সমললৈ যাওক

নানা পাটেকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নানা পাটেকৰ

নানা পাটেকৰ (২০১২ চনত)
জন্ম বিশ্বনাথ পাটেকৰ
১ জানুৱাৰী, ১৯৫১ (৭৫ বছৰ)
মুৰুদ-জানজিৰা, কলবা, বোম্বাই, ভাৰত
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান চাৰ জ.জে. ইনষ্টিটিউট অফ এপ্লাইড আৰ্ট
পেচা অভিনয়, লেখক, চলচ্চিত্ৰ নিৰ্মাতা
সক্ৰিয় হৈ থকা সময় ১৯৭৮–বৰ্তমান
সংস্থা নাম ফাউণ্ডেচন
দাম্পত্যসঙ্গী নীলকণ্ঠী পাটেকৰ
পিতৃ-মাতৃ দিনকৰ পাটেকৰ (পিতৃ) সঞ্জনাবাই পাটেকৰ (মাতৃ)
সন্তান মল্লাৰ পাটেকৰ

বিশ্বনাথ পাটেকৰ (ইংৰাজী: Vishwanath Patekar; জন্ম ১ জানুৱাৰী ১৯৫১) যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে।

ৰণবীৰ পুষ্প ৰচিত 'অগ্নি সাক্ষী' চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা নান পাটেকৰে শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেওঁ 'পৰিন্দা' (১৯৮৯) চলচ্চিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে নেচনেল ফিল্ম এৱাৰ্ড আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ 'অংগাৰ' (১৯৯২) চলচ্চিত্ৰত শ্ৰেষ্ঠ খলনায়কৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১৯৯৫ চনত, তেওঁ ক্ৰান্তিবীৰ চলচ্চিত্ৰখনৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। অপহৰণ (২০০৫) চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০১৭ চনত নাটসম্ৰাট চলচ্চিত্ৰত অভিনয় কৰা নানা পাটেকৰে ফিল্মফেয়াৰ মাৰাঠী বঁটা লাভ কৰে।[1]

