2009)
শ্ৰেষ্ঠ অভিনেতাৰ বাবে বিজয় বঁটা
অভিয়ুম নানুমৰঘুৰামতামিলতামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ড ফৰ বেষ্ট কেৰেক্টাৰ আৰ্টিষ্ট (পুৰুষ)
মননীত, ফিল্মফেয়াৰ বেষ্ট তামিল চাপোৰ্টিং এক্টৰ এৱাৰ্ড
পঞ্চমিৰথামৰাৱণাতামিল
২০০৯বিল্লুজে.ডি.তামিলশ্ৰেষ্ঠ খলনায়কৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা
কন্সেম ইস্তাম কন্সেমপ্ৰকাশতেলেগু
থোৰানাইথামিজাৰাচুতামিল
পিষ্টাসূৰ্যপ্ৰকাশতেলেগু
মালাই মালাইইসাকীতামিল
অঞ্জানেয়ুলুজয় প্ৰকাশতেলেগুকেমিঅ’ এপিয়াৰেঞ্চ
যোশপ্ৰিন্সিপালতেলেগু
ৱানটেডবানি ভাইহিন্দী
চোল্লা চোল্লা ইনিক্কুমবাদ্ৰি নাৰায়ণনতামিল
মাথিয়া চেন্নাইতামিলকেমিঅ’ এপিয়াৰেঞ্চ
কথাবীৰেনতেলেগু

২০১০-২০১৯

[সম্পাদনা কৰক]
চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০১০নানু নানা কুনাসুৰাজ উথাপ্পাকন্নড়পৰিচালকো
চিংগামমায়িল বাগানমতামিল
থীৰাধা বিলৈয়াট্টু পিল্লাইজ্যোতিৰ ভাতৃতামিল
হুমাইকেলকন্নড়
কাধালাগীঅনন্তকৃষ্ণন (এ.কে)তামিল
গোলিমাৰডিগিপিতেলেগু
বৃন্দাবনমভানু প্ৰসাদতেলেগু
খালেজাজিকেতেলেগু
আনৱাৰষ্টেলীন মানিমৰানমলয়ালম
ইলেক্ট’আব্ৰাহামমলয়ালম
কালেকচন গাৰী ভাৰয়াগৌতমতেলেগু
মেগিঝচিতামিলকেমিঅ’ এপিয়াৰেঞ্চ
অৰেঞ্জঅভিশেষ বৰ্মাতেলেগু
চুট্টু চেতানতামিল
২০১১মিৰাপাকায়কিট্টুতেলেগু
পায়ানামবিশ্বনাথনতামিল
গগনমবিশ্বনাথতেলেগু
বাষ্টাদু না ৰাজুনৰসিংহতেলেগু
ৱানটেডবাসব ৰেড্ডীতেলেগু
দংগলা মুথামুন্না ভাইতেলেগু
পোন্নাৰ শংকৰমানথিয়াপ্পানতামিল
ক’যোগেশ্বৰণতামিল
মি: পাৰফেক্টদুবেয়তেলেগু
ভানামৰহিমুদ্দিন কুৰেশীতামিল
ঢোলনন্দকন্নড়
ইনগেয়ুম কাধালনিজেতামিলকেমিঅ’ এপিয়াৰেঞ্চ
পুট্টাক্কানা হাইৱেশনি কৃষ্ণকন্নড়
ৰাজধানীঅজয়কন্নড়
বাদ্ৰীনাথভীষ্মনাৰায়ণতেলেগু
পিল্লাইয়াৰ থেৰু ভেদুডাক্টৰতামিলকেমিঅ’ এপিয়াৰেঞ্চ
ববুদ্দাহ... হোগা তেৰা বাপকবীৰ বাবুহিন্দী
বেঙ্গাইৰাজালিঙ্গমতামিল
সিংগামজয়কান্ত চিক্ৰেহিন্দী
ৰৱথিৰামশিৱৰ ককাকতামিলকেমিঅ’ এপিয়াৰেঞ্চ
মি: ৰাস্কেল (Mr. Rascal)তেলেগু
দোকুদুশংকৰ নাৰায়ণতেলেগুশ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে সিমা বঁটা
অচাৰাভেল্লীআজ্জু ভাইতেলেগু
চোলোৰঘুপতি নাইডুতেলেগু
২০১২প্ৰাৰ্থনে (Prarthane)সাহুকাৰ থিম্মাপ্পাকন্নড়
বিজিনেজমেনজয়দেৱতেলেগু
বডীগাৰ্ডবাৰাদাৰাজুলা নাইডুতেলেগু
ধনিশুভ্ৰমনিয়ামতামিলপৰিচালোকো
তেলেগু
সাগুনিআৰ. কে. বোপাথীতামিল
দেভুদু চেচিনা মানুছুলুপ্ৰকাশ ৰাজতেলেগু
