ফিনলেণ্ড
অৱয়ব
Suomen tasavalta | |
|---|---|
| ৰাজধানী and largest city | হেলচিংকী |
| Official languages | ফৰাচী ফিনলেণ্ড, ফৰাচী ছুইডেন |
| HDI (2018) | 0.925 very high (৮ম) |
| Time zone | UTC+২ |
ফিনলেণ্ড উত্তৰ-পশ্চিম ইউৰোপ বাল্টিক সাগৰৰ উপকূলত অৱস্থিত এখন ৰাষ্ট্ৰ। ফিনলেণ্ড ইউৰোপৰ সকলোতকৈ উত্তৰত অৱস্থিত দেশসমূহৰ এখন। ইয়াৰ এক-তৃতীয়াংশ অঞ্চল সুমেৰু বৃত্তৰ উত্তৰত অৱস্থিত। হেলচিংকী ফিনলেণ্ডৰ ৰাজধানী আৰু দেশখনৰ বৃহত্তম চহৰ।
| ৱিকিমিডিয়া কমন্সত ফিনলেণ্ড সম্পৰ্কীয় মিডিয়া ফাইল আছে। |