নিৰুপমা ফুকন
অৱয়ব
নিৰুপমা ফুকন | |
---|---|
জন্ম | ১৯২৮ চনৰ ৪ ছেপ্টেম্বৰ অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
নিৰুপমা ফুকন (ইংৰাজী: NIRUPAMA PHUKAN) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। তেওঁৱেই হৈছে হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰ্ম আৰম্ভ কৰি সমাদৃত হোৱা প্ৰথম গৰাকী অনুবাদিকা।
জন্ম
[সম্পাদনা কৰক]- ১৯২৮ চনৰ ৪ ছেপ্টেম্বৰত গোলাঘাটত নিৰুপমা ফুকনৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম শৰত কুমাৰ শৰ্মা।[1]
চাকৰি জীৱন
[সম্পাদনা কৰক]তেওঁ ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।[2]
সাহিত্যৰাজি
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]- সূৰুজপুৰৰ নব্য কন্যা (১৯৮৭ চন)
অনুবাদমূলক গ্ৰন্থ
[সম্পাদনা কৰক]- হিন্দী সাহিত্যৰ অনুবাদিকা হিচাপে বিশেষভাবে খ্যাতি থকা নিৰুপমা ফুকণৰ অনুবাদমূলক পুথিসমূহ হৈছে:
- গোদান
- প্ৰতিজ্ঞ
- চন্দ্ৰগুপ্ত
- জীৱনীমালা
- আহুতি (হৰি কৃষ্ণ প্ৰেমীৰ নাটক)
শিশু সাহিত্য
[সম্পাদনা কৰক]- বুলবুল আৰু বাদশাহ
- গীত গোৱা চৰাই
- কাশ্মীৰ দেশৰ সাধু[3]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- সাহিত্য একাডেমী বঁটা (১৯৯৯ চনত মুনচি প্ৰেমচাণ্ডৰ 'গোদান' অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লাভ কৰে)।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://assam.nenow.in/%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a4%e0%a7%8d%e0%a6%af-%e0%a6%8f%e0%a6%95%e0%a6%be%e0%a6%a1%e0%a7%87%e0%a6%ae%e0%a6%bf-%e0%a6%ac%e0%a6%81%e0%a6%9f%e0%a6%be-%e0%a6%aa%e0%a7%8d%e0%a7%b0/
- ↑ https://assam.nenow.in/%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a4%e0%a7%8d%e0%a6%af-%e0%a6%8f%e0%a6%95%e0%a6%be%e0%a6%a1%e0%a7%87%e0%a6%ae%e0%a6%bf-%e0%a6%ac%e0%a6%81%e0%a6%9f%e0%a6%be-%e0%a6%aa%e0%a7%8d%e0%a7%b0/