মিৰ্জা গালিব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| মিৰ্জা গালিব مرزا غالب মোগল যুগৰ উৰ্দু কবি | |
|---|---|
![]() মিৰ্জা আছাদুল্লা বাইগ খান | |
| জন্ম | ২৭ ডিচেম্বৰ, ১৭৯৭ আগ্ৰা, মোগল সাম্ৰাজ্য |
| মৃত্যু | ১৫ ফেব্ৰুৱাৰী, ১৮৬৯ (৭১ বছৰ) দিল্লী, পঞ্জাব, ব্ৰিটিছ ইণ্ডিয়া |
| ছদ্মনাম | আছাদ, গালিব |
| পেচা | কবি |
| সময় | মোগল যুগ |
| ধৰণ | গজল |
| বিষয় | প্ৰেম, দৰ্শন |
প্ৰভাবিত হয়
| |
প্ৰভাবিত কৰে
| |
মিৰ্জা গালিব (ইংৰাজী: Mirza Ghalib, উৰ্দু: مرزا غالب; হিন্দী: मिर्ज़ा ग़ालिब) হৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান (ইংৰাজী: Mirza Asadullah Baig Khan, উৰ্দু/পাৰ্ছী: مرزا اسد اللہ بیگ خان) ৰূপে তেখেতৰ জন্ম হৈছিল৷ গালিব হৈছে তেওঁৰ ছদ্মনাম।১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত গালিবৰ জন্ম হয়। গালিবৰ আনুষ্ঠানিক শিক্ষা সম্বন্ধে ইমান বিতঙকৈ জনা নাযায়৷ তেওঁৰ জীৱনৰ আদিছোৱা আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে কোনো লিখিত তথ্য নথকাৰ কাৰণে ইয়ে পণ্ডিত সমাজক বিবুধিত পেলাই আহিছে৷ তথাপিও, এনেকৈয়ে কোৱা হয় যে দিল্লীৰ অভিজাত, সন্মানীয় আৰু বিজ্ঞসমাজৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল৷ অতি কম বয়সত, ১৮১০ চনৰ আশেপাশে এটা অতি সন্মানীয় পৰিয়ালৰ সৈতে তেওঁৰ বৈবাহিক সম্বন্ধ ঘটিছিল৷ ইয়াকো লগতে কোৱা হয় যে গালিবৰ সাতটি সন্তান আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সাতোটি সন্তানৰ এটিও বাচি থকা নাছিল৷ এই দুখ তেওঁ কবিতাৰ জড়িয়তে নিগৰিত হৈছিল৷ গালিবৰ সুৰা আৰু জুৱাৰ প্ৰতি আসক্তি আছিল৷ যদিও সেই সময়ত জুৱা খেলক এক সামাজিক অপৰাধ বুলি গণ্য কৰা হৈছিল।

১৮৬৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে এইজনা বিখ্যাত কবিয়ে শেষ নিশ্বাস ত্যাগ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| Wikisource has original text related to this article: |
- Indiasurfing.com Poetry of Mirza Ghalib with meaning
- Ballimaran.com Haveli of Mirza Ghalib, Chandni Chowk, Delhi Archived 2011-02-02 at the Wayback Machine
- Ghalib Institute, New Delhi Archived 2018-07-11 at the Wayback Machine
- A Visit to Mirza Ghalib's Haveli in Ballimara, Old Delhi
- Ghalib in Love Archived 2015-09-24 at the Wayback Machine
- Loharu Family
- (Blog) Kuchh Sacche Moti: Ghalib
- Works
- Ghalib at Kavita Kosh Archived 2011-03-24 at the Wayback Machine (Devanagari Hindi script)
- Fully coloured Deewan-e-Ghalib
- Best Urdu-Poetry by Mirza Ghalib Archived 2013-09-22 at the Wayback Machine
- Ghazal Translated By Qazi Muhammad Ahkam Archived 2011-05-30 at the Wayback Machine
- koii ummiid bar nahii.n aatii Translated By Qazi Muhammad Ahkam Archived 2010-12-22 at the Wayback Machine
- Selected Ghazals of Ghalib(Audio) Read by Qazi Muhammad Ahkam
- DIVAN - E - GHALIB The Urdu Ghazals of Mirza Asadullah Khan "GHALIB".
- Deewan-E-Ghalib Archived 2014-02-09 at the Wayback Machine
- Poetry of Ghalib Archived 2011-07-17 at the Wayback Machine - Complete Collection of Mirza Ghalib, A large Number of his Ghazals
- The Love Sonnets of Ghalib - Biography, selected works, and all things Ghalib
- Biography and selected works
- The Joy of the Drop - 37 poems by Ghalib in English translation.
- Selected couplets of Mirza Ghalib
- Selected couplets with translation of Mirza Ghalib Archived 2010-05-22 at the Wayback Machine
- English translation of one of Ghalib's Persian poems.
- Authorised Version of Deewan-e-Ghalib known as Nuskhae Hamidia uploaded by Javed Hussen Archived 2014-02-23 at the Wayback Machine
- Complete Persian poetry of Mirza Ghalib at scribd uploaded by Javed Hussen Archived 2014-02-23 at the Wayback Machine
- Mirza Ghalib's Diary of 1857 First Indian Libaretion Struggle in Urdu Translation uploaded by Javed Hussen Archived 2014-02-23 at the Wayback Machine
- unpublished Poems of Mirza Ghalib edited by Kalidas Gupta Raza uploaded by Javed Hussen Archived 2014-02-23 at the Wayback Machine
- original Urdu free pdf of Yaadgare Ghalib by Altaf Hussain Hali[সংযোগবিহীন উৎস]
- Loharu Family Link
- An Bangla selected translation of Mirza Ghalib with original Urdu Archived 2014-02-23 at the Wayback Machine
