হৰিশংকৰ ব্ৰহ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


হৰিশংকৰ ব্ৰহ্ম
ভাৰতৰ ১৯তম মুখ্য নিৰ্বাচন আয়ুক্ত
কাৰ্যকাল
জানুৱাৰী ১৬, ২০১৫ (2015-01-16)[1] – এপ্ৰিল ১৯, ২০১৫ (2015-04-19)[1]
ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী ভি. এচ. সম্পথ
উত্তৰসূৰী নাচিম জাইদি
ব্যক্তিগত তথ্য
জন্ম ১৯ এপ্ৰিল, ১৯৫০ (৭৩ বছৰ)[1]
গোঁসাইগাঁও, অসম[2]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ডন বস্কো বিদ্যালয়, গুৱাহাটী
চেইন্ট এডমুণ্ড কলেজ, শ্বিলং
গুৱাহাটী বিশ্ববিদ্যালয়
জীৱিকা অসামৰিক সেৱাৰ বিষয়া

হৰিশংকৰ ব্ৰহ্ম (ইংৰাজী: Harishankar Brahma; জন্ম: ১৯ এপ্ৰিল ১৯৫০)[1] ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত প্ৰথমজন অসমীয়া। তেওঁ এগৰাকী অন্ধ্ৰ প্ৰদেশ কেডাৰৰ পৰা অৱসৰপ্ৰাপ্ত ১৯৭৫ বেটছৰ আই এ এছ বিষয়া।[3] হৰিশংকৰ ব্ৰহ্মই ২০১১ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে।[4] ব্ৰহ্ম নিৰ্বাচন আয়োগত ২০১৫ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০১৫ চনৰ ১৬ জানুৱাৰীত তেখেতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে[5] আৰু ২০১৫ চনৰ ১৮ এপ্ৰিল পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰে। জে এম লিংডোৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত হোৱা হৰিশংকৰ ব্ৰহ্ম দ্বিতীয় গৰাকী ব্যক্তি।[3]

২০১২ চনৰ অসমৰ হিংসাত্মক ঘটনা সম্পৰ্কে অভিমত[সম্পাদনা কৰক]

২০১২ চনৰ ২৮ জুলাই তাৰিখে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এটা নিৱন্ধত ব্ৰহ্মই অসমত সংঘটিত সংঘৰ্ষৰ বাবে বাংলাদেশৰ পৰা হৈ থকা অনুপ্ৰৱেশক দোষাৰোপ কৰে।[6] ব্ৰহ্মই এইবুলিও উল্লেখ কৰিছিল যে, নিৰ্বাচন আয়োগৰ সম্মুখতো এই অনুপ্ৰৱেশ এক সমস্যা হিচাপে দেখা দিছে।

তেওঁ এইদৰে লিখিছিল-

"Even the Election Commission of India is not immune to this problem. It has to tackle the problem of D-Voters (doubtful voters), numbering approximately 1.5 lakh, while preparing the electoral rolls of Assam. The subject matter is sub-judice. This also poses a very serious security threat to the country. It is advisable that these pending cases lying in various courts and tribunals be disposed of quickly and within a definite timeframe. People who are found to be illegal migrants by these tribunals should be deported. Unless this basic issue of illegal migration into the country is resolved, the problem is bound to recur from time to time and in place to place."[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Shri H.S.Brahma - Profile". Election Commission of India. http://eci.nic.in/eci_main1/ecb.aspx। আহৰণ কৰা হৈছে: 13 September 2012. 
  2. 2.0 2.1 Jyoti Mukul (21 January 2013). "BS People: Hari Shankar Brahma, election commissioner". Business Standard. https://www.business-standard.com/article/economy-policy/bs-people-hari-shankar-brahma-election-commissioner-110100100012_1.html। আহৰণ কৰা হৈছে: 6 March 2019. 
  3. 3.0 3.1 "Hari Shankar Brahma is new Chief Election Commissioner". The Economic Times. 15 January 2015. https://economictimes.indiatimes.com/news/politics-and-nation/hari-shankar-brahma-is-new-chief-election-commissioner/articleshow/45899923.cms। আহৰণ কৰা হৈছে: 3 April 2019. 
  4. "REC chief to be power secretary". The Times of India. 1 May 2010. Archived from the original on 7 July 2012. https://archive.today/20120707083750/http://articles.timesofindia.indiatimes.com/2010-05-01/india-business/28273983_1_coal-supply-power-secretary-power-stations। আহৰণ কৰা হৈছে: 10 October 2011. 
  5. "New Chief Election Commissioner of India". http://timesofindia.indiatimes.com/india/HS-Brahma-appointed-as-chief-election-commissioner/articleshow/45899805.cms। আহৰণ কৰা হৈছে: 21 জানুৱাৰী 2015. 
  6. Dasgupta, Swapan (2012-08-03). "Twist in the tale". প্ৰকাশক Calcutta, India: Telegraphindia.com. http://www.telegraphindia.com/1120803/jsp/opinion/story_15804467.jsp। আহৰণ কৰা হৈছে: 2012-08-09. 
  7. "How to share Assam". Indian Express. 2012-07-28. http://www.indianexpress.com/news/how-to-share-assam/980438/0। আহৰণ কৰা হৈছে: 2012-08-09.