সমললৈ যাওক

কৱি শাস্ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৱি শাস্ত্ৰী
জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯৮৬ (৪০ বছৰ)
লণ্ডন, যুক্তৰাজ্য
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা  যুক্তৰাজ্য
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০১ - বৰ্তমানলৈ
দাম্পত্যসঙ্গী Sherryl Wiltshire (m. 2012)

কৱি শাস্ত্ৰী (ইংৰাজী: Kavi Shastri) (জন্ম: ফেব্ৰুৱাৰী ১৯, ১৯৮৬) হৈছে এজন ভাৰতীয় ব্ৰিটিছ অভিনেতা[1]। প্ৰবাসী ভাৰতীয় এই অভিনেতাজনে পূৰ্বতে কিছুসংখ্যক ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল যদিও তেওঁ য়শ ৰাজ ফিল্মছৰ ধাৰাবাহিক "ৰিস্তা ডট কম"-ত কৰা অভিনয়ৰ বাবেহে ভাৰতীয় দৰ্শকৰ মাজত পৰিচয় আৰু জনপ্ৰিয়তা লাভ কৰে।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
নাম বৰ্ষ চৰিত্ৰ ভাষা টোকা তথ্যসূত্ৰ
হলবী চিটি২০০১আচফইংৰাজীধাৰাবাহিক
খণ্ড: ৰাণএৱে #৩.১২
[1]
ইউগেটমি২০০৩-২০০৫এসইংৰাজীধাৰাবাহিক
৪৭টা খণ্ড
ইট কুড বি ইউ২০০৫সিদইংৰাজীচলচ্চিত্ৰ
দা বিল২০০৫চাদিক কালিয়াইংৰাজীধাৰাবাহিক
খণ্ড: 362 #২১.৯০
পপকৰ্ণ২০০৭কাৰ্লইংৰাজীচলচ্চিত্ৰ
ফেয়াৰী টেল্চ২০০৮সাজইংৰাজীটিভি মিনি চিৰিজ
খণ্ড: দা এম্প্ৰেচেচ নিউ ক্লোথ #১.০৩
লাভ আজ কল২০০৯জাত (ছেইফ আলি খানৰ বন্ধু)হিন্দীচলচ্চিত্ৰ[1]
ৰিস্তা ডট কম২০১০ৰোহন মেহৰাহিন্দীধাৰাবাহিক
২৬টা খণ্ড
মুঝচে ফ্ৰেণ্ডচিপ কৰোগে২০১১সিদ্ধান্ত শেখৰহিন্দীচলচ্চিত্ৰ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Kavi Shastri on IMDb