ইৰফান খানৰ সৈতে পাটেকৰ একমাত্ৰ অভিনেতা যিয়ে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহায়ক অভিনেতা আৰু শ্ৰেষ্ঠ খলনায়ক অভিনয়ৰ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ফিল্ম আৰু কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে পাটেকৰে ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নানা পাটিকৰৰ জন্মসূত্ৰে নাম আছিল বিশ্বনাথ পাটেকাৰ। তেওঁৰ জন্ম হয় ১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাইগাড জিলাৰ মুৰুদ-জানজিৰাত।[2][3] তেওঁৰ পিতৃৰ নাম আছিল দিনকৰ পাটেকৰ আৰু মাক সঞ্জনাবাই পাটেকৰ। তেওঁ চাৰ জ.জে. ইনষ্টিটিউট অফ এপ্লাইড আৰ্ট, মুম্বাইৰ প্ৰাক্তন ছাত্ৰ আছিল।[4][5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২৭ বছৰ বয়সত তেওঁৰ 'নীলকণ্ঠী পাটেকৰ'ৰ সৈতে বিবাহ হয় যদিও পিছত বিবাহ বিচ্ছেদ হয়। তেওঁৰ পুত্ৰৰ নাম মল্লাৰ পাটেকৰ। নানা পাটেকৰৰ বয়স ২৮ বছৰ হওঁতে হাৰ্ট এট্টেকৰ ফলত দেউতাকৰ মৃত্যু হয় আৰু পাটেকৰে তেওঁৰ প্ৰথম সন্তানটোক হেৰুৱায়। বৰ্তমান নানা পাটেকৰে নানা ৰাইফেল চুটিং অনুশীলন কৰে। তেওঁ জিভি মভলঙ্কৰ ৰাইফেল চুট প্ৰতিযোগিতাৰ বিজয়ীপ্ৰাপ্ত ব্যক্তি।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী এটি বিনিয়োগ অনুষ্ঠানত -II নান পাটেকৰৰ সৈতে, পদ্মশ্ৰী পুৰস্কাৰ প্ৰদান কৰাৰ মুহূৰ্তত; ২০ এপ্ৰিল ২০১৩ চন, ৰাষ্ট্ৰপতি ভৱনত, নতুন দিল্লী
  • পাটেকৰক ২০১৩ চনৰ ৬৪ তম গণৰাজ্য দিৱসত ফিল্ম আৰু কলাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।[6]
  • ইৰফান খানৰ সৈতে পাটেকৰ একমাত্ৰ অভিনেতা যিয়ে শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সহায়ক অভিনেতা আৰু শ্ৰেষ্ঠ খলনায়ক অভিনয়ৰ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।[7]
বছৰ বঁটাচলচ্চিত্ৰফলাফল
  • নেচনেল ফিল্ম এৱাৰ্ড
১৯৯০ শ্ৰেষ্ঠ সহায়ক অভিনেতাপৰিন্দাবিজয়ী
১৯৯৫ শ্ৰেষ্ঠ অভিনেতাক্ৰান্তিবীৰবিজয়ী
১৯৯৭ শ্ৰেষ্ঠ সহায়ক অভিনেতাঅগ্নি সাক্ষীবিজয়ী
  • ফিল্মফেয়াৰ বঁটা
১৯৮৯ শ্ৰেষ্ঠ সহায়ক অভিনেতাঅন্ধ যুদ্ধমনোনীত
১৯৯০ শ্ৰেষ্ঠ সহায়ক অভিনেতাপৰিন্দাবিজয়ী
১৯৯২ শ্ৰেষ্ঠ খলনায়কঅংগাৰবিজয়ী
১৯৯৩ শ্ৰেষ্ঠ সহায়ক অভিনেতাৰাজু বন গয়া জেণ্টেলমেনমনোনীত
১৯৯৪ শ্ৰেষ্ঠ সহায়ক অভিনেতাতিৰংগামনোনীত
১৯৯৫ শ্ৰেষ্ঠ অভিনেতাক্ৰান্তিবীৰবিজয়ী
২০০৩ শ্ৰেষ্ঠ খলনায়কশক্তি : দ্যা পৱাৰমনোনীত
২০০৬ শ্ৰেষ্ঠ খলনায়কঅপহৰণবিজয়ী
২০১১ শ্ৰেষ্ঠ সহায়ক অভিনেতাৰাজনীতিমনোনীত
  • ষ্টাৰ স্ক্ৰীণ এৱাৰ্ডচ্‌
১৯৯৫ ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতাক্ৰান্তিবীৰবিজয়ী
২০০৬ ষ্টাৰ স্ক্ৰীণ এৱাৰ্ড শ্ৰেষ্ঠ খলনায়কঅপহৰণবিজয়ী
  • ফিল্মফেয়াৰ মাৰাঠী এৱাৰ্ডচ্‌
২০১৫ শ্ৰেষ্ঠ অভিনেতা ড॰ প্ৰকাশ বাবা আমতে – দ্যা ৰিয়েল হিৰ’ বিজয়ী[8]
  • বাংলা ফিল্ম জাৰ্ণেলিষ্টচ্‌ এচ’ছিয়েছনচ্‌ এৱাৰ্ডচ্‌
২০০৪ শ্ৰেষ্ঠ অভিনেতা (হিন্দী)অব তক ছপ্পনবিজয়ী
  • জি চিন এৱাৰ্ডচ্‌
২০১৭ জি চিন এৱাৰ্ডচ ফৰ বেষ্ট এক্ট’ৰ (মাৰাঠী)নাটসম্ৰাটবিজয়ী[9]
  • আনন্দ ভিকাটান চিনেমা এৱাৰ্ডচ্‌
২০১৮ শ্ৰেষ্ঠ খলনায়ক – পুৰুষ কালাবিজয়ী[10]

ফিল্ম’গ্ৰাফী

[সম্পাদনা কৰক]

পৰিচালক

[সম্পাদনা কৰক]
চনফিল্ম
১৯৯১প্ৰহৰ: দ্যা ফাইনেল এট্টেক

অভিনেতা

[সম্পাদনা কৰক]
টোকা
Films that have not yet been released Denotes films that have not been released yet.
চনফিল্মচৰিত্ৰনোট
1978GamanVasu
1979Sinhasanমাৰাঠী চলচ্চিত্ৰ
1980Bhalu
1982Raghu Maina
1983Savitri
1984Aaj Ki AwaazJagmohandas
1985Gad Jejuri Jejuriমাৰাঠী চলচ্চিত্ৰ
1986 AnkushRavindra Kelkar 'Ravi'
Lord Mountbatten: The Last ViceroyNathuram Godse
Maaficha SakshidarRaghavendraমাৰাঠী চলচ্চিত্ৰ
based on Joshi-Abhyankar serial murders
Phansi Ka PhandaRaghvendra
1987 SutradharKumar
MohreAbdul
Andha YudhS.P. Suhas DandekarNominated – Filmfare Best Supporting Actor Award
PratighaatEx-Constable Karamveer
AwamColonel Mustafa Ali Zahidi
1988 Trishagni
Salaam Bombay! Baba
1990sJungle Book Shōnen MowgliShere Khan (voice)Hindi dub
1990 ParindaAnna SethWon – National Film Award for Best Supporting Actor

