ভূপেন বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূপেন বৰা
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৪ জুলাই,২০২১[1]
পূৰ্বসূৰী ৰিপুন বৰা
অসম বিধানসভাৰ সদস্য, অসম
কাৰ্যকাল
২০০৬ – ২০১৬[2]
সমষ্টি বিহপুৰীয়া
ব্যক্তিগত তথ্য
জন্ম ৩০ অক্টোবৰ, ১৯৭০ (৫৩ বছৰ)
লক্ষ্মীমপুৰ, অসম
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
জুলাই, ২০২১-ৰ তথ্য
উৎস: [1]

ভূপেন কুমাৰ বৰা (ইংৰাজী: Bhupen Kumar Borah; জন্ম: ৩০ অক্টোবৰ ১৯৭০) অসমৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল।[3][4]

২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।[5]

ৰাজনৈতিক পৰিসংখ্যা[সম্পাদনা কৰক]

ক্ৰমিক নং বৰ্ষ বিধানসভা সমষ্টি প্ৰতিদ্বন্দ্বী ভোট পাৰ্থক্য ফলাফল
২০০৬ বিহপুৰীয়া কেশৰাম বৰা (অগপ) ৩১,০৬১-৩০,৪৬৮ ৫৯৩ বিজয়ী[6]
২০১১ বিহপুৰীয়া কেশৰাম বৰা (অগপ) ৪৫,৯২০-৩৩,৭৬৪ ১২,১৫৬ বিজয়ী[7]
২০১৬ বিহপুৰীয়া দেবানন্দ হাজৰিকা(বিজেপি) ৪০,৩৭৬-৬৬,৫৬৩ ২৬,১৮৭ পৰাস্ত[8]
২০২১ বিহপুৰীয়া অমিয় কুমাৰ ভূঞা(বিজেপি) ৪৮,৮০১-৫৮,৯৭৯ ১০,১৭৮ পৰাস্ত[9]
ক্ৰমিক নং বৰ্ষ লোকসভা সমষ্টি প্ৰতিদ্বন্দ্বী ভোট পাৰ্থক্য ফলাফল
২০১৪ তেজপুৰ ৰাম প্ৰসাদ শৰ্মা ৩,৬০,৪৯১-৪,৪৬,৫১১ ৮৬,০২০ পৰাস্ত[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Bhupen Borah is new head of Assam Pradesh Congress Committee". The Hindu. 24 Jul 2021. https://www.thehindu.com/news/national/other-states/bhupen-borah-is-new-head-of-assam-pradesh-congress-committee/article35514900.ece। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  2. "Sitting and previous MLAs from Bihpuria Assembly Constituency". elections.in. https://www.elections.in/assam/assembly-constituencies/bihpuria.html। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  3. "Bhupen Kumar Borah from Bihpuria: Early Life, Controversy & Political Career". The Sentinel. https://www.sentinelassam.com/assam-election-2021/candidates/phase1/bhupen-kumar-borah-from-bihpuria-early-life-controversy-political-career-529211। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  4. "Member of Assam Legislative Assembly-Bhupen Kumar Borah". assamassembly.nic.in. http://assamassembly.nic.in/bhupen-kr-borah-2011.html। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  5. "Bhupen Borah named new president of Congress’ Assam unit". The Indian Express. 24 Jul 2021. https://www.thehindu.com/news/national/other-states/bhupen-borah-is-new-head-of-assam-pradesh-congress-committee/article35514900.ece। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  6. "Sitting and previous MLAs from Bihpuria Assembly Constituency". elections.in. https://www.elections.in/assam/assembly-constituencies/bihpuria.html। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  7. "Sitting and previous MLAs from Bihpuria Assembly Constituency". elections.in. https://www.elections.in/assam/assembly-constituencies/bihpuria.html। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  8. "Bihpuria Assembly Election 2016 Votes". india.com. https://www.india.com/assembly-election-2016/assam/bihpuria/। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  9. "BIHPURIA ASSEMBLY ELECTION RESULTS (2021)". oneindia.com. https://www.oneindia.com/bihpuria-assembly-elections-as-109/। আহৰণ কৰা হৈছে: 25 Jul 2021. 
  10. "PERFORMANCE IN PARLIAMENT". https://www.electiontak.in/lok-sabha-2014/assam/bhupen-kumar-borah-tezpur-results-375674। আহৰণ কৰা হৈছে: ১৪ মে',২০২২.