কেমেৰামেন গংগাথো ৰামবাবুৰাণা প্ৰতাপ নাইডুতেলেগু
ধামাৰুকামভগৱান শিৱতেলেগু
দাবাং ২ঠাকুৰ বাচ্চা সিংহিন্দী
২০১৩চেথাম্মা ভাকিতলো চেট্টুৰিলাঙী মাবায়াতেলেগু
মুম্বাই মিৰোৰ (Mumbai Mirror)চেট্টীহিন্দী
অংগলে গিথাআদিকেষৱুলুতেলেগু
চেন্নাইয়িল অৰু নালগৌতম কৃষ্ণতামিল
গৌৰৱমপশুপতিতামিল
তেলেগু
থিল্লু মুল্লুশিৱ গুৰুনাথানতামিল
বালুপুনানজী/ মোজান ৰাওতেলেগু
থুল্লি ভিলায়াদুসিংগামুথুতামিল
পুলিচগিৰিনাগোৰি শুভ্ৰমনিয়ামহিন্দী
ভাগ মিলখা ভাগবীৰাপানদিয়ানহিন্দী
জঞ্জীৰতেজাহিন্দী
থোফানতেলেগু
ৰাজ্জোহণ্ডা ভাউহিন্দী
সিং সাব দ্য গ্ৰেটভূদেৱ সিংহিন্দী
২০১৪হাৰ্ট এটেক্টকেমিঅ’তেলেগু
ক্ৰেজী ষ্টাৰকন্নড়
ৰেচ গুৰামভীম প্ৰকাশতেলেগু
হিৰ’পাণ্টীআধ্বিক চৌধুৰীহিন্দী
উন সামায়াল আৰায়িলকালিদাসতামিলপৰিচালোকো
উলাবাচাৰু বিৰিয়ানি (Ulavacharu Biriyani)তেলেগু
অগ্গাৰানে (Oggarane)কালিদাসকন্নড়
আল্লুদু শ্ৰেণুভাই আৰু নৰসিংহতেলেগু
পিল্লা নুভু লেনি জেৱিথামপ্ৰভাকৰতেলেগু
এণ্টাৰটৰইনমেণ্টকৰনহিন্দী
কাথাই থিৰৈকাথাই বাসানাম ইয়াক্কামতামিলকেমিঅ’ এপিয়াৰেঞ্চ
গোৱিন্দুদু আনদাৰিভাদেলেবালাৰাজুতেলেগু
পাৱাৰএ. কে. মিশ্ৰা
মুকুন্দজয় প্ৰকাশ
২০১৫টেম্পাৰৱালটাইৰ বসু
চন অৱ সত্যনাৰায়ণসত্যমূৰ্তী
পুলান বিচাৰানৈ ২তামিল
জেকে ইনুম নানবানিনৰুদ্ৰাচাগানতামিল
অ কাধাল কণমনীগানাপাট্টীতামিল
লায়নচিএম ভৰদ্বাজতেলেগু
ৰান্নাশৰৎ চন্দ্ৰকন্নড়
বিনাবায়্যা ৰামায়্যা (Vinavayya Ramayya)তেলেগু
ৰুদ্ৰামাদেৱীশিৱ দেবৈয়াতেলেগু
মিষ্টাৰ এয়াৰাৱাটাপ্ৰতাপ খালেকন্নড়
থংগা বানামভিট্টাল ৰাওতামিল
চেকেতী ৰাজ্যমতেলেগু
ইনজি ইদুপ্পাঝাগিসত্যনন্দতামিল
চাইজ জিৰ’তেলেগু
বুলোগামদীপকতামিল
২০১৬বেংগলৰ নাটকলফ্ৰান্সিচতামিল
প্ৰিয়ংকাকন্নড়
স্পীডুন্নোডুবীৰভদ্ৰপ্পাতেলেগু
দেৱৰাজ নাদাল্লীকন্নড়
কেণ্ডীফ্লিপজ’জ’ইংৰাজী/ হিন্দী
সূৰ্যকৃষ্ণতেলেগু
আপিৰিপ্ৰসাদ ৰাওতেলেগু
থ’ঝাপ্ৰসাদতামিল
এট্টেকগুৰু ৰাজতেলেগু
মনিথানআদিশেষনতামিল
ক ২যোগেশ্বৰনতামিল
ৰাজাধী ৰাজাৰুদ্ৰাটচাগানতেলেগু
শ্ৰীৰাষ্টু শুভামাষ্টুশ্ৰীৰামতেলেগু
ক’টিগ’ব্বাসত্যৰ পিতৃকন্নড়
মুদিনজা ইভানা পুদিসত্যমৰ পিতৃতামিল
আইডল ৰামায়ণভুজাগৈয়াকন্নড়
মানা অৰি ৰামায়ণমতেলেগু
কাদাভুল ইৰুকান কুমাৰুমনিমৰণতামিল
নাু মাট্টু বীৰালক্ষ্মীট্ৰেইনাৰকন্নড়
2017সাতামানামৰাঘৱৰাজুতেলেগু
দ্বাৰকামুখ্যমন্ত্ৰীতেলেগু
য়াক্কাইচাগায়ামতামিল
ৰাজাকুমাৰজগন্নাথকন্নড়
en:Achayansকমিচনাৰ কাৰ্তিক কাথিৰেচনমালয়ালম
আৰাদুগুলা বুলেটনিত্যানন্দতেলেগু
