দীপক ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


দীপক ভট্টাচাৰ্য
অসম বিধানসভাৰ বিধায়ক
কাৰ্যকাল
১৯৭৮ – ১৯৮৩
পূৰ্বসূৰী আবদুৰ ৰহমান চৌধুৰী
উত্তৰসূৰী আবদুল মুহিব মজুমদাৰ
সমষ্টি হাইলাকান্দি
ব্যক্তিগত তথ্য
জন্ম ১৯৩৯/৪০
মৃত্যু ২৯ জানুৱাৰী ২০১৯
ৰাজনৈতিক দল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সিষ্ট)

দীপক ভট্টাচাৰ্য অসমৰ এজন ৰাজনীতিবিদ আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল।[1] ২০১৯ চনৰ ২৯ জানুৱাৰীত ৭৯ বয়সত তেখেতৰ মৃত্যু হৈছিল।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]