একনাথ ৰামকৃষ্ণ ৰানাদে
অৱয়ব
একনাথ ৰামকৃষ্ণ ৰানাদে | |
---|---|
জন্ম | ১৯ নবেম্বৰ,১৯১৪ চন আমৰাৱতী |
মৃত্যু | ২২ আগষ্ট,১৯৮২ চেন্নাই |
ভাষা | ভাৰতীয় |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ড° হৰিছিং গৌৰ বিশ্ববিদ্যালয় |
একনাথ ৰামকৃষ্ণ ৰানাদে (ইংৰাজী: Eknath Ramakrishna Ranade) ভাৰতৰ এগৰাকী সমাজকৰ্মী আৰু নেতা আছিল।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]একনাথ ৰামকৃষ্ণ ৰানাদেৰ জন্ম হৈছিল ১৯১৪ চনৰ ১৯ নৱেম্বৰ তাৰিখে,তামিলনাডুৰ অমৰাৱতীত। ৰানাদেৰ তিনিগৰাকী ভাতৃ আৰু চাৰিগৰাকী বায়েক আছিল। সকলোতকৈ কনিষ্ঠ তেওঁ আছিল। জ্যেষ্ঠ ভাতৃৰ নাম কাশীনাথ ৰানাদে আছিল।
শিক্ষা
[সম্পাদনা কৰক]একনাথ ৰামকৃষ্ণ ৰানাদেই ড° হৰিছিং গৌৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰিছিল।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]একনাথ ৰামকৃষ্ণ ৰানাদে এ বিবেকানন্দ ৰক মেমৰীয়েল আৰু দ্য বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীত প্ৰতিষ্ঠা কৰিছিল।
মৃত্যু
[সম্পাদনা কৰক]একনাথ ৰামকৃষ্ণ ৰানাদেৰ মৃত্যু হৈছিল ১৯৮২ চনৰ ২২ আগষ্ট তাৰিখে চেন্নাইত।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Google,2021