সমললৈ যাওক

একনাথ ৰামকৃষ্ণ ৰানাদে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
একনাথ ৰামকৃষ্ণ ৰানাদে
জন্ম ১৯ নবেম্বৰ,১৯১৪ চন
আমৰাৱতী
মৃত্যু ২২ আগষ্ট,১৯৮২
চেন্নাই
ভাষা ভাৰতীয়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ড° হৰিছিং গৌৰ বিশ্ববিদ্যালয়

একনাথ ৰামকৃষ্ণ ৰানাদে (ইংৰাজী: Eknath Ramakrishna Ranade) ভাৰতৰ এগৰাকী সমাজকৰ্মী আৰু নেতা আছিল।

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

একনাথ ৰামকৃষ্ণ ৰানাদেৰ জন্ম হৈছিল ১৯১৪ চনৰ ১৯ নৱেম্বৰ তাৰিখে,তামিলনাডুৰ অমৰাৱতীত। ৰানাদেৰ তিনিগৰাকী ভাতৃ আৰু চাৰিগৰাকী বায়েক আছিল। সকলোতকৈ কনিষ্ঠ তেওঁ আছিল। জ্যেষ্ঠ ভাতৃৰ নাম কাশীনাথ ৰানাদে আছিল।

একনাথ ৰামকৃষ্ণ ৰানাদেই ড° হৰিছিং গৌৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰিছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

একনাথ ৰামকৃষ্ণ ৰানাদে এ বিবেকানন্দ ৰক মেমৰীয়েল আৰু দ্য বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীত প্ৰতিষ্ঠা কৰিছিল।

একনাথ ৰামকৃষ্ণ ৰানাদেৰ মৃত্যু হৈছিল ১৯৮২ চনৰ ২২ আগষ্ট তাৰিখে চেন্নাইত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Google,2021