শ্বাহিৰ শ্বেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


শ্বাহিৰ শ্বেখ
জন্ম শ্বেখ শ্বাহিৰ নাৱাজ[1][2]
২৬ মাৰ্চ, ১৯৮৪
ভাদৰৱাহ, জম্মু আৰু কাশ্মিৰ, ভাৰত [3]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা
মডেল[4]
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান

শ্বাহিৰ শ্বেখ (জন্ম 26 মাৰ্চ 1984) এজন ভাৰতীয় অভিনেতা আৰু মডেল। তেওঁ অভিনেতা হোৱাৰ পূৰ্বে এজন উকিল আছিল। তেওঁ ভাৰতীয় টেলিভিচন জগতত স্মৰণীয় চৰিত্ৰ ৰুপায়ন কৰাৰ বাবে বিখ্যাত ইয়াৰ ভিতৰত ''কুচ ৰঙ প্যাৰ কে এচে ভি''ৰ দেব দিক্ষিত আৰু মহাভাৰতৰ অৰ্জুনৰ চৰিত্ৰ অন্যতম।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]