অজয় ঘটক
ড০ অজয় ঘটক | |
---|---|
জন্ম | ১৯৩৯ লক্ষ্ণৌ |
বাসস্থান | নতুন দিল্লী |
নাগৰিকত্ব | ভাৰতীয় |
জাতীয়তা | ভাৰত |
ক্ষেত্ৰ | পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান |
শিক্ষানুষ্ঠান | দিল্লী বিশ্ববিদ্যালয় কৰ্ণেল বিশ্ববিদ্যালয় |
শৈক্ষিক পৰামৰ্শদাতা | হাঁছ বেথে, মাৰ্ক নেলকিন |
উল্লেখযোগ্য বিদ্যাৰ্থী | কে ত্যাগৰঞ্জন, আৰ কে বৰ্ছনে,বি পি পাল, অনুৰাগ শৰ্মা, আই চি গোয়াল, জি পি আগৰৱাল |
জনা যায় | ফট'নিকছ আৰু ফাইবাৰ অপটিকছৰ ওপৰত গৱেষণা আৰু ভাৰতবৰ্ষৰ শিক্ষা |
উল্লেখনীয় বঁটা | এছ এছ ভাটনাগৰ বঁটা (ভাৰতবৰ্ষৰ বিজ্ঞানৰ সৰ্বোচ্চ বঁটা), অ এছ এ ফেল', Fellow National Academy of Sciences India, OSA Esther Hoffman Beller Award, ICO Galileo Galilei Award, SPIE educator award |
অজয় ঘটক ( জন্ম ১৯৩৯ চনৰ ৯ নৱেম্বৰ) এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানবিষয়ক পাঠ্যপুথিৰ ৰচক। তেওঁ ইতিমধ্যে ১৭০ ৰো অধিক গৱেষণা পত্ৰ আৰু ২০ খনতকৈও অধিক পাঠ্যপুথি ৰচনা কৰিছে। তেওঁ স্নাতক মহলাৰ বাবে ৰচনা কৰা পুথি Optics চীনা আৰু পাৰ্ছী ভাষালৈ অনূদিত হোৱাৰ লগতে ম’নগ্ৰাফ Inhomogeneous Optical Waveguides ( অধ্যাপক ছধাৰ সৈতে সহলিখন) চীনা আৰু ৰাছিয়ান ভাষালৈ অনূদিত হৈছে[1]। ১৯৯৫ চনত তেওঁ পোহৰ বিজ্ঞানৰ শিক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকাৰ অপ্টিকেল চ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত হৈছিল[2]। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ব্ৰুখাৱেন নেশ্বনেল লেব’ৰেটৰীত কিছুদিন গৱেষণাৰ সহায়ক হিচাপে কাম কৰাৰ পাছত তেওঁ ১৯৬৬ চনত দিল্লীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যোগদান কৰে[2] আৰু ২০০৭ চনত তাৰ পৰাই পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে[3]। বৰ্তমান তেওঁ বিভিন্ন গ্ৰন্থ আদি ৰচনা কৰাৰ লগতে দেশ বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত অতিথি অধ্যাপক হিচাপে শ্ৰেণীকোঠাত যোগদান কৰে[4][5]।
নিৰ্বাচিত বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- Optical Society of Americaৰ ২০০৩ চনৰ Esther Hoffman Beller Medal: "পোহৰ বিজ্ঞান আৰু আভিযান্ত্ৰিকৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে"[7]
- International Commission for Opticsৰ ১৯৯৮চনৰ বাবে গেলিলিঅ’ গেলিলি বঁটা: "পোহৰ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে"[8]
- পদাৰ্থ বিদ্যাত CSIRৰ ১৯৭৯চনৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ শান্তিস্বৰূপ ভটনাগৰ বঁটা: "অসমসত্ব আলোক তৰংগ-বাহক (inhomogeneous optical wave-guides), অসমসত্ব মাধ্যম আৰু চেল্ফ ফ’কাচিং লেজাৰ ৰশ্মিযুক্ত তন্ত্ৰৰ বিচলন তত্ব (theory of abberation)লৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে"[9]
নিৰ্বাচিত প্ৰকাশন[10]
[সম্পাদনা কৰক]- Ghatak, Ajoy (2010), Einstein And The Special Theory Of Relativity, ISBN 81-309-1478-6
- Thyagarajan, K.; Ghatak, Ajoy (2010), Lasers: Fundamentals And Applications (2nd সম্পাদনা), ISBN 1-4419-6441-X
