লে'ভ লাণ্ডাউ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লে'ভ লাণ্ডাউ

জন্ম লে'ভ ডেভিড'ভিচ লাণ্ডাউ
Lev Davidovich Landau
২২ জানুৱাৰী, ১৯০৮
বাকু, ৰুছ সাম্ৰাজ্য
মৃত্যু ১ এপ্ৰিল, ১৯৬৮ (৬০ বছৰ)
মস্কো, ছ'ভিয়েট সংঘ
বাসস্থান ছ'ভিয়েট সংঘ
নাগৰিকত্ব ছ'ভিয়েট সংঘ
ক্ষেত্ৰ তাত্বিক পদাৰ্থ বিজ্ঞান
কৰ্মস্থান খাৰকোভ পলিটেকনিকেল ইনষ্টিটিউট আৰু খাৰকোভ বিশ্ববিদ্যালয় (পাছলৈ খাৰকোভ ইনষ্টিটিউট অৱ ফিজিক্স এণ্ড টেকন'ল'জী)
ইনষ্টিটিউট ফৰ ফিজিকেল প্ৰ'ব্লেমছ্ (ৰাছিয়ান একাডেমী অৱ ছায়েন্সেছ)
MSU Faculty of Physics
শিক্ষানুষ্ঠান বাকু ৰাজ্যিক বিশ্ববিদ্যালয়
লেনিনগ্ৰেড ৰাজ্যিক বিশ্ববিদ্যালয় (ডিপ্ল'মা, ১৯২৭)
লেনিনগ্ৰেড ফিজিক'-টেকনিকেল ইনষ্টিটিউট (ডক্টৰ অৱ ছায়েন্স, ১৯২৪)
শৈক্ষিক পৰামৰ্শদাতা নিলছ্ ব'ৰ
ডক্তৰেল বিদ্যাৰ্থী এলেক্সেই এলেক্সেয়েভিচ আব্ৰিক'ছ'ভ
আইজাক মাৰ্ক'ভিচ খালাটনিকোভ
আন উল্লেখযোগ্য বিদ্যাৰ্থী Evgeny Lifshitz
জনা যায় লাণ্ডাউ ডেম্পিং
লাণ্ডাউ বিতৰণ
লাণ্ডাউ গজ
লাণ্ডাউ মেৰু
দ্বিচুম্বকত্ব
অতিতাৰল্য
অতিপৰিবাহিতা
লাণ্ডাউ বিভৱ
লাণ্ডাউ কোৱাণ্টাইজেশ্যন
লাণ্ডাউ তত্ত্ব
লাণ্ডাউ–স্কুআইৰ জেট
লাণ্ডাউ–লেভিচ সমস্যা
ষ্টুৱাৰ্ট–লাণ্ডাউ সমীকৰণ
গিঞ্জবাৰ্গ–লাণ্ডাউ তত্ত্ব
Darrieus–Landau instability
লাণ্ডাউ গতিৰ সমীকৰণ
লাণ্ডাউ–ৰাইচৌধুৰী সমীকৰণ
লাণ্ডাউ–জেনাৰ সূত্ৰ
Landau-Lifshitz fluctuating hydrodynamics
Landau–Lifshitz model
Landau–Lifshitz pseudotensor
Landau–Lifshitz–Gilbert equation
Landau–Pomeranchuk–Migdal effect
লাণ্ডাউ–য়াং তত্ত্ব
লাণ্ডাউ নীতি
Landau–Hopf theory of turbulence
Course of Theoretical Physics
উল্লেখনীয় বঁটা ষ্টালিন বঁটা (১৯৪৬)
মেক্স প্লাংক পদক (১৯৬০)
পদাৰ্থ বিজ্ঞানন'বেল বঁটা (১৯৬২)
দাম্পত্যসঙ্গী কে. টি. ড্ৰ'বানজেভা (বিবাহ ১৯৩৭; এটা সন্তান) (১৯০৮-১৯৮৪)

লে'ভ ডেভিড'ভিচ লাণ্ডাউ (২২ জানুৱাৰী ১৯০৮ – ১ এপ্ৰিল ১৯৬৮) এগৰাকী ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী। তেওঁ তাত্বিক পদাৰ্থ বিজ্ঞানৰ বহু ক্ষেত্ৰলৈ মৌলিক অৱদান আগবঢ়াইছিল।[1] তেওঁৰ শ্ৰেষ্ঠ অৱদানসমূহৰ ভিতৰত কোৱাণ্টাম বলবিজ্ঞানৰ ঘনত্ব মেট্ৰিস্ক পদ্ধতিৰ আৱিষ্কাৰ (যুটীয়াভাৱে)[2], দ্বিচুম্বকত্বৰ কোৱাণ্টাম বলবিজ্ঞান তত্ত্ব, অতিতাৰল্যৰ তত্ত্ব, দ্বিতীয় মাত্ৰাৰ দশা অৱস্থান্তৰৰ তত্ত্ব, অতিপৰিবাহিতাৰ গিঞ্জবাৰ্গ-লাণ্ডাউ তত্ত্ব, ফাৰ্মি তৰলৰ তত্ত্ব, প্লাজমা পদাৰ্থ বিজ্ঞানত লাণ্ডাউ ডেম্পিংৰ বিৱৰণ, কোৱাণ্টাম ত্বৰিৎবলবিজ্ঞানৰ লাণ্ডাউ মেৰু আৱিষ্কাৰ, নিউট্ৰিন'ৰ দ্বি-উপাদান তত্ত্ব আদি উল্লেখযোগ্য।[3] অতিতাৰল্যৰ এক গাণিতিক তত্ত্ব বিকাশৰ বাবে তেওঁ ১৯৬২ চনত পদাৰ্থ বিজ্ঞানন'বেল বঁটা লাভ কৰে। এই তত্ত্ব অনুসৰি ২.১৭ কেলভিন তাপমাত্ৰাৰ তলত তৰল হিলিয়াম ২-ৰ আচৰণক বুজিব পৰা যায়।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Rosen, Joe. Encyclopedia of Physics. Facts on File. পৃষ্ঠা. 177. https://books.google.com/books?id=HQWNJyRV6kMC&pg=PA177&dq=Azerbaijani+lev+landau&hl=en&sa=X&ved=0ahUKEwjg5sGtzPPYAhUr34MKHdsuBG4Q6AEIMDAC#v=onepage&q=lev%20landau&f=false. 
  2. Schlüter, Michael; Lu Jeu Sham (1982). "Density functional theory". Physics Today খণ্ড 35 (2): 36. doi:10.1063/1.2914933. http://www.physicstoday.org/resource/1/phtoad/v35/i2/p36_s1. 
  3. Shifman, M., ed (2013). Under the Spell of Landau: When Theoretical Physics was Shaping Destinies. World Scientific. doi:10.1142/8641. ISBN 978-981-4436-56-4. 
  4. Kapitza, P. L.; Lifshitz, E. M. (1969). "Lev Davydovitch Landau 1908–1968". Biographical Memoirs of Fellows of the Royal Society খণ্ড 15: 140–158. doi:10.1098/rsbm.1969.0007. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

গ্ৰন্থ
প্ৰবন্ধ

বাহ্যিক সংযোগ[সম্পাদনা কৰক]