ভেংকাইয়া নাইডু
ভেংকাইয়া নাইডু | |
---|---|
![]() | |
ভাৰতৰ ১৩ তম উপৰাষ্ট্ৰপতি | |
কাৰ্যভাৰ গ্ৰহণ ১১ আগষ্ট, ২০১৭ | |
ৰাষ্ট্ৰপতি | ৰাম নাথ কোৱিন্দ |
উত্তৰসূৰী | মহম্মদ হামিদ আনচাৰি |
তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী | |
কাৰ্যকাল ৫ জুলাই, ২০১৬ – ১৭ জুলাই, ২০১৭ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | অৰুণ জেটলী |
উত্তৰসূৰী | স্মৃতি ইৰানী |
নগৰীয় উন্নয়ন আবাস আৰু নগৰীয় দৰিদ্ৰতা নিৰ্মূল মন্ত্ৰালয় | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ১৭ জুলাই ২০১৭ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | কমল নাথ (নগৰীয় উন্নয়ন) গিৰিজা ব্যাস (আবাস আৰু নগৰীয় দৰিদ্ৰতা নিৰ্মূল মন্ত্ৰালয়) |
উত্তৰসূৰী | নৰেন্দ্ৰ সিং তোমাৰ |
সংসদীয় পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৫ মে' ২০১৪ – ৫ জুলাই ২০১৬ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | কমল নাথ |
উত্তৰসূৰী | অনন্ত কুমাৰ |
ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ | |
কাৰ্যকাল ১ জুলাই ২০০২ – ৫ অক্টোবৰ ২০০৪ | |
পূৰ্বসূৰী | জন কৃষ্ণমূৰ্তি |
উত্তৰসূৰী | লাল কৃষ্ণ আদৱানী |
গ্ৰামঞ্চল উন্নয়ন মন্ত্ৰী | |
কাৰ্যকাল ৩০ ছেপ্টেম্বৰ ২০০০ – ৩০ জুন ২০০২ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | সুন্দৰ লাল পাতৱা |
উত্তৰসূৰী | কাশীৰাম ৰাণা(২০০৩) |
ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০১৬ | |
পূৰ্বসূৰী | আনন্দ শৰ্মা |
কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সাংসদ | |
কাৰ্যকাল ১৯৯৮ – ২০১৬ | |
পূৰ্বসূৰী | এইছ. ডি. দেৱেগৌড়া |
উত্তৰসূৰী | নিৰ্মলা সীতাৰমন |
অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ সদস্য (উদয়গিৰী বিধানসভা সমষ্টি) | |
কাৰ্যকাল ১৯৭৮ – ১৯৮৫ | |
উত্তৰসূৰী | মেকাপাটী ৰাজমোহন ৰেড্ডী |
ব্যক্তিগত তথ্য | |
জন্ম | মুপ্পাভাৰাপু ভেংকাইয়া নাইডু ১ জুলাই, ১৯৪৯ (৭৩ বছৰ) চাঁভাটাপালেম, মাদ্ৰাজ প্ৰভিডেন্স, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
আন ৰাজনৈতিক সম্পৰ্ক |
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা |
দাম্পত্যসঙ্গী | এম. ঊষা (বি. ১৯৭১) |
সন্তান | ২ |
শিক্ষানুষ্ঠান | অন্ধ্ৰ বিশ্ববিদ্যালয় |
মুপ্পাভাৰাপু ভেংকাইয়া নাইডু (ইংৰাজী: Muppavarapu Venkaiah Naidu; জন্ম: ১ জুলাই ১৯৪৯) ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি। তেওঁ মোদী কেবিনেটত আবাস আৰু চহৰীয়া দৰিদ্ৰতা উন্নয়ন মন্ত্ৰী, নগৰীয় উন্নয়ন মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।[1] ২০০২ চনৰ পৰা ২০০৪ চনলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ হিচাপে কাৰ্যকাল আগবঢ়াইছিল।[2] তাৰ আগতে তেওঁ অটল বিহাৰী বাজপায়ীৰ কেবিনেটত গ্ৰামোন্নয়ন মন্ত্ৰী আছিল।[3][4] ২০১৭ চনৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী আছিল। তেওঁ তেওঁৰ নিকতম প্ৰতিদ্বন্দ্বী ইউনাইটেড পিপলছ ফ্ৰণ্টৰ গোপালকৃষ্ণ গান্ধীক পৰাজিত কৰি ভাৰতৰ ১৩ তম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০১৭ চনৰ ১১ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে তেওঁক উপৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰোৱায়।
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "Venkaiah Naidu, BJP’s south Indian face gets second stint in government". Indian Express. 25 June 2014. http://indianexpress.com/article/india/politics/venkaiah-naidu-bjps-south-indian-face-gets-second-stint-in-government/.
- ↑ "BJP PRESIDENTS". BJP. http://www.bjp.org/leadership/bjp-presidents/shri-m-venkaiah-naidu.
- ↑ http://www.thehindu.com/news/national/other-states/bjp-wins-all-seats-from-rajasthan/article8718901.ece
- ↑ "Cabinet reshuffle: Portfolios of Modi’s ministers". 5 July 2016. http://m.hindustantimes.com/india-news/cabinet-reshuffle-portfolios-of-modi-s-ministers/story-aMmHcm2zuPe01v4BZQd7MN.html। আহৰণ কৰা হৈছে: 5 July 2016.