চল বেলো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জন্ম ১০ জুলাই,১৯১৫
কিউবেকৰ (কানাডা) লেচিনত
ৰাষ্ট্ৰীয়তা আমেৰিকান

চল বেলো (ইংৰাজী: SAUL BELLOW) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

চল বেলোৰ জন্ম হয় ১৯১৫ চনৰ ১০ জুলাইত কিউবেকৰ(কানাডা) লেচিন নামৰ ঠাইত। [1] তেওঁৰ পিতৃৰ নাম আব্ৰাহাম আৰু মাতৃৰ নাম লিজা।

শিক্ষা[সম্পাদনা কৰক]

  1. ১৯৩৩ চনত চিকাগো বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। তাত দুবছৰ পঢ়ি নৰ্থ ওৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়লৈ গুচি যায়।
  2. ১৯৩৭ চনত সমাজবিদ্যা আৰু নৃতত্ত্ব চূড়ান্ত ডিগ্ৰী লয়। [2]

কৰ্মজীৱন[সম্পাদনা কৰক]

বেলো এনচাইক্লোপিডিয়া অব ব্ৰিটানিকাৰ সম্পাদকীয় দপ্তৰৰো এজন সদস্য আছিল।

সাহিত্যৰাজি[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  1. ডাংলিং মেন (১৯৪৪)
  2. দা ৱিকটিম (১৯৪৭)
  3. চেইজে দা ডে (১৯৫৯)
  4. হাজোৰ্গ (১৯৬৪)
  5. হেন্দাৰচন দি ৰেইন কিং (১৯৫৯)
  6. এডভেঞ্চাৰচ অফ এঞ্জি মাৰ্চ (১৯৫৯)
  7. এ থেফ্ট (১৯৮৯)
  8. দা অক্টোল (১৯৯৭)[3]

নাটক[সম্পাদনা কৰক]

দা লাষ্ট এনালেছিছ (১৯৬৫)

চুটিগল্প[সম্পাদনা কৰক]

  1. ছামথিং টু ৰিমেম্বাৰ মি বাই:থ্ৰী টেলচ (১৯৯১)
  2. কলেক্টএড স্তৰিচ (২০০১)[4]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. ১৯৫৪ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  2. ১৯৬৫ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  3. ১৯৭১ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  4. ১৯৭৬ চনত চল বেলোই সাহিত্যত নোবেল বঁটা লাভ কৰে।
  5. ১৯৭৬ চনত সাহিত্যকমৰ বাবে বেলোকে পুলিৎজাৰ বঁটা লাভ কৰে।
  6. ১৯৮৮ চনত ৰাষ্ট্ৰীয় কলা পদক লাভ কৰিবলৈ সক্ষম হয়।
  7. ১৯৯০ চনত আমেৰিকান চিঠিলৈ বিশিষ্ট অৱদানৰ বাবে নেচনেল বুক ফাউণ্ডেচনৰ জীৱনজোৰা পদক লাভ কৰে।
  8. ১৯৯৭ চনত ৰাষ্ট্ৰীয় ইহুদী বঁটা লাভ কৰে।
  9. ২০১০ চনত চিকাগো লিতাৰেৰী হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছে।[5]

মৃত্যু[সম্পাদনা কৰক]

২০০৫ চনৰ ৫ এপ্ৰিল তাৰিখে তেখেতৰ মৃত্যু হয়।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮৫
  2. কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮৫
  3. https://en.wikipedia.org/wiki/Saul_Bellow
  4. https://en.wikipedia.org/wiki/Saul_Bellow
  5. https://en.wikipedia.org/wiki/Saul_Bellow
  6. https://en.wikipedia.org/wiki/Saul_Bellow