এজৰা পাউণ্ড
এজৰা পাউণ্ড | |
---|---|
![]() | |
জন্ম | ৩০ অক্টোবৰ ১৮৮৫ আমেৰিকা |
মৃত্যু | ১ নবেম্বৰ ১৯৭২ চন। ভেনিচ,ইটালী |
ভাষা | ইংৰাজী ভাষা |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
নাগৰিকত্ব | আমেৰিকান |
এজৰা পাউণ্ড (ইংৰাজী: Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।[1]
জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]
১৮৮৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমেৰিকাৰ যুক্তৰাষ্ট ইদাহো ৰাষ্ট্ৰত তেখেতৰ জন্ম হয়। তেওঁ পিতৃ নাম আছিল লুইছ পাউণ্ড আৰু মাতৃ নাম ইসায়েল।[2]
শিক্ষা[সম্পাদনা কৰক]
তেওঁ হেমিলটন কলেজৰ পৰা কলেজীয়া শিক্ষা লাভ কৰিছিল।[3]
চাকৰি জীৱন[সম্পাদনা কৰক]
তেওঁ ফৰাছী আৰু স্পেনিছ ভাষাত অধ্যাপনা কৰি ১৯০৮ চনত লণ্ডনত সাহিত্যিক জীৱন আৰম্ভ কৰে।
সাহিত্যৰাজি[সম্পাদনা কৰক]
কবিতাপুথি[সম্পাদনা কৰক]
- Personae
- Exultation provenka
- Conzani
- Riposiles
- Cathay
- Lusta
- Hamage sextus properties
- Hugh pelwyn moulerly
গবেষণামূলক অনুবাদ গ্ৰন্থ[সম্পাদনা কৰক]
- Note or Accompleshment
- Certain nable plays of japan
প্ৰবন্ধ সংকলন[সম্পাদনা কৰক]
- Make it new (সম্পা: ইলিয়ট ১৯৩৪)
- Polite alays (সম্পা: ইলিয়ট ১৯৩৭)
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
- ১৯৪৮ চনত বলিংগেন পুৰস্কাৰ লাভ কৰে।
মৃত্যু[সম্পাদনা কৰক]
১৯৭২ চনৰ ১ নবেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হয়।