তাৰক মেহতা
তাৰক মেহতা | |
---|---|
![]() | |
জন্ম | ১৯২৯|১২|২৬ আহমেদাবাদ, গুজৰাট, ভাৰত |
পেছা | ব্যংগ লেখক, লেখক, |
তাৰক মেহতা এজন ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ। তেওঁক গুজৰাটী ভাষাৰ দুনিয়া নে উন্ধা চস্মা বা 'পৃথিৱীৰ উলুটা চশ্মা'ৰ বাবে বিশেষভাৱে জনা যায়। তেওঁ বিভিন্ন ব্যংগ গুজৰাটী ভাষালৈ অনুবাদ কৰিছে, তেওঁ গুজৰাটী নাট্যশালাৰ এক পৰিচিত নাম।[1]
ব্যংগটো প্ৰথম সাপ্তাহিক চিত্ৰলেখাত ওলাইছিল মাৰ্চ ১৯৭১ত আৰু তেতিয়াৰ পৰা ই বিভিন্ন বিষয় উপস্থাপন কৰিছে। তেওঁ ৮০খন গ্ৰন্থ ছপা কৰালে, ৩খন তেওঁ গুজৰাটী বাতৰি কাকত "দিৱ্য ভাস্কৰ" লিখা লেখৰ ওপৰত আধাৰিত, আৰু বাকিবোৰ তাৰক মেহতা কা উল্টা চস্মাহ্ বা 'তাৰক মেহতাৰ উলুটা চশ্মা'ৰ ওপৰত আধাৰিত।[2]
২০০৮ত ভাৰতৰ জনপ্ৰিয় দূৰদৰ্শন ধাৰা চাব টি-ভিত তেওঁৰ লেখৰ ওপৰত আধাৰিত অনুস্থান তাৰক মেহতা কা উল্টা চস্মা প্ৰদৰ্শিত হ'ল।[3] ই চাব টি-ভিৰ এক মুখ্য অনুস্থান হ'ল।[4]
ব্যক্তিগত জীৱন[সম্পাদনা কৰক]
তেওঁ গুজৰাটৰ আহমেদাবাদত থাকে, য'লৈ তেওঁ ২০০০চনত গ'ল, নিজৰ ২য় পত্নী ইন্দুৰ সৈতে। তেওঁৰ ১মা পত্নী ইলাও একে এপাৰ্টমেন্টতেই থাকিছিলে। তেওঁৰ জীয়েক (প্ৰথম বিবাহৰ পৰা) ইচানী আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে আৰু তাইৰ ২ সন্তান কুচান আৰু চেইলী আছে।[2][5]
গ্ৰন্থসূচী[সম্পাদনা কৰক]
- দুনিয়া নে উন্ধা চশ্মা
- আ দুনিয়া পাঞ্জাৰাপ'লে
- এক্সন ৰিপ্লাই ১/২
- আল্বেলুন আমেৰিকা ভান্থেলুন আমেৰিকা
- চম্পকলাল তপুনি জুগলবন্দি
- বেতাজ বাতালি বাজ প'পতলাল তাৰাজ
- তাৰক মেহতা কা উল্টা চশ্মা
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Contemporary Indian theatre: interviews with playwrights and directors. Sangeet Natak Akademi. 1989. পৃষ্ঠা. 159.
- ↑ 2.0 2.1 "Tarak Mehta is 'booked'!". DNA (newspaper). Mar 9, 2009. http://www.dnaindia.com/lifestyle/report_tarak-mehta-is-booked-_1237837.
- ↑ "Comedy Inc!". Indian Express. Jul 2, 2010. http://www.indianexpress.com/news/comedy-inc/640054/0.
- ↑ "Laughing away to success". Indian Express. Jul 30, 2010. http://www.indianexpress.com/news/laughing-away-to-success/652415/0.
- ↑ "Tragedy strikes Tarak Mehta". The Times of India. Jul 14, 2009. http://articles.timesofindia.indiatimes.com/2009-07-14/ahmedabad/28171060_1_indu-seventh-floor-mumbai.