আনন্দ বক্সী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনন্দ বক্সী
জন্ম ২১ জুলাই, ১৯৩০
ৰাৱালপিণ্ডি, পঞ্জাৱ, ভাৰত
মৃত্যু ৩০ মাৰ্চ, ২০০২ (৭১ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা গীতিকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৪৫–২০০২


আনন্দ বক্সী (২১ জুলাই ১৯৩০ — ৩০ মাৰ্চ ২০০২) জনপ্ৰিয় ভাৰতীয় কবি আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ আছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত পঞ্জাৱ প্ৰদেশৰ ৰাৱালপিণ্ডি (বৰ্তমানৰ পাকিস্তান)ত এখেতৰ জন্ম হৈছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত পৰিয়ালৰ সৈতে লক্ষ্ণৌলৈ আহি থাকিবলৈ লয়। [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]