ভানামগনৰাজাশেখৰতামিল
নক্ষত্ৰমপৰশুৰামৈয়া আই. পি. এছ.তেলেগু
আনগাৰালা ৰামবাবুৰাঙ্গা নয়নতেলেগু
গোলমাল এগেইনবসু ৰেড্ডীহিন্দী
ৰাজা দ্য গ্ৰেটএছ পি প্ৰকাশতেলেগু
গৱদ্ৰু হোটেল (Gowdru Hotel)ৰিচিৰ ককাকন্নড়
ৰিচিফাডাৰ এ. কে. সগয়ম (Father A.K. Sagayam)তামিল
বেলৈক্কাৰনকাশীতামিল
কালাবাদিয়া পোঝুদুগালসুন্দৰৰঞ্জনতামিল
২০১৮জয় সিংহমাষ্টৰতেলেগু
প্ৰেম বাৰাহাআৰ্মী মেনৰ দেউতাককন্নড়
চোলি্লিবিদাৱাতামিল
ৰাঙ্গাস্থলমএম এল এ দক্ষিণা মূৰ্ত্তীতেলেগু
সেইজাৰভূপতিকন্নড়মনোনিত– শ্ৰেষ্ঠ খলনায়কৰ বাবে ফিল্মবিট বঁটা – কন্নড়
মোহনলালনিজেমালয়ালম
ভাৰত আনে নেনুবাৰাদাৰাজুলুতেলেগু
মহানতীআলুৰি চক্ৰপানীতেলেগুদ্বিভাষিক
নাদিগাইয়াৰ থিলাগাম (Nadigaiyar Thilagam)তামিল
চামটাইমচকৃষ্ণমূৰ্ত্তীতামিলdirect-to-video
ট্ৰাফিক ৰামাস্বামীপুলিচ অভিচাৰতামিল
গোদাচাৰীসত্যতেলেগু
শ্ৰীনিবাস কল্যানমআৰ. কে.তেলেগু
৬০ বায়াদু মণিৰামগোবিন্দৰাজনতামিল
চেক্কা চিৱানথা বানামসেনাপাতিতামিল
হেল্লো গুৰু কোসামেবিশ্বনাথতেলেগু
সেইএচিপি সূৰ্যনাৰায়ণতামিল
অদিয়ানৰাবুন্নীমালয়ালম
২০১৯এন. টি. আৰ.বি নাগী ৰেড্ডীতেলেগু
এফ২ : ফান এণ্ড ফ্ৰাষ্ট্ৰেশ্বনদৰা স্বামী নাইডুতেলেগু
নাইনডাক্টৰ. ইনিয়াথ খানমালয়ালম
দেৱৰামালিঙ্গামতামিল
অথিৰণডাক্টৰ মোলায়াদাথু কুন্না নায়াৰমালয়ালম
মহৰ্ষীকে. সৈত্যনাৰায়নতেলেগু
ফাৰ্ষ্ট ৰেঙ্ক ৰাজুচি এ অ পাৰ্থসাৰথিতেলেগু
অসুৰনবেণুগোপাল সেসাদ্ৰিতামিল
আঝিয়ানথা কোলাঙাল ২গৌৰী শংকৰতামিল
বিকি মামাব্ৰিগাদিয়াৰ বিজয় প্ৰকাশতেলেগু
ৰুলাৰবীৰেন্দ্ৰনাথ ঠাকুৰতেলেগু

২০২০  – বৰ্তমান

[সম্পাদনা কৰক]
চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০২০চাৰিলেৰু নেকেভাৰুএমএলএ য়েদ্দুলা নগেন্দ্ৰতেলেগু
মায়াবাজাৰ ২০১৬এচিপি অশোককন্নড়
নাৰাপ্পালয়াৰ বেণুগোপাল (Lawyer Venugopal)তেলেগু
অল্লুদু অধুৰ্চ (Alludu Adhurs)
পুষ্পা
উকীল চাবএডভোকেট সূৰ্য প্ৰকাশ
যুৱৰত্নকৃষ্ণ বৰ্ধনকন্নড়ফিল্মিং
অগ্নি চিৰাগুগালচিবিআই অভিচাৰ নবীন কুমাৰতামিলফিল্মিং
আন্নাথে
থালাইবিমিঃ কৰুণানিধিহিন্দী/তামিল/তেলেগু

পৰিচালক আৰু প্ৰযোজক হিচাপে

[সম্পাদনা কৰক]
চনচলচ্চিত্ৰভাষাপ্ৰযোজকপৰিচালকটোকা
২০০২ধায়াতামিলহয়নহয়
২০০৩নামহয়নহয়
২০০৪আঝাগিয়া থেয়েহয়নহয়
২০০৫কান্দা নাল মুধালহয়নহয়
২০০৬পইহয়নহয়
২০০৭মোঝিহয়নহয়
২০০৮বেল্লি থিৰৰইহয়নহয়
অভিয়ুম নানুমহয়নহয়
২০১০ইনিধু ইনিধুহয়নহয়
নানু নান্না কানাচুকন্নড়হয়হয়Directorial Debut