- Ghatak, Ajoy (2009), Optics (4th সম্পাদনা), ISBN 0-07-338048-2
- Ghatak, Ajoy (2009), Basic Quantum Mechanics (with CD), ISBN 0-230-63916-X
- Lakshminarayanan, Vasudevan; Ghatak, Ajoy; Thyagarajan, K. (2001), Lagrangian Optics, ISBN 0-7923-7582-3
- Ghatak, Ajoy; Thyagarajan, K. (1998), An Introduction To Fiber Optics, ISBN 0-521-57785-3
- Ghatak, Ajoy (1996), Introduction To Quantum Mechanics, ISBN 0-333-92419-3
- Ghatak, Ajoy; Thyagarajan, K. (1989), Optical Electronics, ISBN 0-521-30643-4
- Eliezer, Shalom; Ghatak, Ajoy; Hora, Heinrich (1986), Fundamentals Of Equations Of State, ISBN 981-02-4833-4
- Ghatak, Ajoy; Lokanathan, S. (1984), Quantum Mechanics: Theory And Applications, ISBN 9781403923417
- Ghatak, Ajoy; Sodha, M. S. (1977), Inhomogeneous Optical Waveguides, ISBN 0-306-30916-5
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Miranda House events, http://www.mirandahouse.ac.in/DSKC/ALOP_ASIA_2006_REPORT.pdf, আহৰণ কৰা হৈছে: 8 November 2010
- ↑ 2.0 2.1 Ajoy Ghatak biography, International Commission for Optics, archived from the original on 13 July 2010, https://web.archive.org/web/20100713025201/http://www.ico-optics.org/ico_jan99.html, আহৰণ কৰা হৈছে: 7 November 2010
- ↑ IIT Kharagpur's biography on Ajoy Ghatak, Indian Institute of Technology, archived from the original on 2 March 2011, https://web.archive.org/web/20110302102415/http://www.phy.iitkgp.ernet.in/ptaccd2/Speakers_Biodata/AKGhatak_Bio.pdf, আহৰণ কৰা হৈছে: 8 November 2010
- ↑ BESU Events 2010, archived from the original on 18 November 2010, https://web.archive.org/web/20101118003159/http://www.becs.ac.in/events-2010.html, আহৰণ কৰা হৈছে: 8 November 2010
- ↑ SPIE Events, archived from the original on 20 July 2010, https://web.archive.org/web/20100720005617/http://spiedcechapter.dce.edu/archive/news18.php, আহৰণ কৰা হৈছে: 8 November 2010
- ↑ SPIE Educator Award, http://spie.org/x3069.xml, আহৰণ কৰা হৈছে: 8 November 2010
- ↑ OSA's Esther Hoffman Beller Medal, http://www.osa.org/Awards_and_Grants/Awards/Award_Description/estherbeller/default.aspx, আহৰণ কৰা হৈছে: 8 November 2010
- ↑ ICO Galileo Galilei Award, archived from the original on 9 July 2011, https://web.archive.org/web/20110709212802/http://www.ico-optics.org/awards.html#galileo, আহৰণ কৰা হৈছে: 8 November 2010
- ↑ S. S. Bhatnagar award for Physical Sciences, http://www.csir.res.in/external/heads/career/award/BPRIZE/Physical_SCIENCES.htm, আহৰণ কৰা হৈছে: 8 November 2010
- ↑ The full list of publications can be found here Archived 2012-06-14 at the Wayback Machine (accessed 8 November 2010)