Won – Filmfare Best Supporting Actor Award

Thodasa Roomani Ho JaayenNatwarlal aka Dhrushtadyumna Padmanabh
Prajapati Neelkant Dhumketu Barish Kar
1991 Prahaar: The Final AttackMajor ChauhanAlso director

Nominated – Filmfare Best Story Award

DishaVasant D. Mandre
DikshaKoga Pandit
1992 Raju Ban Gaya GentlemanJaiNominated – Filmfare Best Supporting Actor Award
AngaarMajid KhanWon – Filmfare Best Villain Award

Won – Bengal Film Journalists' Association – Best Supporting Actor (Hindi)

1993TirangaaShivajirao WagleNominated – Filmfare Best Supporting Actor Award
1994 KrantiveerPratap Narayan TilakWon – National Film Award for Best Actor

Won – Filmfare Best Actor Award

Won – Star Screen Award Best Actor

AbhayGhost
1995Hum DonoVishal Saigal
1996 Agni SakshiWon – National Film Award for Best Supporting Actor
Khamoshi: The MusicalJoseph Braganza
1997 Ghulam-E-MustafaGhulam-E-Mustafa
YeshwantYeshwant Lohar
1998 YugpurushAnirudh
WajoodMalhar Gopaldas Agnihotri/Col. Latti
1999 Hu Tu TuBhau
KohramMaj. Ajit Arya
2000 GangAbdul
TarkiebCBI Inspector Jasraj Patel
2002 VadhDr. Arjun Singh
Shakti: The PowerNarasimhaNominated – Filmfare Best Villain Award
2003 BhootInspector Liyaqat Qureshi
Darna Mana HaiJohn Rodrigues
AanchMahadev
2004Ab Tak ChhappanInspector Sadhu AgasheWon – Bengal Film Journalists' Association - Best Actor Award (Hindi)
2005 ApaharanTabrez AlamWon – Filmfare Best Villain Award

Won – Star Screen Award Best Villain

Pak Pak PakaakBhutyaMarathi film
Bluffmaster! Chandru Parekh
2006Taxi No. 9211Raghav Shastri
2007 HattrickDoctor
Dus KahaniyaanMan carrying balloons for dead wife in the story "Gubbare"
WelcomeDon Uday Shetty
YatraDasrath Joglekar
The PoolBungalow Owner
2008 Ek: The Power of OneCBI Officer Rane
BommalattamFilm Directorতামিল চলচ্চিত্ৰ
2009Horn 'Ok' PleassssGovindaVadh
2010 PaathshaalaPrincipal Aditya Sahay
RaajneetiBrij GopalNominated – Filmfare Best Supporting Actor Award

Nominated – Zee Cine Awards Best Supporting Actor Award

Tum Milo Toh SahiSubramanium
YakshaPolice Officerকানাড়া চলচ্চিত্ৰ
2011 ShagirdHanumant Singh
DeoolBhau Galandeমাৰাঠী চলচ্চিত্ৰ
2012Kamaal Dhamaal MalamaalKallu
2013 The Attacks of 26/11Rakesh Maria, Joint Commissioner of Police (Crime)[11][12]
It's My LifeBusinessman
Hungame Pe HungamaJigar Bhandan
2014 Dr. Prakash Baba Amte: The Real HeroDr. Prakash Amteমাৰাঠী চলচ্চিত্ৰ
Yashwantrao Chavan– Bakhar Eka VaadalaachiPratap Deshmukhমাৰাঠী চলচ্চিত্ৰ
2015 Ab Tak Chhappan 2Inspector Sadhu Agashe
Welcome BackUday Shetty
2016 NatsamratGanpatrao Ramchandra BelwalkarMarathi film

Won – Zee Cine Award for Best Actor (Marathi)

