সমললৈ যাওক

মাৰিয়া ছাৰাপোভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰিয়া ছাৰাপোভা

মাৰিয়া ছাৰাপোভা ২০১৫ মুটুৱা মাদ্ৰিড অপেনত
দেশ  ৰাছিয়া
বাসস্থান ব্ৰেডেণ্টন, ফ্লোৰিদা
জন্ম ১৯ এপ্ৰিল, ১৯৮৭ (৩৯ বছৰ)
ন্যাগন, Russian SFSR, চোভিয়েট উনিয়ন
উচ্চতা ১.৮৮ মিটাৰ (U=ft}})[1]
পেচা গ্ৰহণ April 19, 2001[1]
হস্তশৈলী Right-handed (two-handed backhand)[1]
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি US$ 34,898,240[2]
একক
কেৰিয়াৰৰ অভিলেখ 592–142[1]
কেৰিয়াৰৰ খিতাপ 35 WTA, 4 ITF
সৰ্ব্বোচ্চ ৰেংকিং No. 1 (August 22, 2005)[1]
বৰ্তমানৰ ৰেংকিং No. 2 (July 20, 2015)[1]
গ্ৰেণ্ড শ্লাম একক পৰিসংখ্যা
অষ্ট্ৰেলিয়ান অ'পেন W (2008)
ফ্ৰেন্স অ'পেন W (2012, 2014)
উইম্বলডন W (2004)
ইউ এছ অ’পেন W (2006)
আন প্ৰতিযোগিতা
ডব্লু’ টি এ টুৰ চেম্পিয়ন W (2004)
অলিম্পিক Silver medal (2012)
দ্বৈত
কেৰিয়াৰৰ অভিলেখ 23–17[1]
কেৰিয়াৰৰ খিতাপ 3 WTA[1]
সৰ্ব্বোচ্চ ৰেংকিং No. 41 (June 14, 2004)[1]
গ্ৰেণ্ড শ্লাম দ্বৈত পৰিসংখ্যা
অষ্ট্ৰেলিয়ান অ'পেন 2R (2003, 2004)
ইউ এছ অ’পেন 2R (2003)
মিক্সড্ ডাবলচ্‌
গ্ৰেণ্ড শ্লাম মিক্সড্ ডাবলচ্‌ পৰিসংখ্যা
ইউ এছ অ’পেন QF (2004)
June 8, 2015ত শেষবাৰ আপডেট কৰা হৈছে।
অলিম্পিক পদক ৰেকৰ্ড
প্ৰতিনিধিত্ব কৰা দেশ  ৰাছিয়া
Tennis
ৰূপৰ পদক – দ্বিতীয় স্থান2012 LondonSingles

মাৰিয়া ছাৰাপোভা (ইংৰাজী:Maria Yuryevna Sharapova) এগৰাকী ৰাছিয়ান টেনিচ খেলুৱৈ। তেও বৰ্তমান উইমেন'চ টেনিচ এচোচিয়েচন (WTA)ৰ দ্বিতীয় স্থানত আছে।

মাৰিয়া ছাৰাপোভা ১৯ এপ্ৰিল ১৯৮৭ চনত ৰাছিয়াৰ ন্যাগান চহৰত জন্মগ্ৰহন কৰিছিল। তাইৰ পিতৃ-মাতৃ য়ুৰি আৰু য়ুলেনা পূৰ্বতে প্ৰাক্তন বেলাৰাছিয়াৰ গোমেলৰ বাসিন্দা আছিল, কিন্তু চাৰ্নোবিন দুৰ্ঘটনাৰ পিছত প্ৰাদুৰ্ভাবৰ আশংকা কৰি তেওঁলোক মাৰিয়াৰ জন্মস্থানলৈ আহে।।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 9 "Maria Sharapova". WTA. http://www.wtatennis.com/players/player/9499/title/maria-sharapova আহৰণ কৰা হৈছে: March 5, 2012.
  2. "WTA Million Dollar Club" (PDF). WTA. http://www.wtatennis.com/SEWTATour-Archive/Rankings_Stats/Millionaires.pdf আহৰণ কৰা হৈছে: June 8, 2014.
  3. (Russian ভাষাত). Lenta.ru. http://lenta.ru/lib/14164248/ আহৰণ কৰা হৈছে: 2013-04-29.