স্বামী ৰামতীৰ্থ
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| স্বামী ৰামতীৰ্থ | |
|---|---|
| জন্ম | ১৮৭৩ চন পাকিস্তান ৰ পাঞ্জাৱ ৰ গুজৰানৱালা জিলাত। |
| মৃত্যু | ১৯০৬ চন তেহৰি |
| ৰাষ্ট্ৰীয়তা | হিন্দু |
| নাগৰিকত্ব | ভাৰতীয় |
স্বামী ৰামতীৰ্থ (ইংৰাজী: Swami Rama Tirtha) আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।তেখেতক ৰাম সোমী বুলিও জনা যায়।[1]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]স্বামী ৰামতীৰ্থ ৰ জন্ম হৈছিল এটা পাঞ্জাৱী ব্ৰাহ্মণ পৰিয়ালত ১৮৭৩ চনৰ ২২ অক্টোবৰ তাৰিখে পাকিস্তানৰ পাঞ্জাৱ ৰ গুজৰানৱালা জিলাত। তেখেতৰ জন্মৰ কেইবছৰমান পিছতেই মাকৰ মৃত্যু হৈছিল।আৰু তেওঁক তেওঁৰ ডাঙৰ ভায়েক গোছেইনে ডাঙৰ দীঘল কৰিছিল।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত লাহোৰ চৰকাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক হৈছিল। তেখেত আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।[3]
মৃত্যু
[সম্পাদনা কৰক]১৯০৬ চনৰ ১৭ অক্টোবৰ তাৰিখে ৩২ বছৰ বয়সত তেহৰি ত তেখেতে মৃত্যুবৰণ কৰে।[4]