ব্ৰাহ্মী লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অশোক স্তম্ভৰ ব্ৰাহ্মী লিপি

ব্ৰাহ্মী লিপি এটা প্ৰাচীন লিখন ব্যৱস্থাৰ নাম। ইয়াৰ সমসাময়িক লিপি হ'ল আফগানিস্তান আৰু পাকিস্তানত ব্যৱহৃত খৰোষ্টী লিপি। ব্ৰাহ্মী লিপি হ'ল ধ্বনিগত বৰ্ণমালা লিপি, য’ত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ পৃথক।

বৈশিষ্ট্য[সম্পাদনা কৰক]

ব্ৰাহ্মী বৰ্ণ 'ক'ৰ সৈতে স্বৰচিহ্নৰ ব্যৱহাৰ।
ব্ৰাহ্মীৰ বানানভেদ

ইউনিকোড[সম্পাদনা কৰক]

২০১০ চনৰ অক্টোবৰ মাহত ব্ৰাহ্মী লিপিক ইউনিক’ড ৬.০ত অন্তৰ্ভুক্ত কৰা হৈছিল।

ব্ৰাহ্মীৰ বাবে ইউনিকোড ব্ল'ক হৈছে, U+11000–U+1107F.[1]  [2][3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Google Noto Fonts – Download Noto Sans Brahmi zip file
  2. Adinatha font announcement
  3. Script and Font Support in Windows - Windows 10, MSDN Go Global Developer Center.