ছবিলাল উপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ছবিলাল উপাধ্যায় (Chabilal Upadhyaya)
জন্ম ১২ মে', ১৮৮২
বুঢ়ীগাং (অবিভক্ত দৰং) এতিয়া বিশ্বনাথ জিলা, অসম [1]
মৃত্যু ২৪ জানুৱাৰী, ১৯৮০ (৯৭ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অসমৰ ৰাজনৈতিক নেতা
ৰাজনৈতিক দল অসম প্ৰদেশ কংগ্ৰেছ কমিটি
পিতৃ-মাতৃ স্বৰ্গীয় কাশীনাথ উপাধ্যায় (ঘিমিৰে) (পিতৃ)
স্বৰ্গীয় বিষ্ণুমায়া দেৱী (মাতৃ) [1]

ছবিলাল উপাধ্যায় (ইংৰাজী: Chabilal Upadhyaya) অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰথম (নিৰ্বাচিত) সভাপতি আছিল। তেওঁৰ জন্ম হৈছিল ১৮৮২ চনৰ ১২ মে'ত বুঢ়ীগাঙত (অবিভক্ত দৰং)।[1] [2]

ৰাজনৈতিক অৱদান[সম্পাদনা কৰক]

ছবিলাল বাবু নামেৰে জনাজাত ছবিলাল উপাধ্যায় অসমৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন বিশিষ্ট নেতা আছিল।[3] তেওঁ স্বাধীনতা যুদ্ধত যোগদান কৰিছিল। ১৯২১ চনৰ ১৮ এপ্ৰিলত তেখেতৰ অধ্যক্ষতাত এখন সভা যোৰহাটত অনুষ্ঠিত হয় য'ত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠনৰ বাবে অসম সন্থাক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰিত কৰা হয়।[4] তেওঁ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰথম (নিৰ্বাচিত) সভাপতি হৈছিল।[5] কংগ্ৰেছত যোগদান কৰাৰ বাবে আৰু গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলনত যোগদান কৰাৰ বাবে ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰি ছয় মাহৰ কাৰাদণ্ড পৰিশোধ কৰে।

গোহপুৰ উপ-বিভাগত বিভিন্ন স্থানীয় বিদ্যালয় স্থাপনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[6] তেওঁৰ নেতৃত্বত, ত্ৰিশ হাজাৰ নেপালী ভাষী লোকে অল ইণ্ডিয়া গোৰ্খা লীগৰ আহ্বানত জিন্নাৰ প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।[7]

অসম চৰকাৰে ঘোষণা কৰিলে যে অসমৰ বিহালীত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, ছবিলাল উপাধ্যায়ৰ নামেৰে স্থাপন কৰা হ'ব।[8] [9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "He was born on....". Archived from the original on 2021-01-13. https://web.archive.org/web/20210113194916/https://www.indiangorkhas.in/2016/03/chhabilal-upadhyaya-freedom-fighter.html?m=0. 
  2. "The Times of India: Latest News India, World & Business News, Cricket & Sports, Bollywood". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/dynalist/msid-81566277.cms। আহৰণ কৰা হৈছে: 2021-06-07. 
  3. Chabilal Upadhyaya. Good Books Distributors Publishers. 2020. 
  4. History Book Of Class 10. প্ৰকাশক Guwahati: Assam State Textbook Production and Publication Corporation Limited. 2015. পৃষ্ঠা. 66. 
  5. "16" (Hindi ভাষাত). Baichitramai Assam. প্ৰকাশক Guwahati: Assam RashtraBhasa Prachar Samiti. 2018. পৃষ্ঠা. 88. 
  6. "Chabilal Upadhyaya M. E. School was .......". Archived from the original on 2020-10-16. https://web.archive.org/web/20201016174015/https://sites.google.com/site/chabilalupadhyaymeschool/faculties/home/about-us. 
  7. Sarmah, Parag Jyoti (2018-04-01). "Assamese Gorkha In The Indian Freedom Movement: An Overview" (en-US ভাষাত). Youth Ki Awaaz. https://www.youthkiawaaz.com/2018/04/assamese-gorkha-in-the-indian-freedom-movement-an-overview/। আহৰণ কৰা হৈছে: 2021-06-07. 
  8. "New engineering college to be named after Chabilal Upadhyaya". Time8. https://www.time8.in/assam-engineering-college-to-be-named-after-chabilal-upadhyaya-in-bihali/. 
  9. "Engineering college will be named after him". East Mojo. https://www.eastmojo.com/assam/2020/10/15/engineering-college-in-bihali-to-be-named-after-gorkha-freedom-fighter-chabilal-upadhyay. 

বাহ্যিক সংযোগসমূহ[সম্পাদনা কৰক]