মুকেশ আম্বানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুকেশ আম্বানী

২০০৭ চনত মুকেশ আম্বানী
জন্ম মুকেশ ধীৰুভাই আম্বানী
১৯ এপ্ৰিল, ১৯৫৭ (৬৬ বছৰ)
এডেন, কলনী অফ এডেন
(বৰ্তমান য়েমেন)[1][2]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান চেইণ্ট জেভিয়াৰ্ছ কলেজ, মুম্বাই
ইনষ্টিটিউট অফ কেমিকেল টেকনলজী (বি.ই.)
ষ্টেনফৰ্ড বিশ্ববিদ্যালয় (শিক্ষা অসমাপ্ত)
পেচা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ
মুঠ আয় ৮১.৬ বিলয়ন আমেৰিকান ডলাৰ (২৮ জুলাই ২০২০)[3]
দাম্পত্যসঙ্গী নীতা আম্বানী (বি. ১৯৮৫)[4]
পিতৃ-মাতৃ ধীৰুভাই আম্বানী (পিতৃ)
কোকিলাবেন আম্বানী (মাতৃ)
সন্তান ২জন পুত্ৰ এগৰাকী কন্যা
আত্মীয়-স্বজন অনিল আম্বানী (ভাতৃ)
টিনা আম্বানী (ভাই বোৱাৰী)

মুকেশ ধীৰুভাই আম্বানী (জন্ম ১৯ এপ্ৰিল ১৯৫৭) এগৰাকী ভাৰতীয় ধনকুৱেৰ ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ, জন হিতৈষী আৰু ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্চুন গ্লোৱেল-৫০০ত অন্তৰ্ভুক্ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড বজাৰ মূল্যৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ মূল্যবান কোম্পানী।[5] ইয়াৰ লগতে ২০২০ চনৰ ২৮ জুলাই তাৰিখ মতে তেওঁ ফৰ্বছৰ তালিকা অনুসৰি ৮১.৬ বিলয়ন আমেৰিকান ডলাৰ অৰ্থমুল্যৰে এছিয়া মহাদেশৰ আটাইতকৈ ধনী তথা বিশ্বৰ পঞ্চম স্থানৰ ধনী ব্যক্তি।[6][7][8]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Nolan, Jeannette. "Mukesh Ambani". Encyclopædia Britannica. Retrieved 6 October 2013. 
  2. "The Rediff Business Interview/ Mukesh Ambani". Rediff.com. 17 June 1998. http://www.rediff.com/business/1998/jun/17nandy.htm। আহৰণ কৰা হৈছে: 22 August 2013. 
  3. "Mukesh Ambani". Forbes. https://www.forbes.com/profile/mukesh-ambani/?list=billionaires। আহৰণ কৰা হৈছে: 23 April 2020. 
  4. Naazneen Karmali (April 6, 2016). "Meet Nita Ambani, The First Lady Of Indian Business". Forbes. https://www.forbes.com/sites/naazneenkarmali/2016/04/06/meet-nita-ambani-the-first-lady-of-indian-business/#304dbc46296d. 
  5. "Mukesh Ambani :: RIL :: Reliance Group of Industries". RIL.com. Archived from the original on 16 April 2015. https://web.archive.org/web/20150416033537/http://ril.com/html/aboutus/Mukesh_Ambani.html। আহৰণ কৰা হৈছে: 22 August 2013. 8250964307
  6. https://www.forbes.com/profile/mukesh-ambani/
  7. Kurup, Rajesh. "Mukesh Ambani back on top as Asia’s richest man" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/news/mukesh-ambani-back-on-top-as-asias-richest-man/article31441830.ece। আহৰণ কৰা হৈছে: 2020-06-10. 
  8. "Real Time Billionaires" (en ভাষাত). Forbes. https://www.forbes.com/real-time-billionaires/। আহৰণ কৰা হৈছে: 2020-07-29. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]