চলমান খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা


চলমান খান
Salman Khan
জন্ম আব্দুল ৰচিদ চেলিম চলমান খান
২৭ ডিচেম্বৰ, ১৯৬৫ (৫৮ বছৰ)
বান্দ্ৰা, মুম্বাই, মহাৰাষ্ট্ৰ
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ছেন্ট জেবিয়াৰ কলেজ, মুম্বাই[2]
পেচা
  • অভিনেতা
  • বোলছবি প্ৰযোজক
  • গায়ক
[3]
সক্ৰিয় হৈ থকা সময় ১৯৮৮–বৰ্তমান
পিতৃ-মাতৃ চেলিম খান (পিতৃ)
চালমা খান (মাতৃ)
ৱেবছাইট
Salman Khan

চলমান খান (ইংৰাজী: Salman Khan)[4] এজন জনপ্ৰিয় ভাৰতীয় অভিনেতা, প্ৰযোজক তথা টেলিভিচন ব্যক্তিত্ব। তেওঁ বৰ্তমানলৈকে কেইবাখনো বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছে।

উল্লেখযোগ্য বোলছবি[সম্পাদনা কৰক]

  • মেইনে প্যাৰ কিয়া (১৯৮৯)
  • চাজন (১৯৯১)
  • আন্দাজ অপনা অপনা (১৯৯৪)
  • হম আপকে হে কৌন (১৯৯৪)
  • কৰন অৰ্জুন (১৯৯৫)
  • প্যাৰ কিয়া টো ডৰনা ক্যা (১৯৯৮)
  • বিবি নম্বৰ ৱান (১৯৯৯)
  • হম ডিল ডে চুকে চনম (১৯৯৯)
  • তেৰে নাম (২০০৩)
  • ন' এন্ট্ৰী (২০০৫)
  • পাৰ্টনাৰ (২০০৭)
  • ৱান্টেড (২০০৯)
  • দাবাং (২০১০)
  • ৰেডি (২০১১)
  • বদীগাৰ্ড (২০১১)
  • এক থা টাইগাৰ (২০১২)
  • দাবাং ২ (২০১২)
  • কিক্ (২০১৪)
  • বজৰংগী ভাইজান (২০১৫)
  • প্ৰেম ৰতন ধন পায়ো (২০১৫)
  • চুলতান (২০১৬)
  • টাইগাৰ জিন্দা হে (২০১৭)
  • ভাৰত (২০১৯)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]