The Jungle BookShere Khan (voice)Hindi dub
2017 Wedding AnniversaryNagarjunHindi film
2017 Golmaal AgainHimselfHindi film guest appearance
2018 Aapla ManusMaruti Nagargoje[13][14]Marathi film[15]
2018 KaalaHaridev Abhayankar[16] Tamil film
Ananda Vikatan Cinema Award for Best Villain – Male
2020 TadkaFilms that have not yet been released Tukaram হিন্দী চলচ্চিত্ৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Rohan Valecha, Vaibhavi V Risbood (28 October 2017). "Jio Filmfare Awards Marathi 2017: Complete winners' list". The Times of India. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/jio-filmfare-awards-marathi-2017-complete-winners-list/articleshow/61280249.cms আহৰণ কৰা হৈছে: 29 September 2018.
  2. "Nana Patekar: I learnt acting from the hunger and humiliation I faced at 13 – The Times of India .". The Times of India. 26 August 2015. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Nana-Patekar-I-learnt-acting-from-the-hunger-and-humiliation-I-faced-at-13/articleshow/48667422.cms আহৰণ কৰা হৈছে: 3 September 2015.
  3. "Nana Patekar breaks his khamoshi". The Times of India (The Times Group). http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Nana-Patekar-breaks-his-khamoshi/articleshow/25392.cms আহৰণ কৰা হৈছে: 9 October 2014.
  4. "Riveting persona". India Today. http://indiatoday.intoday.in/story/after-successful-directorial-debut-nana-patekar-looks-to-broaden-his-cinematic-repertoire/1/306084.html আহৰণ কৰা হৈছে: 9 October 2014.
  5. "About Nana Patekar". Konkan World. Archived from the original on 13 July 2011. https://web.archive.org/web/20110713163522/http://www.kokanworld.com/details.aspx?pid=%2013 আহৰণ কৰা হৈছে: 6 October 2010.
  6. "Nana Patekar gets Padma Shri". Archived from the original on 2013-04-28. https://web.archive.org/web/20130428111652/http://articles.timesofindia.indiatimes.com/2013-01-26/news-interviews/36563856_1_nana-patekar-padma-shri-national-award আহৰণ কৰা হৈছে: 14 March 2013.
  7. "Awards list". IMDb. https://www.imdb.com/name/nm0007113/awards আহৰণ কৰা হৈছে: 9 December 2011.
  8. "Winners of the Ajeenkya DY Patil Filmfare Awards (Marathi)". filmfare.com. https://www.filmfare.com//news/winners-of-the-ajeenkya-dy-patil-filmfare-awards-marathi-11282.html আহৰণ কৰা হৈছে: 25 January 2020.
  9. "Zee Cine Awards 2016 Complete Winners List: Who won what?". Daily News and Analysis. 5 March 2016. http://www.dnaindia.com/entertainment/report-zee-cine-awards-2016-complete-winners-list-who-won-what-2185941 আহৰণ কৰা হৈছে: 18 April 2016.
  10. "Zee Cine Awards 2016 Complete Winners List: Who won what?". Daily News and Analysis. 5 March 2016. http://www.dnaindia.com/entertainment/report-zee-cine-awards-2016-complete-winners-list-who-won-what-2185941 আহৰণ কৰা হৈছে: 18 April 2016.
  11. "Nana Patekar essays Rakesh Maria in RGV's 26/11 film". Mid-day.com. 14 September 2012. Archived from the original on 19 May 2013. https://web.archive.org/web/20130519170700/http://www.mid-day.com/entertainment/2012/sep/140912-Nana-Patekar-essays-Rakesh-Maria-in-RGVs-26-11-films.htm আহৰণ কৰা হৈছে: 3 September 2015.
  12. "Ramu and Nana reunite after 10 years". Koimoi.com. 13 September 2012. http://www.koimoi.com/bollywood-news/ramu-and-nana-reunite-after-10-years/ আহৰণ কৰা হৈছে: 3 September 2015.
  13. "Nana Patekar: 'Aapla Manus' role complex and unique". The Times of India. https://timesofindia.indiatimes.com/nana-patekar-aapla-manus-role-complex-unique/articleshow/62566297.cms.
  14. "'Aapla Manus' role complex, unique: Nana Patekar". Zee News. 19 January 2018. http://zeenews.india.com/regional/aapla-manus-role-complex-unique-nana-patekar-2074883.html.
  15. "Ajay Devgn announces his first Marathi venture Aapla Manus". http://indianexpress.com/article/entertainment/regional/ajay-devgn-marathi-venture-aapla-manus-watch-video-4997022/ আহৰণ কৰা হৈছে: 24 December 2017.
  16. "Kaala: Rajinikanth poses with Nana Patekar, villain of his next film, on last day of shoot in Mumbai- Entertainment News, Firstpost". Firstpost. http://www.firstpost.com/entertainment/kaala-rajinikanth-poses-with-nana-patekar-villain-of-his-next-film-on-last-day-of-shoot-in-mumbai-3760809.html.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]