২০১১পায়ানামতামিলহয়নহয়
পুট্টাক্কানা হাইৱেকন্নড়হয়নহয়নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ৰিজনেল ফিল্ম অফ দ্য ইয়াৰ[22]
বেংগালুৰু ইণ্টাৰনেশ্যনেল ফিল্ম ভেষ্টিবল এৱাৰ্ড[23]
২০১২মায়িলুতামিলহয়নহয়
ধনীহয়হয়
২০১৩গৌৰৱমতামিল / তেলেগুহয়নহয়
২০১৪উন চামায়াল আৰায়িল / অগ্গাৰানে / উলাভাচাৰু বিৰিয়ানী[24][25]তামিল / কন্নড় / তেলেগুহয়হয়
২০১৬মানাভূৰী ৰামায়ণা / ইদোল্লে ৰামায়ণাতেলেগু / কন্নড়হয়হয়
২০২০আৰিশাদভাৰ্গাকন্নড়হয়নহয়

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 dinakaran. Web.archive.org. Retrieved on 10 June 2014.
  2. 1 2 3 "Prakash Raj Openheart with RK ABN Andhrajyothy". YouTube. 6 November 2011. https://www.youtube.com/watch?v=xVhfzqkk3Ho আহৰণ কৰা হৈছে: 6 December 2013.
  3. "If artistes become cowards, they make society a coward: Prakash Raj". http://indianexpress.com/article/india/if-artistes-become-cowards-they-make-society-a-coward-prakash-raj-4975924/lite.
  4. "Prakash Raj gets 'whistle' symbol from Bengaluru Central, urges citizens to be 'whistleblowers'". Times Now. 2019-03-29. Archived from the original on 2019-04-01. https://web.archive.org/web/20190401161209/https://www.timesnownews.com/amp/elections/article/2019-lok-sabha-elections-prakash-raj-whistle-bengaluru-central-karnataka-narendra-modi-gauri-lankesh-congress-bjp/391220 আহৰণ কৰা হৈছে: 2020-08-21.
  5. "Prakash Raj exclusive: Everyone has the right to differ, but this is orchestrated trolling. And you cannot threaten me with continuous abuse". http://www.firstpost.com/india/prakash-raj-exclusive-everyone-has-the-right-to-differ-but-this-is-orchestrated-trolling-and-you-cannot-threaten-me-with-continuous-abuse-4174937.html/amp.
  6. 1 2 "I stopped taking life for granted after my son's death: Prakash Raj". The Times of India. 10 July 2013. Archived from the original on 27 September 2013. https://web.archive.org/web/20130927023205/http://articles.timesofindia.indiatimes.com/2013-07-10/news-interviews/40491192_1_negative-roles-prakash-rai-prakash-raj আহৰণ কৰা হৈছে: 6 December 2013.
