বিভূতি নাৰায়ণ ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিভূতি নাৰায়ণ ৰায়
বিভূতি নাৰায়ণ ৰায়
জন্ম ২৮ নৱেম্বৰ, ১৯৫১ (৭২ বছৰ)
জ'নপুৰ (আজমগড়), উত্তৰ প্ৰদেশ
পেচা লেখক, উপন্যাসিক, সামাজিক চিন্তক, অনুবাদক, ভাৰতীয় পুলিচ সেৱা (IPS), মহাত্মা গান্ধী আন্তৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰুপে কৰ্মৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ (ইংৰাজী)
উল্লেখনীয় কৰ্মৰাজি তবাদলা
ঘৰ
চহৰ মে কাৰ্ফিউ
কিচ্চা লোকতন্ত্ৰ
উল্লেখযোগ্য বঁটা ইন্দু শৰ্মা আন্তৰাষ্ট্ৰীয় কথা সন্মান
দাম্পত্যসংগী পদ্মা ৰায়
ৱেবছাইট vibhutinarain.blogspot.com
Vibhuti Narain Rai an English language Indian writer and retd.IPS officer, at Chandigarh Literature Festival 2016,India

বিভূতি নাৰায়ণ ৰায় (হিন্দী: विभूति नारायण राय) (জন্ম: ২৮ নভেম্বৰ ১৯৫১) হৈছে এগৰাকী ভাৰতীয় সাহিত্যিক, সামাজিক চিন্তক, অনুবাদক আৰু শিক্ষাবিদ। ৰায়ে ১৯৭১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সম্পন্ন কৰে। ১৯৭৫ চনত উত্তৰ প্ৰদেশ কেডৰত ভাৰতীয় পুলিচ সেৱাত যোগদান কৰে। তেওঁ বিভিন্ন সংস্পৰ্শকাতৰ জিলাসমূহত পুলিচ অধিক্ষকৰ পদত কৰ্মৰত থাকে। বৰ্তমান তেওঁ মহাত্মা গান্ধী আন্তৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য।[1]

কৰ্মৰাজী[সম্পাদনা কৰক]

হিন্দী ভাষাৰ কৰ্মৰাজী[সম্পাদনা কৰক]

উপন্যাস

  • ঘৰ (घर)
  • চহৰ মে কাৰ্ফিউউ (शहर में कर्फ्यू - চহৰত কাৰ্ফিউ শীৰ্ষকেৰে অসমীয়ালৈ অনুদিত)
  • কিচ্চা লোকতন্ত্ৰ (किस्सा लोकतंत्र)
  • তবাদলা (तबादला)
  • প্ৰেম কি ভূত কথা (प्रेम की भूतकथा)

ব্যংগ লিখনি

  • এক ছাত্ৰ নেতা কা ৰোজনামছা (एक छात्र नेता का रोजनामचा)

সমালোচনামূলক

  • কথা সাহিত্য কে সৌ বৰছ (कथा साहित्य के सॉ बरस)
  • ৰণভূমি মে ভাষা (रणभूमि में भाषा)

স্মৰণ

  • হাচিমপুৰা: উত্তৰ প্ৰদেশ পুলিচ কে ইতিহাস কা এক কালা অধ্যায়
    (हाशिमपुरा : उत्तर प्रदेश पुलिस के इतिहास का एक काला अध्याय)

সম্পাদনা

  • সমকালিন হিন্দী কাহানীয়া (समकालीन हिंदी कहानियाँ)
  • বৰ্তমান সাহিত্য (वर्तमान साहित्य - প্ৰায় ১৫ বছৰ ধৰি)

ইংৰাজী ভাষাৰ কৰ্মৰাজী[সম্পাদনা কৰক]

  • কম্বেটিং কমিউনেল কনফ্লিক্ট (Combating Communal Conflict)
  • কমিউনেল কনফ্লিক্ট: পাৰচেপ্টচন অফ পুলিচ নিউট্ৰেলিটি ডিউৰিঙ হিন্দু-মুছলিম ৰায়তচ ইন ইণ্ডিয়া
    (Communal Conflicts: Perception of Police Neutrality During Hindu-Muslim Riots in India)
  • লেটাৰ এড্ৰেচড টু অল আই পি এচ অফিচাচ অফ কাউনট্ৰি ডিউৰিঙ গুজৰাট ৰায়তচ অফ ২০০২
    (Letter addressed to all IPS officers of the country during Gujrat riots of 2002)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Vibhuti Narain Rai Hindi university VC". Archived from the original on 2014-09-04. https://web.archive.org/web/20140904212045/http://www.hindivishwa.org/desk_vc.php। আহৰণ কৰা হৈছে: ২০১১-১২-০৬.