ভূপেন বৰা
অৱয়ব
ভূপেন বৰা | |
---|---|
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৪ জুলাই,২০২১[1] | |
পূৰ্বসূৰী | ৰিপুন বৰা |
অসম বিধানসভাৰ সদস্য, অসম | |
কাৰ্যকাল ২০০৬ – ২০১৬[2] | |
সমষ্টি | বিহপুৰীয়া |
ব্যক্তিগত তথ্য | |
জন্ম | ৩০ অক্টোবৰ, ১৯৭০ (৫৪ বছৰ) লক্ষ্মীমপুৰ, অসম |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
জুলাই, ২০২১-ৰ তথ্য উৎস: [1] |
ভূপেন কুমাৰ বৰা (ইংৰাজী: Bhupen Kumar Borah; জন্ম: ৩০ অক্টোবৰ ১৯৭০) অসমৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল।[3][4]
২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।[5]
ৰাজনৈতিক পৰিসংখ্যা
[সম্পাদনা কৰক]ক্ৰমিক নং | বৰ্ষ | বিধানসভা সমষ্টি | প্ৰতিদ্বন্দ্বী | ভোট | পাৰ্থক্য | ফলাফল |
---|---|---|---|---|---|---|
১ | ২০০৬ | বিহপুৰীয়া | কেশৰাম বৰা (অগপ) | ৩১,০৬১-৩০,৪৬৮ | ৫৯৩ | বিজয়ী[6] |
২ | ২০১১ | বিহপুৰীয়া | কেশৰাম বৰা (অগপ) | ৪৫,৯২০-৩৩,৭৬৪ | ১২,১৫৬ | বিজয়ী[7] |
৩ | ২০১৬ | বিহপুৰীয়া | দেবানন্দ হাজৰিকা(বিজেপি) | ৪০,৩৭৬-৬৬,৫৬৩ | ২৬,১৮৭ | পৰাস্ত[8] |
৪ | ২০২১ | বিহপুৰীয়া | অমিয় কুমাৰ ভূঞা(বিজেপি) | ৪৮,৮০১-৫৮,৯৭৯ | ১০,১৭৮ | পৰাস্ত[9] |
ক্ৰমিক নং | বৰ্ষ | লোকসভা সমষ্টি | প্ৰতিদ্বন্দ্বী | ভোট | পাৰ্থক্য | ফলাফল |
---|---|---|---|---|---|---|
১ | ২০১৪ | তেজপুৰ | ৰাম প্ৰসাদ শৰ্মা | ৩,৬০,৪৯১-৪,৪৬,৫১১ | ৮৬,০২০ | পৰাস্ত[10] |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Bhupen Borah is new head of Assam Pradesh Congress Committee". The Hindu. 24 Jul 2021. https://www.thehindu.com/news/national/other-states/bhupen-borah-is-new-head-of-assam-pradesh-congress-committee/article35514900.ece। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "Sitting and previous MLAs from Bihpuria Assembly Constituency". elections.in. https://www.elections.in/assam/assembly-constituencies/bihpuria.html। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "Bhupen Kumar Borah from Bihpuria: Early Life, Controversy & Political Career". The Sentinel. https://www.sentinelassam.com/assam-election-2021/candidates/phase1/bhupen-kumar-borah-from-bihpuria-early-life-controversy-political-career-529211। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "Member of Assam Legislative Assembly-Bhupen Kumar Borah". assamassembly.nic.in. http://assamassembly.nic.in/bhupen-kr-borah-2011.html। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "Bhupen Borah named new president of Congress’ Assam unit". The Indian Express. 24 Jul 2021. https://www.thehindu.com/news/national/other-states/bhupen-borah-is-new-head-of-assam-pradesh-congress-committee/article35514900.ece। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "Sitting and previous MLAs from Bihpuria Assembly Constituency". elections.in. https://www.elections.in/assam/assembly-constituencies/bihpuria.html। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "Sitting and previous MLAs from Bihpuria Assembly Constituency". elections.in. https://www.elections.in/assam/assembly-constituencies/bihpuria.html। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "Bihpuria Assembly Election 2016 Votes". india.com. https://www.india.com/assembly-election-2016/assam/bihpuria/। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "BIHPURIA ASSEMBLY ELECTION RESULTS (2021)". oneindia.com. Archived from the original on 25 July 2021. https://web.archive.org/web/20210725142302/https://www.oneindia.com/bihpuria-assembly-elections-as-109/। আহৰণ কৰা হৈছে: 25 Jul 2021.
- ↑ "PERFORMANCE IN PARLIAMENT". https://www.electiontak.in/lok-sabha-2014/assam/bhupen-kumar-borah-tezpur-results-375674। আহৰণ কৰা হৈছে: ১৪ মে',২০২২.