  7. 'I cannot allow love to rule my thoughts', hindu.com, 8 June 2004.
  8. Catching them young! , Malathi Rangarajan, 19 August 2010 The Hindu
  9. https://m.timesofindia.com/city/mangaluru/prakash-rai-responds-to-detractors/articleshow/62213495.cms
  10. "46th National Film Festival 1999, pg 82". nic.in. http://dff.nic.in/2011/46_nff_1999.pdf.
  11. "55th National Film Awards for the Year 2007". Press Information Bureau (Govt. of India). http://pib.nic.in/archieve/others/2009/sep/r2009090707.pdf.
  12. "'I cannot allow love to rule my thoughts'". The Hindu. 8 June 2004. http://www.hindu.com/mp/2004/06/08/stories/2004060800210100.htm আহৰণ কৰা হৈছে: 6 December 2013.
  13. Prakash Raj's brother debuts in Kollywood  – Tamil Movie News Archived 2014-10-06 at the Wayback Machine. Indiaglitz.com (23 September 2010). Retrieved on 10 June 2014.
  14. "Prakashraj and Pony Verma get married". Thaindian News. Archived from the original on 2011-10-06. https://web.archive.org/web/20111006162737/http://www.thaindian.com/newsportal/entertainment/prakashraj-and-pony-verma-get-married_100418359.html আহৰণ কৰা হৈছে: 2020-08-22.
  15. "Actor Prakash Raj's son dies". The Times of India. 21 March 2004. Archived from the original on 2012-07-01. https://archive.is/20120701131932/http://articles.timesofindia.indiatimes.com/2004-03-21/hyderabad/28342135_1_sidhu-actor-prakash-raj-chennai.
  16. "Prakash Raj Granted Divorce". Yahoo! India. 19 November 2009. Archived from the original on 23 November 2009. https://web.archive.org/web/20091123082954/http://in.movies.yahoo.com/news-detail/71841/Prakashraj-granted-divorce.html.
  17. "Prakash Raj marriage with Pony Verma". www.supergoodmovies.com. Archived from the original on 27 February 2013. https://web.archive.org/web/20130227021833/http://www.supergoodmovies.com/8001/tollywood/prakash-raj-marriage-with-pony-verma-news-details আহৰণ কৰা হৈছে: 20 January 2013.
  18. "Little hero Vedhanth, big hero Prakash Raj - Indiaglitz". Archived from the original on 2017-07-23. https://web.archive.org/web/20170723114424/http://www.indiaglitz.com/little-hero-vedhanth-big-villain-prakash-raj-telugu-news-169056.html আহৰণ কৰা হৈছে: 2020-08-22.
  19. "Cute Vedanth's picture - Andhra Headlines". Archived from the original on 2017-12-01. https://web.archive.org/web/20171201032019/http://www.andhraheadlines.com/news/movies/163060/sunday-spl-cute-vedanths-picture আহৰণ কৰা হৈছে: 2020-08-22.
  20. (en ভাষাত) Tropical Heat, https://www.rottentomatoes.com/m/tropical_heat/, আহৰণ কৰা হৈছে: 19 April 2017
  21. "National Film Award for Prakash Raj  — Puttakkana Highway | Cine Vedika | Telugu | Film News | Daily Serials | TV Shows | Movies| Music". Cine Vedika. Archived from the original on 24 March 2012. https://web.archive.org/web/20120324194203/http://cinevedika.net/2011/05/national-film-award-for-prakash-raj.html আহৰণ কৰা হৈছে: 6 August 2012.
  22. "'Lucky' wins the Golden Bherunda award at BIFF  — IBN South  — IBN Bangalore ". CNN IBN. 26 December 2011. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203220408/http://ibnlive.in.com/news/lucky-wins-the-golden-bherunda-award-at-biff/215058-62-132.html আহৰণ কৰা হৈছে: 6 August 2012.
  23. Prakash Rai to direct Oggarane | Chakpak
  24. "Oggarane Kannada film by actor Prakash Raj | ಮೈಸೂರಿನಲ್ಲಿ 'ಒಗ್ಗರಣೆ' ಹಾಕಲಿರುವ ಪ್ರಕಾಶ್ ರೈ – Oneindia Kannada". Archived from the original on 2013-12-03. https://web.archive.org/web/20131203022358/http://kannada.oneindia.in/movies/news/oggarane-kannada-film-by-prakash-raj-077450.html আহৰণ কৰা হৈছে: 2020-08-21.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]